ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Caugh Syrup : এতিয়াৰে পৰা কাহৰ চিৰাপ কিনিবলৈ লাগিব প্ৰেছক্ৰিপচন

নিউজ ডেস্কঃ

News Desk by News Desk
June 16, 2026
Reading Time: 1 min read
A A
0
Caugh Syrup : এতিয়াৰে পৰা কাহৰ চিৰাপ কিনিবলৈ লাগিব প্ৰেছক্ৰিপচন

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

এতিয়াৰে পৰা কাহৰ চিৰাপ (Caugh Syrup) কিনিবলৈ ডাক্তৰৰ প্ৰেছক্ৰিপচনৰ প্ৰয়োজন (Doctor’s prescription needed) হ’ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই সন্দৰ্ভত গেজেট অধিসূচনা জাৰি কৰিছে। সকলো ধৰণৰ ‘চিৰাপ’ এতিয়া প্ৰেছক্ৰিপচনৰ সৈতে ক্ৰয় কৰিব লাগিব।

ভাৰত চৰকাৰে ৯ জুনত এই আদেশ জাৰি কৰিছিল। আদেশ অনুসৰি, ‘ড্ৰাগছ ৰুলছ, ১৯৪৫’ৰ ‘শ্বেডুল কে’ৰ পৰা ‘চিৰাপ’ শব্দটো আঁতৰাই দিয়া হৈছে। ‘Schedule K’ ত অনুজ্ঞাপত্ৰপ্ৰাপ্ত ফাৰ্মাচীসমূহে বিক্ৰী কৰিব পৰা ঔষধৰ তালিকা সন্নিবিষ্ট কৰা হৈছে। বিভিন্ন প্ৰতিবেদন অনুসৰি, এই তালিকাত অন্তৰ্ভুক্ত ঔষধসমূহ ‘ঔষধ আৰু প্ৰসাধন সামগ্ৰী আইন, ১৯৪০’ৰ কিছুমান চৰ্ত বা নিয়মৰ পৰা ৰেহাই দিয়া হৈছে।

syrup | ASSAM TIMES POST
এতিয়াৰে পৰা কাহৰ চিৰাপ কিনিবলৈ লাগিব প্ৰেছক্ৰিপচন

‘ড্ৰাগছ টেকনিকেল এডভাইজাৰী ব’ৰ্ড’ৰ লগত আলোচনা কৰি ‘ড্ৰাগছ এণ্ড কচমেটিকছ এক্ট’ৰ ১২ আৰু ৩৩ নং ধাৰাত প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি আদেশত উল্লেখ কৰা হৈছে।

২০২৫ চনৰ ডিচেম্বৰ মাহত ইয়াৰ খচৰা প্ৰকাশ পোৱাৰ পিছত কোনো আপত্তি উত্থাপন নোহোৱাত এতিয়া এই পৰিৱৰ্তন আনুষ্ঠানিকভাৱে কাৰ্যকৰী হৈছে।

২০২৫ চনত ৰাজস্থান আৰু মধ্যপ্ৰদেশত ডাই-ইথাইলিন গ্লাইকল কাহ চিৰাপ সেৱন কৰি প্ৰায় ২৪ টা শিশুৰ মৃত্যু হৈছিল। এই চিৰাপবোৰ ‘শ্ব্ৰেছান ফাৰ্মাচিউটিকেলছ’ৰ দ্বাৰা নিৰ্মিত ‘কলড্ৰিফ’ৰ ঘৰুৱা বেটচৰ অংশ আছিল।

ইয়াৰ পূৰ্বে উজবেকিস্তানকে ধৰি বিভিন্ন দেশত ভাৰতত উৎপাদিত দূষিত বা ত্ৰুটিপূৰ্ণ চিৰাপ খাই শিশুৰ মৃত্যুৰ ঘটনা পোহৰলৈ আহে।

Tags: CaughSyrup
Share4Tweet3Send

Related Posts

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
National-International

by News Desk
June 16, 2026
50
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ
National-International

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

by News Desk
June 16, 2026
50
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎
National-International

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

by News Desk
June 16, 2026
50
Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’

Five states Election : সময়ৰ আগতেই হোৱাৰ সম্ভাৱনা ৫ ৰাজ্যৰ নিৰ্বাচন : সাজু হ’ল বিজেপি

Telegram : ভাৰতত বন্ধ টেলিগ্ৰাম পৰিসেৱা, নীট পৰীক্ষাত নকল ৰোধৰ এক বৃহৎ পদক্ষেপ

ADVERTISEMENT
Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
National-International

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

June 16, 2026
50
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ
National-International

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

June 16, 2026
50
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎
National-International

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

June 16, 2026
50
Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’
National-International

Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’

June 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

June 16, 2026
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

June 16, 2026
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

June 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT