ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

নিউজ ডেস্কঃ

News Desk by News Desk
August 13, 2026
Reading Time: 1 min read
A A
0
India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ

Delhi Blast case : দিল্লী বিস্ফোৰণৰ আঁৰত আছিল আল কায়দাৰ উপমহাদেশীয় শাখা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী

ভাৰত-চীন সীমান্ত (India-China border)ৰ পৰিস্থিতি বৰ্তমান সুস্থিৰ। চিন্তাৰ কোনো কাৰণ নাই। বুধবাৰে বেইজিঙে এইদৰে কয়। অৱশ্যে অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল (Border area of Arunachal Pradesh)ত চীনা সেনাৰ তথাকথিত কাৰ্যকলাপক লৈ উদ্ভৱ হোৱা নতুন বিতৰ্কক লৈ মৌনতা অৱলম্বন (Adopting silence) কৰিছে চীনা কৰ্তৃপক্ষ (Chinese authorities)ই।

বিগত কিছুদিন ধৰি ছ’চিয়েল মিডিয়াত প্ৰচাৰিত একাংশ ভিডিঅ’ত ভাৰত-চীন সীমান্তত চীনা সেনাৰ উল্লেখযোগ্য কাৰ্যকলাপ চলি থকা বুলি দাবী কৰা হৈছে। বুধবাৰে এই সন্দৰ্ভত সোধাত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গুও জিয়াকুনে চীনৰ সেনাৰ কাৰ্যকলাপৰ সন্দৰ্ভত পোনপটীয়াকৈ কোনো মন্তব্যকৰাৰ পৰা বিৰত থাকে।

অৱশ্যে তেওঁ কয়, “যোৱা সপ্তাহত চীন আৰু ভাৰতে সীমান্ত বিষয়টোক লৈ এখন বৈঠক অনুষ্ঠিত কৰিছিল। দুয়োপক্ষই কূটনৈতিক আৰু সামৰিক মাধ্যমেৰে যোগাযোগ বজাই ৰাখিছে। আমি সীমান্তত শান্তি আৰু স্থিতিশীলতা বজাই ৰাখিবলৈ একেলগে কাম কৰি আছোঁ।”

চীনে বিগত সময়ত বিভিন্ন সময়ত অৰুণাচলৰ বিভিন্ন ঠাইৰ নামকৰণ কৰি আহিছে। ভাৰতেও উপযুক্তভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াৰ দ্বাৰা স্পষ্ট কৰি দিয়া হৈছে যে নামকৰণৰ কোনো তাৎপৰ্য নাই।

ap1 | ASSAM TIMES POST
ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

ইফালে শুকুৰবাৰে দিল্লীয়ে অৰুণাচল প্ৰদেশৰ ২৭টা অঞ্চলক আনুষ্ঠানিকভাৱে মানচিত্ৰত ভাৰতীয় নামেৰে চিহ্নিত কৰে। এই ক্ষেত্ৰত বেইজিঙে আপত্তি কৰে। চীনৰ বৈদেশিক মন্ত্ৰালয়ে সোমবাৰে এক বিবৃতিত ভাৰতীয় নামকৰণ অবৈধ বুলি দাবী কৰে।

এই সন্দৰ্ভত মঙলবাৰে নতুন দিল্লীয়ে মুখ খোলে। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে স্পষ্ট কৰি দিয়ে, “অৰুণাচল ভাৰতৰ এক অবিচ্ছেদ্য অংগ আৰু এই বাস্তৱিক পৰিস্থিতি সলনি কৰিব নোৱাৰি।” একে সময়তে ভাৰতে চীনক স্পষ্ট কৰি দিছে যে প্ৰকৃত নিয়ন্ত্ৰণৰেখাত শান্তি বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰৰ মতে, ভাৰত-চীন সীমান্তৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব দুয়োখন দেশৰ ‘বৃহত্তৰ দ্বিপাক্ষিক সম্পৰ্ক’। বুধবাৰে বেইজিঙে কয় যে ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সম্প্ৰতি সুস্থিৰ।

২০২০ চনত লাডাখৰ গালৱান উপত্যকাত চীনা সেনাই ভাৰতীয় বাহিনীক আক্ৰমণ কৰিছিল। সেই ঘটনাৰ পিছৰে পৰা চাৰি বছৰতকৈও অধিক সময় ধৰি দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কত অচলাৱস্থাৰ সৃষ্টি হৈছে। অৱশেষত ২০২৪ চনত ৰাছিয়াৰ কাজানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে সাক্ষাৎ কৰে। তেতিয়াৰে পৰাই দ্বিপাক্ষিক সম্পৰ্ক ক্ৰমান্বয়ে পুনৰ উন্নত হ’বলৈ আৰম্ভ কৰিছে। কিন্তু অৰুণাচলত ভাৰত-চীন সীমান্তক লৈ দুয়োখন দেশৰ মাজত নতুন উত্তেজনাৰ সৃষ্টি হৈছে। ভাৰত আৰু চীন দুয়োখন দেশে স্পষ্ট কৰি দিছে যে দ্বিপাক্ষিক কূটনৈতিক সম্পৰ্ক সীমান্তৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰশীলউল্লেখ্য যে ছেপ্টেম্বৰ মাহত জিনপিং ভাৰতলৈ অহাৰ কথা। মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনা আছে।

Tags: IndiaChinaconflict
Share4Tweet3Send

Related Posts

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ
National-International

by News Desk
August 13, 2026
50
Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ
National-International

Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ

by News Desk
August 13, 2026
50
Delhi Blast case : দিল্লী বিস্ফোৰণৰ আঁৰত আছিল আল কায়দাৰ উপমহাদেশীয় শাখা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী
National-International

Delhi Blast case : দিল্লী বিস্ফোৰণৰ আঁৰত আছিল আল কায়দাৰ উপমহাদেশীয় শাখা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী

by News Desk
August 13, 2026
50
Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ
National-International

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

by News Desk
August 12, 2026
50
Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল
National-International

Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

by News Desk
August 12, 2026
50
Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী
National-International

Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী

by News Desk
August 12, 2026
50
ADVERTISEMENT
NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ
National-International

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

August 13, 2026
50
India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত
National-International

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

August 13, 2026
50
Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati
NORTHEAST

Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

August 13, 2026
50
Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ
National-International

Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ

August 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

August 13, 2026
India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

August 13, 2026
Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

August 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT