ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪

নিউজ ডেস্কঃ

News Desk by News Desk
October 9, 2026
Reading Time: 1 min read
A A
0
BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪

RELATED POSTS

Heroin Seized : বঙালমৰাত ড্ৰাগছবিৰোধী অভিযান : সন্দেহযুক্ত হেৰ’ইনসহ পাঁচজনক আটক

Accident : কলিয়াবৰৰ মিছাত পথ দুৰ্ঘটনা

Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য

New Logo Smal 2 | ASSAM TIMES POST

বৰপেটাত (Barpeta) বিএছএফৰ বাছ দুৰ্ঘটনাগ্ৰস্ত (BSF bus accident)। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বিএছএফ জোৱান লৈ গৈ থকা বাছখনে এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয়। দুৰ্ঘটনাটোত ৩২ জন বিএছএফৰ জোৱান আহত হয়। ইয়াৰে ১৪ জনৰ অৱস্থা সংকটজনক।

আৰক্ষীৰ সূত্ৰ অনুসৰি, ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত ধুবুৰী অভিমুখে গৈ থকা বিএছএফৰ বাছখনে বৰপেটাৰ হাউলীৰ সমীপত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয়। ইয়াৰ প্ৰভাৱ ইমানেই প্ৰবল আছিল যে বাছখনৰ সন্মুখভাগ আৰু ট্ৰাকখন চেপেটা হৈ যায়। বাছখনত থকা বিএছএফৰ জোৱান আহত হয়। স্থানীয় ৰাইজে তেওঁলোকক উদ্ধাৰৰ ব্যৱস্থা কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়েও সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

barpeta | ASSAM TIMES POST
বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪

জানিব পৰা মতে, আহত বিএছএফৰ জোৱানসকলক বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, বিএছএফৰ জোৱানৰ বাছখনৰ চালক চামচুল হকৰ মৃত্যু হৈছে। তেওঁ গোৱালপাৰা জিলাৰ বাসিন্দা। আৰক্ষীয়ে জনোৱা মতে, কি কাৰণত দুৰ্ঘটনাটো সংঘটিত হ’ল তাৰ তদন্ত অব্যাহত আছে।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, তেওঁলোকে হঠাতে এটা প্ৰচণ্ড শব্দ শুনে। তাৰ পিছত বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱা দেখা পায়। বাছখনৰ ভিতৰত বিএছএফৰ জোৱানসকল আছিল। তেওঁলোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: BSFbusaccident
Share4Tweet3Send

Related Posts

Heroin Seized : বঙালমৰাত ড্ৰাগছবিৰোধী অভিযান : সন্দেহযুক্ত হেৰ’ইনসহ পাঁচজনক আটক
Assam

Heroin Seized : বঙালমৰাত ড্ৰাগছবিৰোধী অভিযান : সন্দেহযুক্ত হেৰ’ইনসহ পাঁচজনক আটক

by News Desk
October 12, 2026
50
Accident : কলিয়াবৰৰ মিছাত পথ দুৰ্ঘটনা
Assam

Accident : কলিয়াবৰৰ মিছাত পথ দুৰ্ঘটনা

by News Desk
October 12, 2026
50
Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য
Assam

Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য

by News Desk
October 8, 2026
52
Assam Nagaland border tense : অসম-নাগালেণ্ড সীমান্তত নগা উগ্ৰপন্থীৰ সন্ত্ৰাস, অপহৃত ব্যৱসায়ীক উদ্ধাৰ
Assam

Assam Nagaland border tense : অসম-নাগালেণ্ড সীমান্তত নগা উগ্ৰপন্থীৰ সন্ত্ৰাস, অপহৃত ব্যৱসায়ীক উদ্ধাৰ

by News Desk
October 8, 2026
58
Mahesh Brahma death : কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা : হাগ্ৰামাৰ ঘনিষ্ঠ মহেশ ব্ৰহ্মৰ মৃতদেহ উদ্ধাৰ
Assam

Mahesh Brahma death : কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা : হাগ্ৰামাৰ ঘনিষ্ঠ মহেশ ব্ৰহ্মৰ মৃতদেহ উদ্ধাৰ

by News Desk
October 8, 2026
52
Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ
Assam

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

by News Desk
October 6, 2026
54
ADVERTISEMENT
Gyanesh Kumar controversy : মুখ্য নিৰ্বাচন আয়ুক্তক ৰাজসাক্ষী হ’বলৈ ৰাহুল গান্ধীৰ দাবী, ২০০ আমোলাই প্ৰদান কৰিছে তথ্য
National-International

Gyanesh Kumar controversy : মুখ্য নিৰ্বাচন আয়ুক্তক ৰাজসাক্ষী হ’বলৈ ৰাহুল গান্ধীৰ দাবী, ২০০ আমোলাই প্ৰদান কৰিছে তথ্য

October 12, 2026
50
Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়
NORTHEAST

Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

October 12, 2026
50
Hormuz ship attack : হৰমুজত ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া জাহাজত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা
National-International

Hormuz ship attack : হৰমুজত ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া জাহাজত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা

October 12, 2026
50
Metro murder : মেট্ৰ’ৰ আসনক লৈ কাজিয়াত যাত্ৰীৰ মৃত্যু, দিল্লীত গ্ৰেপ্তাৰ পুত্ৰসহ প্ৰাক্তন আইএএছ বিষয়া
National-International

Metro murder : মেট্ৰ’ৰ আসনক লৈ কাজিয়াত যাত্ৰীৰ মৃত্যু, দিল্লীত গ্ৰেপ্তাৰ পুত্ৰসহ প্ৰাক্তন আইএএছ বিষয়া

October 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gyanesh Kumar controversy : মুখ্য নিৰ্বাচন আয়ুক্তক ৰাজসাক্ষী হ’বলৈ ৰাহুল গান্ধীৰ দাবী, ২০০ আমোলাই প্ৰদান কৰিছে তথ্য

Gyanesh Kumar controversy : মুখ্য নিৰ্বাচন আয়ুক্তক ৰাজসাক্ষী হ’বলৈ ৰাহুল গান্ধীৰ দাবী, ২০০ আমোলাই প্ৰদান কৰিছে তথ্য

October 12, 2026
Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

October 12, 2026
Hormuz ship attack : হৰমুজত ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া জাহাজত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা

Hormuz ship attack : হৰমুজত ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া জাহাজত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা

October 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d