ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

হৃদৰোগ বা হাৰ্ট এটাকৰ প্ৰাথমিক চিকিৎসা:

ASSAM TIMES POST by ASSAM TIMES POST
June 29, 2020
Reading Time: 1 min read
A A
0
হৃদৰোগ বা হাৰ্ট এটাকৰ প্ৰাথমিক চিকিৎসা:

0 1 e1574345654996 6 1 2 6 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

ডিজিটেল ডেস্ক:

হার্ট এটাকত প্রতিবছৰে বিশ্বত সকলোতকৈ বেছি মানুহৰ মৃত্যু হয়। হঠাৎ বুকুত বিষ, মুহূর্ততেই শৰীৰ নিস্তেজ আৰু হস্পিটেললৈ নি ইটো সিটো কৰোতেই ৰোগী কমালৈ যায় বা মৃত্যুৰ কোলাত ঢলি পৰে। কিন্তু যদি হার্ট এটাকৰ পিছৰ পৰা হস্পিটেললৈ নিয়াৰ আগমুহূৰ্ত পর্যন্ত সময়খিনিত দিশহাৰা ন’হৈ বিচক্ষণতাৰ সৈতে প্রাথমিক চিকিৎসা দিয়া যায় তেতিয়া বিপদৰ হাতৰ পৰা ৰক্ষা পাব পাৰে ৰোগীয়ে। বহু সময়ত হঠাৎ প্রচণ্ড বুকুৰ বিষ আৰম্ভ হ’লে বিচলিত ন’হৈ স্থিৰ হৈ প্রাথমিক চিকিৎসাৰ সহায় লৈ ইয়াৰ পিছত তুৰন্তে হস্পিটেললৈ ৰাওনা হোৱা উচিত।

health corner3 | ASSAM TIMES POST

wpid photodune 467926 group of teens take cpr class m | ASSAM TIMES POST
Group of teenagers learing CPR (cardiopulmonary resuscitation) in school.

এই সময়খিনিত অসচেতনতাৰ ফলত হ’ব পাৰে হিতে বিপৰীত অৱস্থা। হার্ট এটাকৰ ঠিক পিছতেই ৰোগীক কেনে ধৰণৰ প্রাথমিক চিকিৎসা দিব পৰা যায় তাক তলত দিয়া হ’ল:

-ৰোগীৰ মুখত কোনো খাদ্য নিদিব। বুকুত প্রচণ্ড বিষ অনুভব হোৱাৰ লগে লগে ৰোগীক চিধা কৰি বিছনাত শুৱাই দিব লাগে। ইয়াৰ পিছত গাৰ কোনো কাপোৰ টান হৈ থাকিলে ঢিলা কৰি দিব লাগে আৰু যিমান পাৰি সোনকালে হস্পিটেললৈ লৈ যাব।

-এই সময়ত ৰোগীৰ জীবনৰ প্রতিটো মুহূর্তই মহা মূল্যবান। সেয়ে যি কৰা যায় দ্রুতভাৱে কৰিব লাগিব। কিন্তু অতি খৰখেদাকৈ কিবা কৰিবলৈ গৈ ভুল কৰিলে ৰোগীৰ জীবন অধিক সংকটত পৰিব পাৰে। এই সময়ত ৰোগীক এফলীয়াকৈ নাৰাখিব। তেওঁৰ ওচৰত থাকিব আৰু চিকিৎসক নহা পর্যন্ত তেওঁৰ প্রতিটো লক্ষণৰ ওপৰত নজৰ ৰাখিব লাগে। কিন্তু ৰোগীক লৈ ঘৰত বহি থকাটো সকলোতকৈ বিপজ্জনক।

-হস্পিটেললৈ নিয়াৰ পথত ৰোগীৰ মুখত এস্পিৰিন জাতীয় ঔষধ দিব পৰা যায়। কিন্তু ৰোগীক সেয়া চুহি বা চোবাই খাব দিব।

-ৰোগী যদি বেছি ঘামি থাকে তেনেহ’লে তেওঁৰ জিভাৰ তলত এক চামুচ গ্লুকোজ দিব পাৰে। কিন্তু ভুলতো কোনো ঠাণ্ডা আৰু মিঠা পানীয় তেওঁৰ মুখত দিব নোৱাৰিব।

-ৰোগীৰ যদি শ্বাস ল’বলৈ কষ্ট হয় আৰু শ্বাস চুটি হৈ যায় তেতিয়াহ’লে তেওঁক আধা শোৱা অৱস্থাত বহাই কাহ মৰাৰ চেষ্টা কৰাব লাগিব।

-ৰোগী অচেতন হৈ গ’লে আৰু কোনো সঁহাৰি নিদিলে চিপিআৰৰ সহায় ল’ব লাগিব। চিপিআৰ হ’ল হাতেৰে বুকুত লাহে লাহে চাপৰ সৃষ্টি কৰা আৰু মুখেৰে ৰোগীৰ মুখত শ্বাস-প্রশ্বাসৰ ব্যৱস্থা কৰা।

-প্ৰাথমিক চিকিৎসাৰ ফলাফলৰ ওপৰত নির্ভৰ নকৰি ৰোগীক এনে কোনো হস্পিটেললৈ লৈ যাব লাগে য’ত আধুনিক প্রযুক্তিসম্পন্ন আইচিইউ আছে আৰু পৃথক কার্ডিও বিভাগ আছে।

-স্থানীয় কোনো চিকিৎসকৰ চেম্বাৰত গৈ ক্ৰমিকভাৱে নাম লিখাই ৰখি নাথাকি পোনে পোনে ভাল কোনো হস্পিটেলৰ জৰুৰী বিভাগত ৰোগীক ভর্তি কৰাব লাগে।

-এই সময়ত কোনো অবৈজ্ঞানিক আৰু কুসংস্কাৰপূর্ণ চিকিৎসা ৰোগীৰ জীবনৰ বাবে ভাবুকি হিচাবে প্রমাণিত হ’ব পাৰে। সেয়ে এই সময়ছোৱাত আপোনজনৰ জীবনৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে বিচক্ষণতাৰ সৈতে প্রতিটো পদক্ষেপ ল’ব আৰু তেওঁক তুৰন্তে হস্পিটেললৈ নিয়াৰ ব্যৱস্থা কৰক।

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx