ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Twisha Sarma case I প্ৰেম তেতিয়াহে উপভোগ কৰিব পাৰি যেতিয়া পৰস্পৰৰ প্ৰতি ঘৃণা থাকে, দেশ কঁপোৱা ত্বিশা মৃত্যুকাণ্ডত স্বামীৰ ৰহস্যজনক বাৰ্তা

Staff Reporter by Staff Reporter
May 22, 2026
Reading Time: 1 min read
A A
0
Twisha Sarma case I প্ৰেম তেতিয়াহে উপভোগ কৰিব পাৰি যেতিয়া পৰস্পৰৰ প্ৰতি ঘৃণা থাকে, দেশ কঁপোৱা ত্বিশা মৃত্যুকাণ্ডত স্বামীৰ ৰহস্যজনক বাৰ্তা

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

বিগত কিছুদিন ধৰি এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ দেশত তোলপাৰ লাগি আছে। ভূপালৰ ত্বিশা শৰ্মা (Twisha Sarma) নামৰ মডেলগৰাকীৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাই ক্ৰমাৎ ৰহস্যৰ সৃষ্টি কৰি আহিছে।

Twisha Sarma case I
দেশ কঁপোৱা ত্বিশা মৃত্যুকাণ্ডত স্বামীৰ ৰহস্যজনক বাৰ্তা:

ইফালে ত্বিশা শৰ্মাৰ মৃত্যুত স্বামীৰ এটা ভিডিঅ’ মেছেজক লৈ ৰহস্য বাঢ়িছে। বিবাহ অনুষ্ঠানত নিৰ্মিত এই ভিডিঅ’টো এতিয়া তদন্তকাৰীৰ স্কেনাৰত।

উক্ত ভিডিঅ’ মেছেজৰ জৰিয়তে ত্বিশাৰ স্বামী সমৰ্থ সিঙে তেওঁলোকৰ সম্পৰ্কৰ ছবিখন স্পষ্ট কৰিব বিচাৰিছে নেকি? চুটি ভিডিঅ’টোত সমৰ্থই কৈছে, “প্ৰেম তেতিয়াহে উপভোগ কৰিব পাৰি যেতিয়া ইজনে সিজনৰ প্ৰতি ঘৃণা থাকে। আৰু এই ক্ষেত্ৰত আমি দুয়োজনেই প্ৰতিশ্ৰুতিবদ্ধ শত্ৰু।”

বিয়াৰ ভিডিঅ’টো প্ৰকাশ পোৱাৰ লগে লগে ত্বিশাৰ মৃত্যুক লৈ বিভিন্ন তত্ত্ব প্ৰচাৰ হ’বলৈ ধৰে। তদন্তকাৰীয়ে তদন্ত আৰম্ভ কৰিছে যে এই শব্দবোৰৰ মাজত কোনো অন্তৰ্নিহিত অৰ্থ আছে নেকি, ত্বিশা-সমৰ্থৰ সম্পৰ্কত কোনো গোপন কথা লুকাই আছিল নেকি। কিন্তু বহু আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীয়ে ত্বিশাৰ মৃত্যুক সহজভাৱে মানি ল’ব পৰা নাই।

শহুৰকেৰ ঘৰৰ মানুহে ত্বিশাই আত্মহত্যা কৰা বুলি দাবী কৰিছে যদিও চিনাকি আৰু ঘনিষ্ঠ বন্ধুসকলে জোৰ দি কৈছে যে নয়ডাৰ এই যুৱতীগৰাকীয়ে আত্মহত্যা কৰিব নোৱাৰে। ত্বিশাৰ মৃত্যুৰ পিছত শাহুৱেক তথা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ গিৰিবালা সিঙে বোৱাৰীয়েকৰ চৰিত্ৰ, ব্যক্তিত্ব, আচৰণ আৰু সংস্কাৰৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে।

কেৱল সেয়াই নহয়, গিৰিবালাই অভিযোগ কৰে যে ত্বিশাই নিজৰ ইচ্ছামতে গৰ্ভপাত কৰিছিল। তেওঁ মানসিক অৱসাদগ্ৰস্ত আছিল। চিকিৎসাও কৰিছিল। অৱশ্যে ত্বিশাৰ পৰিয়ালে শহুৰ-শাহুৰ সকলো অভিযোগ মিছা বুলি প্ৰতিবাদী দাবী উত্থাপন কৰিছে। আৰক্ষীয়ে সঠিক তদন্ত নকৰাৰো অভিযোগ।

সমৰ্থৰ পৰিয়ালে তদন্তত প্ৰভাৱ পেলাইছে, কাৰণ তেওঁলোক প্ৰভাৱশালী লোক। ত্বিশাৰ শাহুৱেকৰ অন্তৱৰ্তীকালীন জামিনক মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হ’ব বুলিও সকীয়াই দিছে ত্বিশাৰ পৰিয়ালে। ত্বিশাৰ জ্যেষ্ঠ ভাতৃ মেজৰ হৰ্ষিত শৰ্মাই অভিযোগ কৰে যে এটা বা দুটা ঘটনা কাকতলীয়া হ’ব পাৰে।

কিন্তু যেতিয়া একেৰাহে কেইবাটাও ঘটনা সংঘটিত হ’বলৈ আৰম্ভ কৰে, তেতিয়া ইয়াক কেনেকৈ কাকতলীয়া বুলি মানি ল’ব পাৰি? হৰ্ষিতে দাবী কৰে যে ত্বিশাৰ মৃত্যু কোনো কাকতলীয়া ফল নহয়। ভগ্নীৰ মৃত্যুৰ আঁৰত গভীৰ ষড়যন্ত্ৰ আছে। মেজৰ হৰ্ষিতে দাবী কৰে যে ত্বিশাক সুপৰিকল্পিতভাৱে হত্যা কৰা হৈছে।

অৱশ্যে তেওঁ সকীয়াই দিছে যে ইয়াৰ অন্ত দেখাৰ পিছতহে তেওঁ শান্ত হ’ব। ত্বিশা নয়ডাৰ বাসিন্দা। অৱশ্যে তেওঁ বিয়া হৈ ভূপালত বাস কৰিছিল। যোৱা ১২ মে’ত ত্বিশাৰ চিপলোৱা মৃতদেহ ভূপালৰ কাটৰা পাহাৰ অঞ্চলৰ শহুৰেকৰ ঘৰৰ পৰা উদ্ধাৰ হয়। ত্বিশাৰ স্বামী সমৰ্থ সিং আৰু শাহুৱেক গিৰিবালা সিঙে ত্বিশাক হত্যা কৰাৰ অভিযোগ পিতৃ পৰিয়ালৰ।

অৱশ্যে গিৰিবালাই এই অভিযোগ অস্বীকাৰ কৰে। তেওঁ প্ৰত্যুত্তৰ দি বোৱাৰীয়েকক ড্ৰাগছ আসক্ত বুলি দাবী কৰে। কেইদিনমান আগতে ত্বিশাই গৰ্ভৱতী বুলি গম পাইছিল। আৰু সেইটোৱে তেওঁৰ বোৱাৰীয়েকক মানসিকভাৱে আৰু অধিক বিচলিত কৰিছিল বুলি গিৰিবালাই দাবী কৰে।

তেওঁ দাবী কৰে যে ত্বিশা মাতৃ হ’বলৈ ইচ্ছুক নাছিল। গৰ্ভৱতী অৱস্থাতো ড্ৰাগছ সেৱন কৰিছিল। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত সেই দাবী খণ্ডন কৰা হৈছে। ভূপাল আৰক্ষী আয়ুক্তই কয়, “মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ড্ৰাগছৰ কোনো উল্লেখ নাই। তদন্তৰ সময়তো আমি একো পোৱা নাছিলো।”

Tags: দেশ কঁপোৱা ত্বিশা মৃত্যুকাণ্ডত স্বামীৰ ৰহস্যজনক বাৰ্তাপ্ৰেম তেতিয়াহে উপভোগ কৰিব পাৰিযেতিয়া পৰস্পৰৰ প্ৰতি ঘৃণা থাকে
Share4Tweet3Send

Related Posts

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ
National-International

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

by News Desk
May 22, 2026
50
Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ
National-International

Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

by News Desk
May 22, 2026
50
Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়
National-International

Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

by News Desk
May 22, 2026
50
Puri : পুৰীত হোটেল ভাড়া হঠাৎ আকাশলংঘী
National-International

Puri : পুৰীত হোটেল ভাড়া হঠাৎ আকাশলংঘী

by News Desk
May 22, 2026
50
Rajya Sabha Election : অহা মাহত ৰাজ্যসভাৰ ২৬খন আসনৰ নিৰ্বাচন
National-International

Rajya Sabha Election : অহা মাহত ৰাজ্যসভাৰ ২৬খন আসনৰ নিৰ্বাচন

by News Desk
May 22, 2026
50
‎‎Mount Everest : মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি উভতি অহাৰ পথত অসুস্থ হৈ ২ ভাৰতীয় পৰ্বতাৰোহীৰ মৃত্যু
National-International

‎‎Mount Everest : মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি উভতি অহাৰ পথত অসুস্থ হৈ ২ ভাৰতীয় পৰ্বতাৰোহীৰ মৃত্যু

by News Desk
May 22, 2026
50
ADVERTISEMENT
Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ
National-International

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

May 22, 2026
50
Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ
National-International

Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

May 22, 2026
50
Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়
National-International

Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

May 22, 2026
50
Puri : পুৰীত হোটেল ভাড়া হঠাৎ আকাশলংঘী
National-International

Puri : পুৰীত হোটেল ভাড়া হঠাৎ আকাশলংঘী

May 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

May 22, 2026
Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

May 22, 2026
Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

May 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx