ASSAM TIMES POST, নগাঁও: নগাঁও আৰক্ষীৰ বৃহৎ সফলতা।
নগাঁও আৰক্ষীৰ জালত দুধৰ্ষ চোৰাং চিকাৰী ৱাহাব আলী।
ওৰাঙ অভয়াৰণ্যত গঁড় হত্যাৰ পৰিকল্পনাৰে বাহৰ পাতি আছিল চৰ অঞ্চলত।

নগাঁও আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিৰ নেতৃত্বত চলিছিল অভিযান।
উদ্ধাৰ এটা থ্ৰী নট ৰাইফল, চাইলেঞ্চাৰ আৰু সজীৱ গুলি।













