ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Spain train accident : লাইনচ্যুত হৈ বিপৰীত দিশৰ পৰা অহা ৰে’লত খুন্দা, কমেও ২১ জনৰ মৃত্যু

নিউজ ডেস্কঃ

News Desk by News Desk
January 19, 2026
Reading Time: 1 min read
A A
0
Spain train accident : লাইনচ্যুত হৈ বিপৰীত দিশৰ পৰা অহা ৰে’লত খুন্দা, কমেও ২১ জনৰ মৃত্যু

New Logo Very Smal 1 | ASSAM TIMES POST

RELATED POSTS

PM Modi I আবুধাবিত প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক; ভাৰতৰ নিৰাপত্তা, শক্তি সংকটৰ ওপৰত গুৰুত্ব

Dentist I আদিম মানুহেও জানিছিল নেকি দন্ত চিকিৎসাৰ কথা ? ৫৯ হাজাৰ বছৰ পুৰণি জীৱাশ্মৰ গৱেষণাত নতুন সূত্ৰ

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

স্পেইন (Spain) ত সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা (Rail Accident)। দেওবাৰে সন্ধিয়া (স্থানীয় সময় অনুসৰি) দেশত দুখন ৰে’লৰ সংঘৰ্ষত কমেও ২১ জন লোকৰ মৃত্যু হয়। ৭৫ জনতকৈ অধিক লোক আহত হৈছে। ইয়াৰে ভিতৰত ৩০ জন গুৰুতৰভাৱে আহত হয়। স্পেইনৰ পৰিবহণ মন্ত্ৰী অস্কাৰ পুয়েণ্টেৰ আশংকা যে হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে।

দেওবাৰে সন্ধিয়া ৭.৪৫ বজাত (স্থানীয় সময় অনুসৰি) দক্ষিণ স্পেইনৰ আদামুজ চহৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। সেই সময়ত স্পেইনৰ মালাগাৰ পৰা ৰাজধানী চহৰ মাদ্ৰিদলৈ যোৱাৰ পথত এখন ৰে’ল লাইনচ্যুত হৈ কাষৰ ট্ৰেকত ওলোটা হৈ পৰে।

spain 1 | ASSAM TIMES POST
লাইনচ্যুত হৈ বিপৰীত দিশৰ পৰা অহা ৰে’লত খুন্দা, কমেও ২১ জনৰ মৃত্যু

তীব্ৰ গতিৰ বাবে ৰে’লখনৰ কিছু অংশ ৰে’লপথৰ পৰা আঁতৰি যোৱাৰ পিছত কাষৰীয়া ট্ৰেকত বাগৰি পৰে। একে সময়তে মাদ্ৰিদৰ পৰা হুৱেলভালৈ যোৱা এখন ৰে’ল একেটা লাইনতে আহি আছিল। ফলত দুয়োখন ৰে’লৰ সংঘৰ্ষ হয়।

স্পেইনৰ ৰে’ল পৰিবহণ ব্যৱস্থা বহুলাংশে ব্যক্তিগত কোম্পানীসমূহৰ দ্বাৰা নিয়ন্ত্ৰিত। উক্ত কোম্পানীসমূহৰ পৰা পোৱা সূত্ৰ অনুসৰি, প্ৰথমে ৰে’লপথৰ পৰা বাগৰি পৰা ৰে’লখনত প্ৰায় ৩০০ যাত্ৰী আছিল। আনখন ৰে’লত প্ৰায় ১০০ জন যাত্ৰী আছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে উদ্ধাৰৰ কাম আৰম্ভ হয়। অৱশ্যে এই দুৰ্ঘটনাৰ কাৰণ স্পষ্ট হোৱা নাই। স্পেইনৰ পৰিবহণ মন্ত্ৰীয়ে কয় যে প্ৰথমখন ৰে’ল ৰে’লপথৰ পৰা ওলাই যোৱা ট্ৰেকত কোনো ভাঁজ নাছিল। ইয়াৰ পিছতো এই দুৰ্ঘটনাটোক তেওঁ বিস্ময়কৰ বুলি অভিহিত কৰে। স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে।

Tags: Spaintrainaccident
Share4Tweet3Send

Related Posts

Modi’s Political attack : চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ : মোদীৰ বিৰুদ্ধে আয়োগক পত্ৰ আমোলা, সমাজকৰ্মীসহ ৭০০ নাগৰিকৰ
National-International

PM Modi I আবুধাবিত প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক; ভাৰতৰ নিৰাপত্তা, শক্তি সংকটৰ ওপৰত গুৰুত্ব

by Staff Reporter
May 15, 2026
50
Dentist I আদিম মানুহেও জানিছিল নেকি দন্ত চিকিৎসাৰ কথা ? ৫৯ হাজাৰ বছৰ পুৰণি জীৱাশ্মৰ গৱেষণাত নতুন সূত্ৰ
National-International

Dentist I আদিম মানুহেও জানিছিল নেকি দন্ত চিকিৎসাৰ কথা ? ৫৯ হাজাৰ বছৰ পুৰণি জীৱাশ্মৰ গৱেষণাত নতুন সূত্ৰ

by Staff Reporter
May 15, 2026
50
NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা
National-International

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

by Staff Reporter
May 15, 2026
50
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

by Staff Reporter
May 15, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

by Staff Reporter
May 15, 2026
50
Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ
National-International

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

by Staff Reporter
May 15, 2026
50
ADVERTISEMENT
Modi’s Political attack : চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ : মোদীৰ বিৰুদ্ধে আয়োগক পত্ৰ আমোলা, সমাজকৰ্মীসহ ৭০০ নাগৰিকৰ
National-International

PM Modi I আবুধাবিত প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক; ভাৰতৰ নিৰাপত্তা, শক্তি সংকটৰ ওপৰত গুৰুত্ব

May 15, 2026
50
Dentist I আদিম মানুহেও জানিছিল নেকি দন্ত চিকিৎসাৰ কথা ? ৫৯ হাজাৰ বছৰ পুৰণি জীৱাশ্মৰ গৱেষণাত নতুন সূত্ৰ
National-International

Dentist I আদিম মানুহেও জানিছিল নেকি দন্ত চিকিৎসাৰ কথা ? ৫৯ হাজাৰ বছৰ পুৰণি জীৱাশ্মৰ গৱেষণাত নতুন সূত্ৰ

May 15, 2026
50
NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা
National-International

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

May 15, 2026
50
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

May 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi’s Political attack : চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ : মোদীৰ বিৰুদ্ধে আয়োগক পত্ৰ আমোলা, সমাজকৰ্মীসহ ৭০০ নাগৰিকৰ

PM Modi I আবুধাবিত প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক; ভাৰতৰ নিৰাপত্তা, শক্তি সংকটৰ ওপৰত গুৰুত্ব

May 15, 2026
Dentist I আদিম মানুহেও জানিছিল নেকি দন্ত চিকিৎসাৰ কথা ? ৫৯ হাজাৰ বছৰ পুৰণি জীৱাশ্মৰ গৱেষণাত নতুন সূত্ৰ

Dentist I আদিম মানুহেও জানিছিল নেকি দন্ত চিকিৎসাৰ কথা ? ৫৯ হাজাৰ বছৰ পুৰণি জীৱাশ্মৰ গৱেষণাত নতুন সূত্ৰ

May 15, 2026
NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

May 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx