ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

১৫ আগষ্ট উপলক্ষে গুৱাহাটীৰ ক’ত ক’ত গাড়ী ৰাখিব নোৱাৰিব ?

ASSAM TIMES POST by ASSAM TIMES POST
August 13, 2019
Reading Time: 1 min read
A A
0
১৫ আগষ্ট উপলক্ষে গুৱাহাটীৰ ক’ত ক’ত গাড়ী ৰাখিব নোৱাৰিব ?

assam times post | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

গুৱাহাটীঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত গুৱাহাটীত যান-বাহনৰ চলাচল, পাৰ্কিঙৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে গুৱাহাটীৰ যান-বাহন আৰক্ষীৰ উপ আয়ুক্তৰ কাৰ্যালয়ে।

illustration with brushes indian independence day 1057 4741 | ASSAM TIMES POST

গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত স্বাধীনতা দিৱসৰ ৰাজ্যিক কাৰ্যসূচী অনুষ্ঠিত হ’বলগীয়াৰ পৰিপ্ৰেক্ষিতত সেই সময়চোৱাত ৩১ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি গুৱাহাটীলৈ আহিবলগীয়া গধুৰ বাণিজ্যিক মাল কঢ়িওৱা গাড়ীবোৰ প্ৰয়োজন সাপেক্ষে ক্ষেত্ৰী, সোনাপুৰ, বৰ্ণিহাট, যোৰাবাট, জালুকবাৰী, আমিনগাঁও আৰু বংগাৰাত ৰখোৱা হ’ব।

ইফালে ৰঙা, নীলা আৰু হালধীয়া পাছ থকা যান-বাহনসমূহ কইনাধৰা পইন্ট বা খানাপাৰা ৰটাৰী আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বা আছাম ৰাইফলছৰ বিল্ডিঙৰ সমীপলৈ যাব পাৰিব আৰু ইয়াৰ নিৰ্ধাৰিত স্থানত পাৰ্কিং কৰিব পাৰিব। কিন্তু কোনো বাহনকে কইনাধৰা পইন্টৰপৰা মিউজিয়াম পইন্টলৈ আহিবলৈ দিয়া নহ’ব। বিপৰীতে বিজ্ঞান সংগ্ৰহালয় পইন্টৰপৰা কইনাধৰা পইন্টলৈ মাথো যাব পাৰিব ৰঙা, নীলা পাছ থকা বাহনসমূহহে। তদুপৰি সেই সময়চোৱাত খানাপাৰাৰপৰা ছয়মাইললৈ জিএছ ৰোডৰে কোনো বাণিজ্যিক মাল কঢ়িওৱা গাড়ীয়ে চলাচল কৰিব নোৱাৰিব।

আনহাতেদি স্বাধীনতা দিৱসৰ কাৰ্যসূচী উপভোগ কৰিবলৈ পাছ অবিহনে দিছপুৰ, বেলতলা, নুনমাটি, নাৰেংগীৰ দিশৰপৰা অহা লোকসকলে গণেশ মন্দিৰ ইনড’ৰ ষ্টেডিয়াম প্ৰাংগণত বাহনসমূহ ৰাখিব লাগিব বা ছয়মাইল আৰু জয়ানগৰ চাৰিআলিৰপৰা অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ গেটলৈকে পাৰ্কিং কৰিব পাৰিব।

ন’ পাৰ্কিংঃ   

91QAzGk3Y0L. SX425 | ASSAM TIMES POST

১) কইনাধৰা পইন্টৰপৰা খানাপাৰা ৰটাৰীলৈকে।

২) কইনাধৰা পইন্টৰপৰা আছাম ৰাইফলছৰ বিল্ডিঙৰ সমীপলৈকে।

৩) অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ গেটৰপৰা ৰিচাৰ্চ গেটলৈকে।

৪) জিএছ ৰোড, বি বৰুৱা ৰোড, জিএনবি ৰোড, কেএলবি ৰোড আৰু এমজি ৰোড।

Share11Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা
BREAKING NEWS

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

by ASSAM TIMES POST
June 30, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case
National-International

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

July 21, 2026
50
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে
National-International

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

July 21, 2026
50
UPI Transaction : ইণ্টাৰনেট নাথাকিলেও কথা নাই, এতিয়াৰে পৰা কৰিব পাৰিব ইউ পি আই লেনদেন
Bussines

UPI Transaction : ইণ্টাৰনেট নাথাকিলেও কথা নাই, এতিয়াৰে পৰা কৰিব পাৰিব ইউ পি আই লেনদেন

July 21, 2026
50
Engineer suicide : ৫০ বাৰ চেষ্টা কৰিও চৰকাৰী চাকৰি নাপাই আত্মহত্যা স্বৰ্ণ পদক বিজয়ী অভিযন্তাৰ
National-International

Engineer suicide : ৫০ বাৰ চেষ্টা কৰিও চৰকাৰী চাকৰি নাপাই আত্মহত্যা স্বৰ্ণ পদক বিজয়ী অভিযন্তাৰ

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

July 21, 2026
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

July 21, 2026
UPI Transaction : ইণ্টাৰনেট নাথাকিলেও কথা নাই, এতিয়াৰে পৰা কৰিব পাৰিব ইউ পি আই লেনদেন

UPI Transaction : ইণ্টাৰনেট নাথাকিলেও কথা নাই, এতিয়াৰে পৰা কৰিব পাৰিব ইউ পি আই লেনদেন

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx