ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলং: উলুকুঞ্চি আৰক্ষীয়ে এই অভিযান চলাই অসম মেঘালয় সীমান্তৰ উমলাফেৰ অঞ্চলৰ পৰা জব্দ কৰে ট্ৰাক খন । লগতে আটক কৰে দুগৰাকী কয়লা সৰবৰাহকাৰী সহ গাড়ীখনৰ চালক হেন্দিমেনক।
https://youtu.be/cMCpT2LdXQ8
AS01BB 6337 নম্বৰৰ ১২ চকীয়া ট্ৰাকখনে মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰৰ পৰা উলুকু্ঞ্চি হৈ ৰে কয়লাখিনি জাগীৰোডলৈ লৈ গৈছিল ।
আটকাধীন কয়লাৰ সৰবৰাহকাৰী দুজন হামৰেণৰ জাকবে টেৰণ আৰু দুৰ্মিনচন ৰংহাং । উল্লেখযোগ্য যে,জাকৱে টেৰণ হামৰেণৰ উমতিলি গাঁৱৰ চৰকাৰী গাঁওবুঢ়া ।













