ASSAM TIMES POST
বোকাজানঃ
বোকাজানত হৃদয় বিদাৰক ঘটনা।
দুই কণমানি ছাত্ৰৰ পুখুৰীত পৰি মৃত্যু।
পানী খেলিবলৈ বটলত পানী ভৰাবলৈ গৈছিল পুখুৰীলৈ।
দুই ভাতৃ ক্ৰমে আয়ুস থাপা আৰু দৰ্শন থাপা।
আয়ুস দ্বিতীয় আৰু দর্শন চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ আছিল বোকাজান SNS একাডেমীৰ।
হোষ্টেলৰ পৰা আইতাকৰ ঘৰত ফুৰিবলৈ আহিছিল ভাতৃ দুই।
পিতৃ-মাতৃ গুজৰাটত কৰ্মৰত।
অঞ্চলজুৰি শোকৰ ছাঁ।













