নিউজ ডেক্স:
জানেনে বাৰু আজিৰ দিনটোক কি হিচাপে পালন কৰা হয় বহু কেইখন মাৰ্কিন ৰাজ্যত?
# কলম্বাছ দিৱস #
১৪৯২চনৰ আজিৰ দিনটোতে ক্ৰিষ্ট’ফাৰ কলম্বাছে আমেৰিকা খন আৱিষ্কাৰ কৰিছিল ৷ সেই দিনটোক কলম্বাছ দিৱস হিচাপে পালন কৰে আৰু বহু কেইখন মাৰ্কিন ৰাজ্যত চৰকাৰী বন্ধ দিয়ে ৷
কলম্বাছ ইটালীৰ নাগৰিক আছিল ৷ তেখেতে পূবৰ শেষত নতুন পৃথিৱীলৈ যোৱাৰ সকলোতকৈ চমু পথৰ অনুসন্ধানত আট্লান্টিক মহাসাগৰেৰে ঘুৰি ফুৰিছিল ৷










