ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নৰনাৰায়ণ সেতুত ৰেলৰ খুন্দাত দুই জোৱান নিহত

ASSAM TIMES POST by ASSAM TIMES POST
August 9, 2019
Reading Time: 1 min read
A A
0
2 Dead in Road Accident at Phulaguri

RELATED POSTS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

ASSAM TIMES POST

গোৱালপাৰাঃ গোৱালপাৰাৰ নৰনাৰায়ণ সেতুৰ ৰেল পথত যোৱা নিশা চলন্ত ৰেলে মহটিওৱাৰ ফলত থিতাতে নিহত হয় কনিষ্টবল কৰ্ণধৰ নাথ আৰু হাবিলদাৰ আবুল কালাম আজাদ৷ দুয়ো নৰনাৰায়ণ সেতু তালাচী চকীৰ জোৱান৷ প্ৰাপ্ত তথ্য অনুসৰি, নিশা প্রায় দহ বজাত নৰনাৰায়ণ সেতুৰ ওচৰৰ ৰেল পথত তালাচী চলাই সেতুৰ ফালে গৈ থকা অৱস্থাত গুৱাহাটী-বঙাইগাঁও ডেমো যাত্ৰীবাহী ৰেলে মহটিয়াই নিয়াত দুয়োৰে থিতাতে মৃত্যু হয়। কনিষ্টবল কৰ্ণধৰ নাথৰ ঘৰ পশ্চিম গোৱালপাৰাৰ বগুৱানত আৰু হাবিলদাৰ আবুল কালাম আজাদৰ ঘৰ গোৱালপাৰা চহৰৰ বাপুজীনগৰৰ শালবাৰীত। ঘটনাৰ ক্ষন্তেক পিছতে জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে।

Share4Tweet3Send

Related Posts

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested
BREAKING NEWS

Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested

by ASSAM TIMES POST
January 22, 2026
50
ADVERTISEMENT
‎Hotel illegally expanded : অনুমতি আছিল ছটা নিৰ্মাণৰ, নিৰ্মাণ কৰিলে ২৫টা, যাতায়াতৰ পথ এটাই : অগ্নিকাণ্ডত ২১জনৰ মৃত্যুৰ পাছত দৃষ্টিলৈ দিল্লীৰ হোটেল
National-International

June 3, 2026
50
IIT Entrance : সকলো অভিলেখ ভংগ : প্ৰথমবাৰ ১০ হাজাৰোধিক ছাত্ৰী উত্তীর্ণ আইআইটিত নামভৰ্তিৰ পৰীক্ষা জয়েণ্ট এণ্ট্ৰেন্স এডভান্সডত

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ
Economy

K Annamalai : দ্ৰাবিড় ভূমিত বিজেপি ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন : তামিলনাডুত বিজেপিৰ পোষ্টাৰ বয়ৰ পদত্যাগ
National-International

K Annamalai : দ্ৰাবিড় ভূমিত বিজেপি ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন : তামিলনাডুত বিজেপিৰ পোষ্টাৰ বয়ৰ পদত্যাগ

June 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎Hotel illegally expanded : অনুমতি আছিল ছটা নিৰ্মাণৰ, নিৰ্মাণ কৰিলে ২৫টা, যাতায়াতৰ পথ এটাই : অগ্নিকাণ্ডত ২১জনৰ মৃত্যুৰ পাছত দৃষ্টিলৈ দিল্লীৰ হোটেল

‎Hotel illegally expanded : অনুমতি আছিল ছটা নিৰ্মাণৰ, নিৰ্মাণ কৰিলে ২৫টা, যাতায়াতৰ পথ এটাই : অগ্নিকাণ্ডত ২১জনৰ মৃত্যুৰ পাছত দৃষ্টিলৈ দিল্লীৰ হোটেল

June 3, 2026
IIT Entrance : সকলো অভিলেখ ভংগ : প্ৰথমবাৰ ১০ হাজাৰোধিক ছাত্ৰী উত্তীর্ণ আইআইটিত নামভৰ্তিৰ পৰীক্ষা জয়েণ্ট এণ্ট্ৰেন্স এডভান্সডত

IIT Entrance : সকলো অভিলেখ ভংগ : প্ৰথমবাৰ ১০ হাজাৰোধিক ছাত্ৰী উত্তীর্ণ আইআইটিত নামভৰ্তিৰ পৰীক্ষা জয়েণ্ট এণ্ট্ৰেন্স এডভান্সডত

June 3, 2026
US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

June 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT