ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলংঃ
শুকুৰবাৰে নিশা হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত বৈঠালাংছ’ৰ দাঁতিকাষৰীয়া নগাঁও জিলাৰ ৰাজাগাঁৱত সৃষ্টি হৈছে কৃত্ৰিম বানপানী।
ৰাজাগাঁও-আমচৈ পথৰ ওপৰেদি পানী বোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় অঞ্চলবাসী।
পাহাৰীয়া ঢলে বুৰাইছে বহুতৰে বাসগৃহ।
ব্যৱসায় প্ৰতিষ্ঠানতো সোমাইছে পানী।












