ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : নিশা শুবৰ সময়ত গৰম পানীত লং দি খাওক আৰু চমৎকাৰ চাওক

ASSAM TIMES POST by ASSAM TIMES POST
September 14, 2020
Reading Time: 1 min read
A A
0
স্বাস্থ্য : নিশা শুবৰ সময়ত গৰম পানীত লং দি খাওক আৰু চমৎকাৰ চাওক

logo new 2 12 | ASSAM TIMES POST
স্বাস্থ্য প্ৰতিবেদন:

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

ভাৰতীয় উপ-মহাদেশত ৰন্ধনত মচলা হিচাবে লঙৰ ব্যৱহাৰ বেছি। ইলাচি, ডালচেনি, লং… গৰম মচলা বুলিলেই প্রত্যেক পাকঘৰত এই কেইবিধ পোৱা যাব। কিন্তু লঙৰ গুণাগুণ কেৱল পাকঘৰতেই নগয়, তাৰ বাহিৰতো আছে। সুস্বাস্থ্যৰ বাবে লং বিভিন্ন ধৰণে আমাৰ উপকাৰত আহে। গৱেষণাত বাৰম্বাৰ প্রমাণিত হৈছে, ৰোগ নিৰাময়ত লঙৰ যথেষ্ট কার্যকাৰিতা আছে।

লঙত পোৱা যায় কার্বোহাইড্রেট, ফাইবাৰ, ভিটামিন কে আৰু মেঙ্গানিজ। মস্তিষ্কৰ বিভিন্ন কামকাজ সুস্থ ৰাখিবলৈ আৰু হাড় মজবুত কৰিবলৈ মেঙ্গানিজ খুব জৰুৰী। মেঙ্গানিজৰ এক উৎকৃষ্ট উৎস হ’ল লং। লঙত প্রচুৰ পৰিমাণে এন্টি-অক্সিডেন্ট থাকে, যিয়ে ফ্রি ৰেডিকলছ কমোৱাত সহায় কৰে। লঙৰ এটি উপাদান হ’ল ইউজেনল, যিয়ে প্রাকৃতিক এন্টি- অক্সিডেন্ট হিচাবে কাম কৰে।

Clove | ASSAM TIMES POSTপ্রত্যেক দিনা নিশা শোৱাৰ পূৰ্বে ১টা লং আৰু ১ গিলাচ গৰম পানী খালে বিভিন্ন ধৰণৰ ৰোগৰ পৰা সহজতেই মুক্তি পাব পাৰি। লঙে হজম প্রক্রিয়া উন্নত কৰাত সহায় কৰে। যেনে- গেছ, বমিভাব আৰু বদহজমৰ দৰে বহু সমস্যাত লং খুব উপকাৰী। এইবোৰৰ উপৰি লং প্রতিদিনে খালে ডিঙিৰ সংক্রমণৰ পৰা ৰেহাই পোৱা যায়। বুকুত জমা হৈ থকা কফ বাহিৰ হৈ যায়। হজম, পিত্তবিনাশক, হাঁপানি, জ্বৰ, বদহজম, কলেৰা, মূৰৰ বিষ, হাঁচি আৰু কাহৰ দৰে ৰোগতো ই বিশেষ উপকাৰী।

clove growing green leaves tree bali close up view buds 134918146 e1600051590673 | ASSAM TIMES POST

লঙৰ আৰু এটি উপাদান হ’ল নাইজেৰিচিন। বিভিন্ন পৰীক্ষাত দেখা গৈছে, এই উপাদানৰ বাবেই ৰক্তৰ পৰা শর্কৰা বিভিন্ন কোষত উপনীত কৰোৱা, ইনছুলিন উৎপাদনকাৰী কোষবোৰৰ কার্যক্ষমতা বঢ়োৱা আৰু ইনছুলিন নিঃসৃত হোৱাৰ পৰিমাণ বঢ়োৱাৰ দৰে কাম ভালভাবে হয়। তাৰ উপৰি মজলীয়া মাত্রাৰ ডায়েবেটিছ নিয়ন্ত্রণত লঙে ভাল কামত দিয়ে। ল’-ব’ন মাছ এনে এটি অৱস্থা, যিয়ে বয়োজ্যেষ্ঠসকলৰ মাজত অস্টিঅ’পোৰোছিছৰ সম্ভাৱনা বৃদ্ধি কৰে। কেইবাটাও পৰীক্ষাত দেখা গৈছে, লঙৰ উপাদানে হাড়ৰ শক্তি আৰু ব’ন ডেনচিটি বৃদ্ধিত সহায় কৰে।

Tags: Featured2
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
Rare pangolin rescued in Diphu

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx