ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সমগ্ৰ বিশ্ব গতি কৰিছে অতি মন্দাৰ দিশেঃ আই এম এফ

ASSAM TIMES POST by ASSAM TIMES POST
April 15, 2020
Reading Time: 1 min read
A A
0
সমগ্ৰ বিশ্ব গতি কৰিছে অতি মন্দাৰ দিশেঃ আই এম এফ

0 1 e1574345654996 6 1 2 2 7 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই

SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

নিউজ ডেস্ক:

চলিত বছৰত সমগ্ৰ বিশ্বৰ অর্থনৈতিক বৃদ্ধি ৩ শতাংশ কমিব৷ এই সতৰ্কবাৰ্তা দিছে আন্তৰ্জাতিক বিত্তীয় ভাণ্ডাৰ অৰ্থাৎ আই এম এফে৷ আইএমএফৰ স্পষ্ট বক্তব্য সমগ্ৰ বিশ্ব আন এটা অতি মন্দাৰ দিশে গতি কৰিছে৷ ১৯৩০ চলৰ পাছত এনে অৰ্থনৈতিক মন্দা পৃথিৱীত কেতিয়াও দেখা নগৈছিল৷ এই সংকট যিমান দীৰ্ঘ হ’ব, বিভিন্ন দেশ চৰকাৰ আৰু ৰিজাৰ্ভ বেংকবোৰে তাত কঠিন পৰীক্ষাৰ মাজত পৰিব৷

8665850771 f72ca8daa2 o | ASSAM TIMES POST

এইদৰে পূৰ্বাভাস দিছে আই এম এফে৷ উল্লেখ্য যে ক’ৰ’ণাৰ আতংকত থমকি গৈছে সমগ্ৰ বিশ্ব৷ ব্যতিক্ৰম নহয় ভাৰত৷ ইতিমধ্যে সমগ্ৰ বিশ্বৰ এক লাখৰো অধিক লোকৰ মৃত্যু হৈছে৷ আক্ৰান্ত ২০ লাখৰো অধিক লোক৷ পৰিস্থিতি মোকাবিলা কৰিবলৈ আমেৰিকা, ব্ৰিটেইন, জাৰ্মানী, ফ্ৰান্স, ইটালী, চীন আৰু জাপানৰ দৰে অৰ্থনীতিত শক্তিশালী দেশবোৰে চিন্তা কৰিব লগা হৈছে৷ ইতিমধ্যে যোগাযোগ ব্যৱস্থা আৰশ কল-কাৰখানা বন্ধ হৈ পৰিছে৷

এই মাৰাত্মক ভাইৰাছৰ বাবেই বিশ্বক অতি মন্দাৰ দিশে ঠেলি দিছে বুলি আশংকা কৰিছে অৰ্থনীতিবিদসকলে৷ আই এম এফৰ সাম্প্ৰতিক ৱ’ৰ্ল্ড ইকনমিক আউটলুকে কোৱা মতে এটা এতিয়া স্পষ্ট যে ১৯৩০ৰ অতি মন্দাৰ পাছত সচৰাচৰতে ভয়াৱহ মন্দাৰ বিৰুদ্ধে পৃথিৱী থিয় দিছে৷ এটা দহকৰ আগৰ অৰ্থনৈতিক সংকটেও চুই গৈছে৷ এই লকডাউন বিশ্বৰ অৰ্থনৈতিক বৃদ্ধিৰ নাটকীয়ভাৱে টানি ধৰিব৷

আই এম এফৰ প্ৰধান অৰ্থনীতিবিদ গীতা গোপীনাথে কয়, এই সংকটে বিশ্বই অহা দুবছৰত ৯ ট্ৰিলিয়ন ডলাৰ হেৰুৱাব৷ এই অংক জাৰ্মানী আৰু জাপানৰ দৰে দুই শিল্পোন্নত দেশত মুঠ জিডিপিৰ পৰিমাণতকৈ বেছি৷ সমগ্ৰ বিশ্বৰ অৰ্থনীতিত অতিমন্দাৰ প্ৰভাৱ সকলো দেশৰ অৰ্থনীতিতে পৰিব৷ এইদৰে সতৰ্ক বাৰ্তা দি আই এম এফে কয়, ক’ৰ’ণা মোকাবিলাত সফল হ’লেও এই মন্দা আঁতৰ কৰা সম্ভৱ নহ’ব৷

বিশ্ব অৰ্থনীতিৰ বৃদ্ধি ৫.৮ শতাংশ বেছি নহ’ব৷ আই এম এফৰ তথ্য মতে ২০০৯ চনৰ মন্দাৰ পাছত বিশ্ব অৰ্থনীতি ০.৭ শতাংশ সংকুচিত হৈছিল৷ এবাৰ সেয়া ৩ শতাংশ হৈছিল৷ আই এম এফৰ পৰা ইয়াৰ লগতে জনায় যে ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ যদি আঁতৰ নহয়, তেনেহ’লে অহা বছৰত অৱস্থা ইয়াতকৈ বেয়া হ’ব৷ সৰু আৰু দৰিদ্ৰ দেশবোৰৰ অৰ্থনীতি একেবাৰেই ভাঙি পৰিব৷ বিশ্ব অৰ্থনীতিত বৃদ্ধিৰ ক্ষেত্ৰত ৮ শতাংশ সংকুচিত হ’ব পাৰে৷

Tags: featured3
Share7Tweet3Send

Related Posts

CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই
National-International

by News Desk
July 24, 2026
50
SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

by News Desk
July 24, 2026
50
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ
National-International

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

by News Desk
July 23, 2026
50
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ

by Staff Reporter
July 23, 2026
50
ADVERTISEMENT
CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই
National-International

CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই

July 24, 2026
50
SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 24, 2026
50
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ
National-International

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
50
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি
National-International

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই

CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই

July 24, 2026
SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 24, 2026
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT