ASSAM TIMES POST
নগাঁও: চামগুৰিত ওৰে নিশা নগাঁও আৰক্ষীৰ বৃহৎ অভিযান।
◆অভিযানত জব্দ জালনোট তৈয়াৰ কৰা যন্ত্ৰ।
◆আৰক্ষীয়ে জব্দ কৰিছে চাৰি লাখ টকাৰ জাল নোট।
◆চামগুৰিৰ গেন্ধালিৰ ক্ষীৰোদ বৰগোহাঞি নামৰ লোকজনৰ ঘৰত চলাইছিল আভিযান।

◆আৰক্ষীয়ে আটক কৰিছে ছয় জনকৈ জালনোট ব্যবসায়ীক।
◆আটক বিহপুৰীয়াৰ সুৰুজ আলী,ৰছিদ আলী, বিল্লাল হুছেইন আৰু চামগুৰিৰ মহিম গগৈ, ক্ষীৰোদ বৰগোহাঞি আৰু কামালুদ্দিন।
◆নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ’জি কলিতাৰ নেতৃত্বত চলিছিল এই অভিযান।
◆ধৃত লোক কেইজনক আৰক্ষীয়ে সোধা-পোছা কৰি আছে।












