ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Iran war I ইৰাণত আবদ্ধ ভাৰতীয় ছাত্ৰ-ছাত্ৰীক ঘূৰাই অনা হ’ল দেশলৈ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 16, 2026
Reading Time: 1 min read
A A
0
Iran’s revenge : ইৰাণৰ ভয়ংকৰ প্ৰতিশোধ : ডুবাই-বাহৰেইনত বিস্ফোৰণ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

‎বিজয় শপতগ্ৰহণত বন্দে মাতৰম সংগীত

‎মালিত সন্ত্ৰাসবাদীৰ তাণ্ডৱ I ৭০ৰ অধিক লোকক হত্যা, দায়িত্ব স্বীকাৰ আল-কায়দাৰ

‎একে সময়তে একাধিক পাৰমাণৱিক বোমা নিক্ষেপ কৰিব অগ্নি-৫ এ I ডিআৰডিঅ’ৰ সফল পৰীক্ষা

যুদ্ধ পৰিস্থিতিৰ (Iran War) বাবে ইৰাণত আবদ্ধ ভাৰতীয়সকলক ঘূৰাই অনাৰ কাম আৰম্ভ কৰিছে কেন্দ্ৰই। দেওবাৰে বিশেষ বিমানেৰে আৰ্মেনিয়া হৈ নতুন দিল্লীলৈ উভতি আহিছে প্ৰায় ৭০ জন ভাৰতীয়। আৰ্মেনিয়াৰ ৰাজধানী ইয়েৰেভান বিমানবন্দৰৰ পৰা দিল্লীত উপস্থিত হয় এই বিমানখন। ইৰাণৰ পৰা উভতি অহা ভাৰতীয়ৰ ভিতৰত ৭০ গৰাকী ছাত্ৰ-ছাত্ৰী।

Iran war I
ইৰাণত আবদ্ধ ভাৰতীয় ছাত্ৰ-ছাত্ৰীক ঘূৰাই অনা হ’ল দেশলৈ:

ইয়াৰে অধিকাংশই জম্মু-কাশ্মীৰৰ বাসিন্দা বুলি কোৱা হৈছে। ইয়েৰেভানৰ পৰা ডুবাই হৈ দিল্লীলৈ আহে বিমানখন। জম্মু-কাশ্মীৰ চৰকাৰে তেওঁলোকক নিজ নিজ গন্তব্যস্থানলৈ লৈ যাবলৈ নতুন দিল্লীৰ পৰা এখন বিশেষ বাছৰ ব্যৱস্থা কৰিছিল।

সেই বাছতেই তেওঁলোকক শ্ৰীনগৰলৈ লৈ যোৱা হয়। শীঘ্ৰে আৰু ৬০ গৰাকী ছাত্ৰ-ছাত্ৰীক লৈ দ্বিতীয়খন বিমান দিল্লীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। সূত্ৰ অনুসৰি, আগন্তুক কেইদিনমানৰ ভিতৰত আবদ্ধ ভাৰতীয়ক কঢ়িয়াই অনা আৰু কেইবাখনো বিমান ঘৰলৈ উভতিব।

যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আগতে ইৰাণত প্ৰায় ৯ হাজাৰ ভাৰতীয় আছিল। ইয়াৰে অধিকাংশই শিক্ষাৰ্থী। এই ভাৰতীয়সকলৰ অধিকাংশই জম্মু-কাশ্মীৰৰ বাসিন্দা। ইয়াৰ উপৰি উত্তৰ প্ৰদেশৰ লগতে আন কিছু ৰাজ্যৰ বাসিন্দাও আছে।

সৰ্বাধিকসংখ্যক প্ৰবাসী ভাৰতীয় এই দুখন চহৰত বাস কৰে। ইৰাণৰ ৰাজধানী তেহৰাণৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ দূৰৈত কুম অৱস্থিত। ফ্লাই ডুবাইৰ দ্বাৰা পৰিচালিত বিশেষ বিমানেৰে দেওবাৰে আৰ্মেনিয়াৰ পৰা দিল্লীলৈ উভতি আহে নাইনা তৈবা নামৰ ২২ বছৰীয়া এগৰাকী যুৱতী।

অনন্তনাগৰ বাসিন্দা নাইনা ইৰাণৰ উৰমিয়া বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল। চাৰিদিনীয়া বাছেৰে আৰু তাৰ পিছত বিমানেৰে যাত্ৰা কৰি দেওবাৰে দিল্লী পায়হি। যুদ্ধ পৰিস্থিতিৰ বাবে ইৰাণৰ আকাশমাৰ্গ ২৮ ফেব্ৰুৱাৰীৰ পৰা বন্ধ হৈ আছে। ফলত কোনো বিমানে ইৰাণত অৱতৰণ বা উৰা মাৰিব নোৱাৰে।

আবদ্ধ ভাৰতীয়কেইজনক প্ৰথমে ইৰাণৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা বাছেৰে অনা হৈছিল। সেই বাছখনতে তেওঁলোকক ইৰাণ-আৰ্মেনিয়া সীমান্তলৈ লৈ যোৱা হৈছিল। ইয়াৰ পিছত সীমান্ত পাৰ হৈ আৰ্মেনিয়াৰ ৰাজধানীৰ পৰা বিমানেৰে অনা হয়।

Tags: ইৰাণত আবদ্ধ ভাৰতীয় ছাত্ৰ-ছাত্ৰীকঘূৰাই অনা হ'ল দেশলৈ
Share4Tweet3Send

Related Posts

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ
National-International

‎বিজয় শপতগ্ৰহণত বন্দে মাতৰম সংগীত

by Staff Reporter
May 10, 2026
50
উগ্ৰবাদ প্ৰসাৰৰ ক্ষেত্ৰত শত্ৰু দেশ সক্ৰিয় হৈ আছে, কেন্দ্ৰৰ অভিযোগ
National-International

‎মালিত সন্ত্ৰাসবাদীৰ তাণ্ডৱ I ৭০ৰ অধিক লোকক হত্যা, দায়িত্ব স্বীকাৰ আল-কায়দাৰ

by Staff Reporter
May 10, 2026
50
‎একে সময়তে একাধিক পাৰমাণৱিক বোমা নিক্ষেপ কৰিব অগ্নি-৫ এ I ডিআৰডিঅ’ৰ সফল পৰীক্ষা
National-International

‎একে সময়তে একাধিক পাৰমাণৱিক বোমা নিক্ষেপ কৰিব অগ্নি-৫ এ I ডিআৰডিঅ’ৰ সফল পৰীক্ষা

by Staff Reporter
May 10, 2026
50
‎তৃণমূলৰ হৈ কাম কৰিছিল পশ্চিম বংগত I বিজয়ৰ মন্ত্ৰীসভাত কনিষ্ঠতম সদস্য, ৫টা ভাষাত দক্ষ
National-International

‎তৃণমূলৰ হৈ কাম কৰিছিল পশ্চিম বংগত I বিজয়ৰ মন্ত্ৰীসভাত কনিষ্ঠতম সদস্য, ৫টা ভাষাত দক্ষ

by Staff Reporter
May 10, 2026
50
Modi’s Political attack : চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ : মোদীৰ বিৰুদ্ধে আয়োগক পত্ৰ আমোলা, সমাজকৰ্মীসহ ৭০০ নাগৰিকৰ
National-International

‎বেংগালুৰুত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাস্থলীৰ তিনি কিলোমিটাৰৰ ভিতৰত বিস্ফোৰক উদ্ধাৰ ‎

by Staff Reporter
May 10, 2026
50
Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে
National-International

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

by News Desk
May 9, 2026
50
ADVERTISEMENT
TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ
National-International

‎বিজয় শপতগ্ৰহণত বন্দে মাতৰম সংগীত

May 10, 2026
50
উগ্ৰবাদ প্ৰসাৰৰ ক্ষেত্ৰত শত্ৰু দেশ সক্ৰিয় হৈ আছে, কেন্দ্ৰৰ অভিযোগ
National-International

‎মালিত সন্ত্ৰাসবাদীৰ তাণ্ডৱ I ৭০ৰ অধিক লোকক হত্যা, দায়িত্ব স্বীকাৰ আল-কায়দাৰ

May 10, 2026
50
Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized
Assam

Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized

May 10, 2026
50
‎একে সময়তে একাধিক পাৰমাণৱিক বোমা নিক্ষেপ কৰিব অগ্নি-৫ এ I ডিআৰডিঅ’ৰ সফল পৰীক্ষা
National-International

‎একে সময়তে একাধিক পাৰমাণৱিক বোমা নিক্ষেপ কৰিব অগ্নি-৫ এ I ডিআৰডিঅ’ৰ সফল পৰীক্ষা

May 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ

‎বিজয় শপতগ্ৰহণত বন্দে মাতৰম সংগীত

May 10, 2026
উগ্ৰবাদ প্ৰসাৰৰ ক্ষেত্ৰত শত্ৰু দেশ সক্ৰিয় হৈ আছে, কেন্দ্ৰৰ অভিযোগ

‎মালিত সন্ত্ৰাসবাদীৰ তাণ্ডৱ I ৭০ৰ অধিক লোকক হত্যা, দায়িত্ব স্বীকাৰ আল-কায়দাৰ

May 10, 2026
Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized

Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized

May 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx