ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁও আৰক্ষীৰ জালত প্ৰবঞ্চক

ASSAM TIMES POST by ASSAM TIMES POST
August 16, 2019
Reading Time: 1 min read
A A
0
নগাঁৱৰ মধুপুৰ উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত নিচাযুক্ত ঔষধৰ খালি বাকচ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়াঃ বন্ধ স্কুলত ড্ৰাগছৰ আড্ডা চলাই ড্ৰাগছ মাফিয়াই

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

নগাঁওঃ ৰেল বিভাগত চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰা এটা প্ৰবঞ্চকক নগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰে। আটকাধীন প্ৰবঞ্চকটোৰ নাম স্বামীম আৰিফ। আৰিফৰ ঘৰ মৰিগাঁও জিলাত।

উল্লেখ্য, চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত চিন্তামণি কোঁৱৰ নামৰ এগৰাকী মহিলাৰ পৰা ৰেল বিভাগত চাকৰি দিয়াৰ নামত ৩ লাখ টকা সংগ্ৰহ কৰিছিল ধৃত আৰিফে।

এই সন্দৰ্ভত মহিলা গৰাকীয়ে নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছিল। উক্ত এজাহাৰৰ ভিত্তিত কালি আৰক্ষীয়ে নগাঁৱৰ এটা ভাড়াঘৰৰ পৰা আটক কৰে প্ৰবঞ্চক স্বামীম আৰিফক। এই সন্দৰ্ভত নগাঁও সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪০৬/৪৬৮ ধাৰাৰ অধীনত ৪৫১/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

by News Desk
July 11, 2026
50
Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা
BREAKING NEWS

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

by ASSAM TIMES POST
June 30, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case
National-International

July 21, 2026
50
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

UPI Transaction : ইণ্টাৰনেট নাথাকিলেও কথা নাই, এতিয়াৰে পৰা কৰিব পাৰিব ইউ পি আই লেনদেন
Bussines

Engineer suicide : ৫০ বাৰ চেষ্টা কৰিও চৰকাৰী চাকৰি নাপাই আত্মহত্যা স্বৰ্ণ পদক বিজয়ী অভিযন্তাৰ
National-International

Engineer suicide : ৫০ বাৰ চেষ্টা কৰিও চৰকাৰী চাকৰি নাপাই আত্মহত্যা স্বৰ্ণ পদক বিজয়ী অভিযন্তাৰ

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

July 21, 2026
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

July 21, 2026
UPI Transaction : ইণ্টাৰনেট নাথাকিলেও কথা নাই, এতিয়াৰে পৰা কৰিব পাৰিব ইউ পি আই লেনদেন

UPI Transaction : ইণ্টাৰনেট নাথাকিলেও কথা নাই, এতিয়াৰে পৰা কৰিব পাৰিব ইউ পি আই লেনদেন

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT