ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অসৎ নিৰ্দেশ অমান্য কৰাৰ বাবেই ১৫ বছৰীয়া কন্যাৰ পেট, বুকু, পিঠিত গোৰ পিতৃৰ

ASSAM TIMES POST by ASSAM TIMES POST
August 2, 2019
Reading Time: 1 min read
A A
0
অসৎ নিৰ্দেশ অমান্য কৰাৰ বাবেই ১৫ বছৰীয়া কন্যাৰ পেট, বুকু, পিঠিত গোৰ পিতৃৰ

assam times post 2 | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

জিতেন বৰকটকী, নগাঁওঃ বাৰিষাৰ বৰষুণে জেকা কৰা এখন চোতাল। এই চোতালখনতে চল্লিশ উৰ্দ্ধৰ এজন পিতৃয়ে ১৫ বছৰীয়া কন্যাক চুলিত ধৰি, বোকাত লেতিয়াই, চোঁচৰাই পেট, বুকু, পিঠিত ঘোঁচা, গোৰ আদি শোধাই গৈছে। পিতৃৰ প্ৰহাৰত কন্যাই চিঞৰি-চিঞৰি অৱশেষত চেতনালুপ্ত হৈ পৰি ৰয়।

উগ্ৰ মূৰ্তি ধাৰণ কৰা পিতৃৰ এনে কাৰ্য্ক বাধা দিবলৈ হাতত এডাল বাঁহ লৈ আগবঢ়ি আহে সত্তৰ উদ্ধৰ এগৰাকী বৃদ্ধা। বৃদ্ধাগৰাকীয়ে এই দানৱ ৰূপী পিতৃক বাঁহেৰে মৰিয়াই বাধা প্রদান কৰে।

মানৱতাক পদাঘাত কৰা এই ঘটনা সংঘটিত হৈছে অসমত। তাতোকৈও আচৰিত হ’বলগা কথা যে এজন পাষাণ পিতৃয়ে ১৫ বছৰীয়া কন্যাক এনেদৰে শাৰীৰিক নিৰ্যাতন চলাইছে।

41cfff02 bb6d 4d63 acfc 923d0dc474ae 1 | ASSAM TIMES POST

ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ঘটনাটো সংঘটিত হৈছে নগাঁও জিলাৰ চামগুৰি থানাৰ অন্তর্গত শিৱস্হানত শুকুৰবাৰে। জামালুদ্দিন নামৰ পাষাণ হৃদয়ৰ পিতৃয়ে যমৰূপ ধাৰণ কৰি এনেদৰে কন্যাৰ ওপৰত অমানুষিক অত্যাচাৰ চলোৱা দৃশ্যই প্ৰতিজন হৃদয়বান লোকক ব্যথিত কৰি তুলিছে।

ইপিনে ঘটনা সম্পর্কে স্হানীয় ৰাইজে আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে নিৰ্যাতিত কিশোৰীগৰাকীক উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। চিকিৎসাধীন হৈ থকা কিশোৰীগৰাকীৰ অৱস্থা সংকটজনক। ইপিনে আৰক্ষীয়ে জামালুদ্দিনক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। জামালুদ্দিনৰ অসৎ নিৰ্দেশ অমান্য কৰাৰ বাবেই তেওঁ কন্যাৰ ওপৰত এনেদৰে শাৰীৰিক নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন হৈছে।

Share4Tweet3Send

Related Posts

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested
BREAKING NEWS

Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested

by ASSAM TIMES POST
January 22, 2026
50
ADVERTISEMENT
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

June 3, 2026
50
8th Pay Commission I অষ্টম দৰমহা আয়োগত বৃদ্ধি পাব বৃহৎ পৰিমাণৰ দৰমহা, কি ফৰ্মূলাত দৰমহা বৃদ্ধি ?
National-International

8th Pay Commission I অষ্টম দৰমহা আয়োগত বৃদ্ধি পাব বৃহৎ পৰিমাণৰ দৰমহা, কি ফৰ্মূলাত দৰমহা বৃদ্ধি ?

June 3, 2026
50
Rudram-II Missile I শত্ৰুৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংসকাৰী ৰুদ্ৰম-২ মিছাইলৰ সফল পৰীক্ষণ
National-International

Rudram-II Missile I শত্ৰুৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংসকাৰী ৰুদ্ৰম-২ মিছাইলৰ সফল পৰীক্ষণ

June 3, 2026
50
Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

June 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

June 3, 2026
8th Pay Commission I অষ্টম দৰমহা আয়োগত বৃদ্ধি পাব বৃহৎ পৰিমাণৰ দৰমহা, কি ফৰ্মূলাত দৰমহা বৃদ্ধি ?

8th Pay Commission I অষ্টম দৰমহা আয়োগত বৃদ্ধি পাব বৃহৎ পৰিমাণৰ দৰমহা, কি ফৰ্মূলাত দৰমহা বৃদ্ধি ?

June 3, 2026
Rudram-II Missile I শত্ৰুৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংসকাৰী ৰুদ্ৰম-২ মিছাইলৰ সফল পৰীক্ষণ

Rudram-II Missile I শত্ৰুৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংসকাৰী ৰুদ্ৰম-২ মিছাইলৰ সফল পৰীক্ষণ

June 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx