ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফু চহৰক প্লাষ্টিকমুক্ত কৰাৰ বাবে ব্যাপক অভিযান ডিফু পৌৰ সভাৰ:

Staff Reporter by Staff Reporter
March 4, 2020
Reading Time: 1 min read
A A
0
ডিফু চহৰক প্লাষ্টিকমুক্ত কৰাৰ বাবে  ব্যাপক অভিযান ডিফু পৌৰ সভাৰ:

0 1 e1574345654996 6 1 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

ডিফু : ডিফু চহৰক প্লাষ্টিকমুক্ত কৰাৰ বাবে আজি ডিফু চহৰত আকষ্মিক ভাবে ব্যাপক অভিযান চলায় ডিফু পৌৰ সভাই ৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ মৌখিক আৰু জিলা দণ্ডাধীশৰ এক লিখিত নিৰ্দেশনাৰ প্ৰতি সম্মান জনাইয়ে আজি ডিফু পৌৰ সভাৰ অধ্যক্ষ ৰাহ ক্ৰ’ৰ নেতৃত্বত ডিফু চহৰৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান ব্যাপক অভিযান চলোৱা হয় ৷

অধ্যক্ষ গৰাকীক অনুসৰণ কৰি ডিফু পৌৰ সভাৰ কেইবাগৰাকী ৱাৰ্ড কমিচনাৰ, নগৰ সমিতিৰ বিষয়া -কৰ্মচাৰীয়ে প্লাষ্টিকৰ বিৰুদ্ধে অভিযান চলাই ডিফু চহৰৰ একাংশ খুচুৰা আৰু পাইকাৰী দোকানৰ পৰা দ’মে দ’মে ৰং- বিৰঙী প্লাষ্টিক উদ্ধাৰ কৰি নি সেইবোৰ জলাই দিয়ে ৷ সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত ডিফু পৌৰ সভাৰ অধ্যক্ষ ৰাহ ক্ৰ’ই কয় যে, ডিফু চহৰত প্লাষ্টিকৰ বিৰুদ্ধে পুৰ্বেও বহুবাৰ অভিযান চলোৱা হৈছিল আৰু ব্যৱসায়ী সকলক জনস্বাস্থ্যৰ প্ৰতি ভাবুকি স্বৰুপ প্লাষ্টিকৰ বিক্ৰি আৰু সংৰক্ষণৰ ওপৰত নিষেধাজ্ঞা জাৰী কৰি হৈছিল ৷

ইয়াৰ পিছত চহৰখনৰ প্ৰায় ৯০ শতাংশ দোকানে কাপোৰৰ বা কাগজৰ মোনা, ঠুঙা আদি ৰাখিছিল যদিও ইয়াৰে প্ৰায় ১০ শতাংশ ব্যৱসায়ীয়ে নিৰ্দেশনা বা সতৰ্কতাক উলংঘন কৰি প্লাষ্টিক মোনাৰ বিক্ৰি আৰু সংৰক্ষণ কাম চলাই আছিল, সেয়ে আজি পুণৰ এই সকল ব্যৱসায়ী সকলৰ বিৰুদ্ধে অভিযান চলাই তেওঁলোকে ৰখা প্লাষ্টিক সমূহ জব্দ কৰা হয় আৰু প্ৰথমবাৰৰ বাবে ১০০০ হাজাৰ টকা আৰু পূৰ্বে সতৰ্ক কৰি ৰখা সকলৰ নিষেধাজ্ঞা ভংগ কৰাৰ বাবে ১০,০০০ টকাৰ জৰিমনা বিহা হব বুলি কয় ৷ আনহাতে ডিফু পৌৰ সভাৰ এনে প্ৰচেষ্টাক ৰাইজে শলাগ লৈছে ৷

Share5Tweet3Send

Related Posts

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা
KARBI ANGLONG

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

by Staff Reporter
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by Staff Reporter
May 29, 2026
50
Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী
KARBI ANGLONG

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
ADVERTISEMENT
Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত
National-International

Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত

June 2, 2026
50
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ
National-International

Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

June 2, 2026
50
India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ
National-International

India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ

June 2, 2026
50
US-Iran war ceasefire : ‘এতিয়াও যুদ্ধ শেষ হোৱা নাই’ : যুদ্ধবিৰতিত সন্মত হ’লেও হুংকাৰ মোজতাবাৰ
National-International

Iran crisis । হৰমুজৰ দৰে অৱৰোধ কৰিব আন এটা প্ৰণালী, ইৰাণৰ পুনৰ সকীয়নি

June 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত

Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত

June 2, 2026
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

June 2, 2026
India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ

India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ

June 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx