ASSAM TIMES POST
নতুন দিল্লীঃ দেওবাৰে পঞ্চভূতত বিলীন হোৱা প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীৰে সান্নিধ্যৰ সুবাস স্মৰণ কৰি আৱেগিক হৈ পৰে ভাৰতীয় জনতা পাৰ্টিৰ পিতামহ লাল কৃষ্ণ আদৱানি।
আদৱানিয়ে জেটলী সম্পৰ্কত কয় যে তেওঁ এজন খাদ্যৰসিক লোক আছিল।
জেটলীয়ে প্ৰায়ে তেওঁক লগত লৈ ৰেষ্টুৰেন্টলৈ গৈছিল। আদৱানিয়ে কয়, ‘তেওঁ খাদ্যৰসিক আছিল আৰু মোৰ সৈতে ৰেষ্টুৰেন্টলৈ যোৱাত হেলা কৰা নাছিল।’