ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home DIPHU

Tuliram Ranghang : তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ কাৰ্বি পাহাৰৰ প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ

ষ্টাফ ৰিপ'ৰ্টাৰঃ

News Desk by News Desk
September 5, 2026
Reading Time: 1 min read
A A
0

RELATED POSTS

Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

New Logo Smal | ASSAM TIMES POST

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ (Tuliram Ranghang) বিৰুদ্ধে ক্ষুণ্ণ হৈছে কাৰ্বি পাহাৰৰ ছয়টাকৈ প্ৰাক্তন বিদ্ৰোহী সংগঠন। তেওঁলোকৰ অভিযোগ, কাৰ্বি স্বায়ত্ত পৰিষদৰ চৰকাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থ হৈছে।

উল্লেখ্য যে ২০২১ চনৰ ৪ ছেপ্টেম্বৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কাৰ্বি আংলং জিলাৰ কেএলএনএলএফ (KLNLF), ইউপিএলএ (UPLA), পিডিচিকে (PDCK) আৰু কেপিএলটিৰ (KPLT) তিনিটা গোটকে ধৰি ছয়টা বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিছিল৷

এই চুক্তিত কাৰ্বি আংলং জিলাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ১০০০ কোটি টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ ইতিমধ্যে চৰকাৰে ইয়াৰে ৫০০ কোটি টকা মোকলাই যদিও সেই ধন খৰচৰ সঠিক হিচাপ নোপোৱাৰ অভিযোগ চুক্তি স্বাক্ষৰকাৰী সংগঠনকেইটাৰ নেতৃবৰ্গৰ৷ শান্তি চুক্তি স্বাক্ষৰৰ ৫ বছৰ হোৱা উপলক্ষে ডিফুত আয়োজিত এক সভাত ইয়াকে লৈ সংগঠনকেইটাৰ নেতৃবৰ্গই ক্ষোভ উজাৰে৷

karbi | ASSAM TIMES POST
তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ কাৰ্বি পাহাৰৰ প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ

আনহাতে, সংবাদ মাধ্যমৰ আগত দুই শান্তি চুক্তি স্বাক্ষৰকাৰী নেতা জন বে আৰু বিনোদ তিমুঙে ক্ষোভ প্ৰকাশ কৰি কয় যে শান্তি চুক্তিৰ ৫০০ কোটিৰ পৰিষদে অপব্যৱহাৰ কৰিছে৷ তেওঁলোকৰ অভিযোগ, ডিফু গান্ধী পাৰ্কৰ পৰা অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অন্তৰ্গত পথটোৰ কোনো আপত্তিবিহীন পত্ৰ নোলোৱাকৈ ৮ কিলোমিটাৰ ফ’ৰলেন পথ নিৰ্মাণ কৰি ১০৫ কোটি টকা খৰচ কৰা হ’ল৷ কিন্তু এই পথটোৰ বাবে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ তৰফৰ পৰা নিবিদা আহৱান কৰা হৈছে৷ আনহাতে, হামৰেণত ৬৫ কোটি টকাৰে কোনটো পথ নিৰ্মাণ কৰা হ’ল সেয়া তেওঁলোকে নাজানে বুলি কয়৷ বৰ্তমান সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰা বুলিও তেওঁলোকে কয়৷ উল্লেখ্য যে চুক্তিত স্বাক্ষৰ নকৰিলেও ছংবিজিত ইংতি কাথাৰ আছিল এই ৬টা সংগঠনৰ অন্যতম নেতা৷ কিন্তু শেহতীয়াভাৱে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কেন্দ্ৰীয় চৰকাৰে ছংবিজিতৰ লগতহে আলোচনা কৰাত আগ্ৰহী বুলি উল্লেখ কৰাক লৈ ক্ষুণ্ণ হৈ সংগঠনকেইটাই ইয়াৰ প্ৰতিবাদ কৰে৷

উল্লেখ্য যে ২০২১ চনৰ ৪ ছেপ্টেম্বৰত শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পিছতে ৯ অক্টোবৰত সকলো নেতা আৰু কেডাৰে বিজেপি দলত যোগদান কৰে৷ আনহাতে, সংগঠনকেইটাৰ ১৯২৬ গৰাকী প্ৰাক্তন বিদ্ৰোহীক ৰাজনৈতিক সংস্থাপন দিয়াৰ আশ্বাস দিয়া হৈছিল যদিও তেওঁলোকক বাৰে বাৰে প্ৰতাৰণা কৰাৰ অভিযোগ৷ যাৰ বাবে ২০২৭ চনৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত এই ৬টা সংগঠনৰ পৰা মনোনীত নেতাক বিজেপি দলে দলীয় প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে বিজেপিৰ বিৰুদ্ধে থিয় দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰা বুলিও প্ৰাক্তন বিদ্ৰোহী নেতাসকলে ঘোষণা কৰে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: TuliramRanghang
Share5Tweet3Send

Related Posts

Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা
DIPHU

Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা

by News Desk
October 7, 2026
52
Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান
DIPHU

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

by News Desk
October 5, 2026
57
Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন
DIPHU

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

by News Desk
October 4, 2026
62
Gandhi Jayanti : কাৰ্বি আংলং জিলা মহিলা সমিতিৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গান্ধীজয়ন্তী উদযাপন
DIPHU

Gandhi Jayanti : কাৰ্বি আংলং জিলা মহিলা সমিতিৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গান্ধীজয়ন্তী উদযাপন

by News Desk
October 2, 2026
53
KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা
DIPHU

KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

by News Desk
September 30, 2026
59
Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই
DIPHU

Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই

by News Desk
September 30, 2026
58
ADVERTISEMENT
Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 
National-International

Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 

October 13, 2026
50
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

October 13, 2026
50
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

October 13, 2026
50
Delhi protest : আৰক্ষীৰ গাড়ীত মাৰপিট, যৌনাংগত গোৰ, কাঢ়ি লৈ যোৱা হ’ল ফোন; দিল্লীৰ মহিলা প্ৰতিবাদকাৰীৰ অভিযোগ
National-International

Delhi protest : আৰক্ষীৰ গাড়ীত মাৰপিট, যৌনাংগত গোৰ, কাঢ়ি লৈ যোৱা হ’ল ফোন; দিল্লীৰ মহিলা প্ৰতিবাদকাৰীৰ অভিযোগ

October 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 

Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 

October 13, 2026
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

October 13, 2026
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

October 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d