ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নুমলীগড় শোধনাগাৰৰ মহিলা কৰ্মচাৰীৰ উদ্যোগত কুৰুৱাবাহীত নাৰী দিৱস উদযাপন লগতে সজাগতা সভা আৰু প্ৰতিযোগিতা অনুষ্ঠিত

ASSAM TIMES POST by ASSAM TIMES POST
March 9, 2020
Reading Time: 1 min read
A A
0
নুমলীগড় শোধনাগাৰৰ মহিলা কৰ্মচাৰীৰ উদ্যোগত কুৰুৱাবাহীত নাৰী দিৱস উদযাপন লগতে সজাগতা সভা আৰু প্ৰতিযোগিতা অনুষ্ঠিত

0 1 e1574345654996 6 1 1 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ

Assam Announces Supplementary Exams for Higher Secondary Students

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

অজন্তা তালুকদাৰ

বোকাখাত : নুমলীগড় শোধণাগাৰৰ মহিলা কৰ্মচাৰীসকলৰ উদ্যোগত আৰু খতিয়াখলি তেজীমলা মহিলা সমিতি, খতীয়াখলি লেখিকা সমাৰোহ সমিতি, কুৰুৱাবাহী মহিলা সমিতি, চন্দ্ৰকলা মহিলা সমিতি, কুৰুৱাবাহী সত্ৰ মহিলা সমিতিৰ লগতে কুৰুৱাবাহী অঞ্চলৰ মহিলাসকলৰ সহযোগত আন্তৰ্জাতিক নাৰীদিৱস উদযাপন আৰু সজাগতা সভাৰ আয়োজন কৰা হয়।

e27c2fb7 1d9a 4d7e 9c2a a9e0a9498c8d e1583764374601 | ASSAM TIMES POSTWhatsApp Image 2020 03 09 at 6.01.34 PM e1583764481467 | ASSAM TIMES POST

খতিয়াখলি লেখিকা সমাৰোহৰ সমিতিৰ সভানেত্ৰী বন্দনা দত্তই পাতাকা উত্তোলন কৰে, স্মৃতি তৰ্পন কৰে কনকলতা মহিলা সমিতিৰ সভানেত্ৰী পদুম বৰাই, চন্দকলা মহিলা সমিতিৰ সভানেত্ৰী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰি নীৰুপমা শইকীয়াই খেল-ধেমালি উদ্বোধন কৰে। ভেশচন প্ৰতিযোগিতাৰ বিচাৰক হিচাপে নাট্যকাৰ, কবি-নাট্যকাৰ অমৰ শৰ্মা আৰু অভিনেতা জিতু কাকতিয়ে।

খেল পৰিচালনা কৰে অমৰ গগৈ, আৰু হেলেন বৰাই। নুমলীগড় শোধনাগাৰৰ মহিলাসকলৰ উদ্যোগত অনুষ্ঠিত সজাগতা সভাৰ আঁত ধৰে দেৱাহুতি বৰাই, নাৰী দিৱসৰ প্ৰসংগত বক্তব্য ৰাখে কুৰুৱাবাহীৰ সমাজকৰ্মী অৱসৰ প্ৰাপ্ত শিক্ষয়ত্ৰী নীলিমা ৰাজখোৱাই, সজাগতা সভাত জুইৰ পৰা সুৰক্ষা বিষয়ক বক্তব্য ৰাখে নুমলীগড় শোধনাগাৰৰ প্ৰৱন্ধক দিলীপ শৰ্মাই, স্তন কেঞ্চাৰৰ বিষয়ে বক্তব্য ৰাখে ডাক্তৰ বৰ্ণালী দেউৰীয়ে। নাৰীসকলৰ মাজত বিভিন্ন বিষয়ত প্ৰশ্নোত্তৰ শিতানত শুদ্ধ উত্তৰ দিত্তঁতাক পুৰস্কাৰ প্ৰদান কৰা হয়।

নুমলীগড় শোধনাগাৰৰ উইপচৰ সভানেত্ৰী চন্দনা গোস্বামী আৰু সম্পাদিকা শৰ্মীষ্ঠা দত্তৰ উদ্যোগত আয়োজন হোৱা অনুষ্ঠানটিৰ ব্যবস্থাপক হিচাপে আছিল মমতা শইকীয়া গগৈ। ঐচ্ছিক গমন প্ৰতিযোগিতাৰ প্ৰথম নিভা বৰা, ২য় বুলু বৰা আৰু ৩য় ৰাজু বৰা । উদগনি বঁটা লাভ কৰে দীপ্তি বৰা, অৰ্চনা বৰা আৰু স্মৃতিৰেখা দত্তই। মনোযোগ আকৰ্ষণ প্ৰতিযোগিতাৰ প্ৰথম ইলোৰা শইকীয়া দৰজাবাৰী, দ্বিতীয় জ্যোতিকা বৰা, খতিয়াখলি আৰু তৃতীয় মায়াশ্ৰী গগৈ, খতিয়াখলি।

২০০ মিটাৰ দৌৰৰ মহিলাৰ শাখাত প্ৰথম ৰশ্মী বৰা নেপালীখুটি, দ্বিতীয় মনোমতি দাস ৰজাবাৰী আৰু তৃতীয় স্থান জয়মতী মুঢ়া আৰু ইলোৰা শইকীয়াই লাভ কৰে। একে শিতানৰ ছোৱালীৰ শাখাত, প্ৰথম সংগীতা গগৈ নেপালীখুটি, দ্বিতীয় টুস্মিতা বৰা, খতিয়াখলি আৰু তৃতীয় তৃষ্ণা বৰাই লাভ কৰে। সংগীত চকীত, প্ৰথম পল্লৱী বৰা খতিয়াখলি, দ্বিতীয় লক্ষী বৰা খতিয়াখলি আৰু তৃতীয় অনু বৰুৱা দ’ ৰজাবাৰী। খৰকৈ খোজকঢ়া প্ৰতিযোগিতাৰ প্ৰথম নীশা বৰা, কুৰুৱাবাহী, দ্বিতীয় লক্ষী বৰা খতিয়া খলি আৰু তৃতীয় স্থান লাভ কৰে সীমা শইকীয়া আৰু দুলু বৰা দ’ ৰজাবাৰীয়ে।

Tags: feFeatured
Share4Tweet3Send

Related Posts

Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ
NORTHEAST

Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ

by News Desk
June 25, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ
NORTHEAST

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

by News Desk
June 23, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
ADVERTISEMENT
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
50
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026
50
‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx