ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : হাত ধোৱাৰ সজাগতা কেতিয়া আৰম্ভ হৈছিল? কিমান জৰুৰী?

ASSAM TIMES POST by ASSAM TIMES POST
November 4, 2020
Reading Time: 1 min read
A A
0
স্বাস্থ্য : হাত ধোৱাৰ সজাগতা কেতিয়া আৰম্ভ হৈছিল? কিমান জৰুৰী?

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

logo new 2 1 | ASSAM TIMES POST

স্বাস্থ্য প্ৰতিবেদন:

হাত ধোৱাৰ অভ্যাস কেনেদৰে সৃষ্টি হ’ল?

Ignaz Semmelweis | ASSAM TIMES POSTঅষ্টাদশ শতিকাৰ মাজৰ সময়। ভিয়েনা জেনাৰেল হস্পিটেলত চাইল্ড বেড ফিভাৰে মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল। প্রসূতি মাতৃসকল মৃত্যু হৈছিল দলে দলে। কিন্তু কিয়? কাৰণ বিচাৰে হাঙ্গেৰিয়ান চিকিৎসক ইগনাজ ফিলিপ ছেমেলৱাইজ।

তেওঁৰ ভাব হ’ল, ইয়াৰ কাৰণ অপৰিচ্ছন্নতা নহয়তো! ফলত চিকিৎসকসকলৰ বাবে নতুন নিয়ম জাৰি কৰে তেওঁ। ক’লে, অন্তঃসত্ত্বাসকলৰ পৰীক্ষা কৰাৰ আগতে হাত ভালদৰে ধুই ল’ব লাগিব ক্লোৰিনেটেড লাইমেৰে। ধুব লাগিব যন্ত্রপাতিও। তাৰ পিছত দেখা যাব, সমস্যা কমে নে নকমে।

Semmelweis and hospital pic 1 | ASSAM TIMES POST

আৰম্ভ হ’ল হাত ধোৱা, যন্ত্র ধোৱাৰ পর্ব। অবাক কাণ্ড, ফল পোৱা গ’ল হাতে হাতে। সমগ্ৰ বছৰত এজনৰো মৃত্যু নহ’ল। ছেমেলৱাইজে বুজি পালে, তেওঁৰ ধাৰণাই ঠিক। বিপত্তিৰ মূলতে আছে অপৰিচ্ছন্নতা। ফলত যাৱতীয় পৰিসংখ্যাৰে বিভিন্ন বিজ্ঞান পত্র-পত্রিকাত লিখিবলৈ আৰম্ভ কৰে তেওঁৰ অভিজ্ঞতাৰ কথা।

কিন্তু তেতিয়াও ‘বীজাণু’ বুলি যে কিবা এটা আছে, তাক লৈ কাৰো ধাৰণা নাছিল। ফলত হাত ধোৱা আৰু নোধোৱাৰ বৈজ্ঞানিক ভিত্তি ব্যাখ্যা কৰিবলৈ নোৱাৰিলে তেওঁ। খঙত তিঙিৰি তুলা হ’ল সকলো। ৰোগীৰ মৃত্যুৰ দায়িত্ব তেওঁ চিকিৎসকসকলৰ ওপৰত জাপিছিল! পৰিস্থিতি এনে হ’ল যে, চাকৰি এৰি তেওঁ হাঙ্গেৰিলৈ ঘূৰি যাবলগা হ’ল।Semmelweis am AKH 2019 | ASSAM TIMES POST ইয়াৰ পিছত কৰে পৰীক্ষা-নিৰীক্ষা। ১৮৬১ চনত জনপ্ৰিয় এক বিজ্ঞান পত্রিকাত প্রকাশ কৰে গৱেষণামূলক প্রবন্ধ। জনালে, ৰোগীক পৰীক্ষা বা অস্ত্রোপচাৰ কৰাৰ পূৰ্বে চিকিৎসকসকলে হাত ভালদৰে ধোৱা উচিত। কাৰণ তেওঁ দেখে, মর্গত মৃতদেহ চোৱাৰ পিছত হাত নোধোৱাকৈ ৰোগী চালে মৃত্যু বেছি হয়। ভালকৈ হাত ধুলে যে এই বিপদ এৰাব পৰা যায়, তাৰো অসংখ্য পৰিসংখ্যা দিলে তেওঁ। কিন্তু লাভ নহ’ল।

এইবাৰ চিকিৎসকসকললৈ চিঠি পঠাবলৈ আৰম্ভ কৰে তেওঁ। অনুৰোধ কৰে, “এবাৰতো নিয়ম মানি চাওক। মানুহৰ প্রাণ বচোৱাৰ এটাই পথ। আৰু যদি সেয়া নকৰে, ধৰি ল’ব লাগিব মানুহ হত্যা কৰিছে আপোনালোকে।”

পৰিস্থিতি চৰমত উঠে। ঘৰে-বাহিৰে সকলোতে ভাবিবলৈ আৰম্ভ কৰে, তেওঁ পাগল হৈছে। তেতিয়া তেওঁক পঠোৱা হয় মানসিক হাস্পটাললৈ। সেয়া ১৮৬৫ চনৰ কথা। কোৱা হ’ল ‘নিউৰো ছিফিলিছ’ হৈছে তেওঁৰ৷

FS.Covers.Mar Jun2019 4 1024x536 1 | ASSAM TIMES POSTহস্পিটেলত বিভিন্ন অত্যাচাৰত বিনা চিকিৎসাত মাত্র ৪৭ বছৰ বয়সতে ১৮৬৫ চনৰ ১৩ আগষ্টত চেপটিছিমিয়াত তেওঁৰ মৃত্যু হয়।দীর্ঘদিন পিছত প্রতিষ্ঠিত হ’ল বীজাণু তত্ত্ব, অর্থাৎ বীজাণুৰ পৰা ৰোগ হ’ব পাৰে তাক মানি লয় বিজ্ঞানীসকলে৷ পুনৰ জীয়াই উঠে, আৰু এজন মহামতি, লুই পেষ্টুৰৰ হাতত ধৰি। স্বীকৃতি পালে তেওঁৰ গৱেষণাই। বিজ্ঞানৰ ইতিহাসত সোণালী আখৰেৰে লিখিত হৈ গ’ল তেওঁৰ নাম। হাঙ্গেৰিৰ বুডাপেষ্টত আজিও তেওঁৰ স্বাক্ষৰ বহন কৰিছে।

ছেমেলৱাইজে প্রাণ দি প্রমাণ কৰিলে, সুস্থ থাকিবলৈ হ’লে হাত ধোৱাটো বাধ্যতামূলক। সাধাৰণ মানুহৰ মাজত এই সম্পৰ্কত সকলোতকৈ বেছি সচেতনতা সৃষ্টি হ’ল ক’ৰোনা কালত। এই তত্ত্বক আৰু বহু বেছি জোৰদাৰ কৰিলে এই ক্ষুদ্র ভাইৰাছে। বৰ্তমান প্ৰমাণিত হৈছে মাস্ক পৰিধানৰ লগতে বাৰম্বাৰ হাত ধোৱাতো সুস্থ থকাৰ একমাত্র চাবিকাঠি এই মুহূর্তত। সেয়ে হাত ধোৱাৰ বিষয়টোক এৰাই যোৱা মানেই সংক্রমণক আহ্বান জনোৱা। চিকিৎসকৰ পৰামর্শত সুস্থ থাকক।

Tags: Health and Wellness
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ
NORTHEAST

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
50
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx