ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতত পথ দুৰ্ঘটনাত নিহত এক, আহত দুইঃ

Staff Reporter by Staff Reporter
February 17, 2020
Reading Time: 1 min read
A A
0
নিৰ্বাচনলৈ আঠ মাহঃ ব্যংগাত্মক প’ষ্টাৰ বিহাৰত

0 1 e1574345654996 | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Rajya Sabha Elections 2025 I ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল অগপ-বিজেপিৰ দুই প্ৰাৰ্থীৰ

Assam flood I অসমত শেহতীয়া বানত ২১ জিলাত ১৯ জনৰ মৃত্যু

Assam CM on Brahmaputra Water I চীনে ব্ৰহ্মপুত্ৰৰ পানী বন্ধ কৰিলে ভাৰতৰ কোনো ক্ষতি নহয়, দাবী মুখ্যমন্ত্ৰীৰ

অজন্তা তালুকদাৰ, বোকাখাত : নগাঁও জিলাৰ চামগুৰিৰ পৰা বাইকেৰে আহি থকা অৱস্থাত দুই যুৱকৰ বোকাখাতৰ ওচৰত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ইকৰাজানত দুৰ্ঘটনাগ্ৰস্ত হয়। ৰূপহী হাট, চামগুৰিৰ আব্দুল ওমানৰ পুত্ৰ অমালুদ্দিন(২৯) আৰু কাৱৈমাৰি, নগাঁৱৰ জাগিৰ হুচেইন,পিতা-মহম্মদ ইমান হুছেইনে চাইকেল আৰোহি ইকৰাজান লখৌজানৰ ৰবীন মুণ্ডাক পিছফালৰ পৰা খুন্দা মাৰে।

পুৱা ৯:৩০ বজাত সংঘটিত দুৰ্ঘটনাত অমালুদ্দিনে সোঁ চকুত কিছু আঘাট পায় যদিও বোকাখাতৰ চিকিৎসালয়ৰ চিকিৎসকে ভিতৰত আঘাতৰ সন্দেহ কৰে। হাস্পিটাললৈ অনালৈকে সজ্ঞানে কথা পাতি থকা অমালুদ্দিনৰ প্ৰায় এঘণ্টাৰ পিছত গুৰুতৰভাবে অসুস্থ হৈ পৰি চিকিৎসা প্ৰদান কৰি থকা অৱস্থাতে মৃত্যু ঘটে। জাগিৰ হুছেইন আৰু ৰবীন মুণ্ডাৰ আঘাত সামান্য বুলি জানিব পৰা গৈছে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: AccidentassamBokakhat
Share5Tweet3Send

Related Posts

Rajya Sabha Elections 2025 I ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল অগপ-বিজেপিৰ দুই প্ৰাৰ্থীৰ
Assam

Rajya Sabha Elections 2025 I ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল অগপ-বিজেপিৰ দুই প্ৰাৰ্থীৰ

by Staff Reporter
June 9, 2025
54
Flood in Assam : বছৰৰ প্ৰথমটো বানৰ কবলত ৰাজ্যৰ ৮ জিলা
Assam

Assam flood I অসমত শেহতীয়া বানত ২১ জিলাত ১৯ জনৰ মৃত্যু

by Staff Reporter
June 5, 2025
53
Assam CM on Brahmaputra Water I চীনে ব্ৰহ্মপুত্ৰৰ পানী বন্ধ কৰিলে ভাৰতৰ কোনো ক্ষতি নহয়, দাবী মুখ্যমন্ত্ৰীৰ
Assam

Assam CM on Brahmaputra Water I চীনে ব্ৰহ্মপুত্ৰৰ পানী বন্ধ কৰিলে ভাৰতৰ কোনো ক্ষতি নহয়, দাবী মুখ্যমন্ত্ৰীৰ

by Staff Reporter
June 3, 2025
53
APCC President Gaurav Gogoi । প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ গৌৰৱ গগৈৰ
Assam

APCC President Gaurav Gogoi । প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ গৌৰৱ গগৈৰ

by Staff Reporter
June 3, 2025
53
Assam Flood Crisis Escalates as Brahmaputra Overflows, Jorhat Ferry Services Disrupted
Assam

Assam Flood Crisis Escalates as Brahmaputra Overflows, Jorhat Ferry Services Disrupted

by ASSAM TIMES POST
June 2, 2025
55
Heroic Indian Army Rescues 500 Lives as Manipur Floods Escalate
Assam

Heroic Indian Army Rescues 500 Lives as Manipur Floods Escalate

by Staff Reporter
June 2, 2025
52
ADVERTISEMENT
Air India plane crash I বিমান যাত্ৰা নকৰাকৈয়ে ঘটিল মৃত্যু, চিকিৎসকৰ হোষ্টেলতে পৰিল ধ্বংসপ্ৰাপ্ত বিমান
National-International

Air India plane crash I দুৰ্ঘটনাৰ সময়ত কি কৰিছিল, কেনেদৰে ওলাই আহিল? বিমান দুৰ্ঘটনাত একমাত্ৰ জীৱিত ৰমেশে ক’লে

June 13, 2025
50
মাজ আকাশতেই বন্ধ হ’ল এয়াৰ ইণ্ডিয়াৰ বিমানৰ ইঞ্জিন! বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা
National-International

Air India । আকাশত তিনি ঘণ্টা ঘূৰি অৱশেষত মুম্বাইলৈ উভতিল এয়াৰ ইণ্ডিয়াৰ বিমান, কিন্তু কিয়?

June 13, 2025
50
Air India flight crash I  মোৰ ভাই আছিল বিমানখনৰ ফাৰ্ষ্ট অফিচাৰ, অভিনেতা বিক্ৰান্ত মেছিৰ আৱেগিক টুইট
National-International

Air India flight crash I  মোৰ ভাই আছিল বিমানখনৰ ফাৰ্ষ্ট অফিচাৰ, অভিনেতা বিক্ৰান্ত মেছিৰ আৱেগিক টুইট

June 13, 2025
50
Sanjay Kapoor dies I প’ল’ খেলি থাকোতেই কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী তথা ব্যৱসায়ী সঞ্জয় কাপুৰৰ মৃত্যু
National-International

Sanjay Kapoor dies I প’ল’ খেলি থাকোতেই কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী তথা ব্যৱসায়ী সঞ্জয় কাপুৰৰ মৃত্যু

June 13, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Air India plane crash I বিমান যাত্ৰা নকৰাকৈয়ে ঘটিল মৃত্যু, চিকিৎসকৰ হোষ্টেলতে পৰিল ধ্বংসপ্ৰাপ্ত বিমান

Air India plane crash I দুৰ্ঘটনাৰ সময়ত কি কৰিছিল, কেনেদৰে ওলাই আহিল? বিমান দুৰ্ঘটনাত একমাত্ৰ জীৱিত ৰমেশে ক’লে

June 13, 2025
মাজ আকাশতেই বন্ধ হ’ল এয়াৰ ইণ্ডিয়াৰ বিমানৰ ইঞ্জিন! বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা

Air India । আকাশত তিনি ঘণ্টা ঘূৰি অৱশেষত মুম্বাইলৈ উভতিল এয়াৰ ইণ্ডিয়াৰ বিমান, কিন্তু কিয়?

June 13, 2025
Air India flight crash I  মোৰ ভাই আছিল বিমানখনৰ ফাৰ্ষ্ট অফিচাৰ, অভিনেতা বিক্ৰান্ত মেছিৰ আৱেগিক টুইট

Air India flight crash I  মোৰ ভাই আছিল বিমানখনৰ ফাৰ্ষ্ট অফিচাৰ, অভিনেতা বিক্ৰান্ত মেছিৰ আৱেগিক টুইট

June 13, 2025

Categories

ALL NEWS (17392) Artificial Intelligence (1) Assam (13688) BREAKING NEWS (6483) Business (34) crime (20) cultural (5) Digital Transformation (2) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (419) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2042) Health & Fitness (630) Jobs & Career (7) KARBI ANGLONG (3392) Lifestyle (24) literature (16) National-International (10113) NORTHEAST (855) Novels (3) Photo (5) Poems (9) Political (138) Recipes (6) Science (1) Social Media (1) Sports News (496) Stories (16) Tech (14) Technology (1) Tourism (1) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d