ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Economy

Bank Fraud : বেংকৰ পৰা ২ কোটি লুট; যাৱজ্জীৱন কাৰাদণ্ড কেচিয়াৰক, ১০ বছৰৰ কাৰাদণ্ড প্ৰাক্তন মেনেজাৰক

নিউজ ডেস্কঃ

News Desk by News Desk
December 20, 2025
Reading Time: 1 min read
A A
0
Bank Fraud : বেংকৰ পৰা ২ কোটি লুট; যাৱজ্জীৱন কাৰাদণ্ড কেচিয়াৰক, ১০ বছৰৰ কাৰাদণ্ড প্ৰাক্তন মেনেজাৰক

RELATED POSTS

Price hike : উৎসৱৰ পূৰ্বে মূল্যবৃদ্ধিৰ মহাবিস্ফোৰণ, খুচুৰা মুদ্ৰাস্ফীতি ৪.৮২ শতাংশলৈ বৃদ্ধি

PM Modi : বিশ্ব সংকটৰ মাজতো ভাৰতৰ দ্ৰুত বিকাশ, জিডিপি বৃদ্ধিৰ প্ৰতিবেদন প্ৰকাশৰ পিছত ৰাহুল গান্ধীক সমালোচনা মোদীৰ

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

New Logo Very Smal | ASSAM TIMES POST

ৰক্ষকেই ভক্ষক। ইণ্ডিয়ান বেংক (Indian Bank)ৰ এটা শাখাৰ কেচিয়াৰ (Branch cashier)ক গ্ৰাহকৰ ধন ট্ৰেন্সফাৰ কৰাৰ দোষত দোষী সাব্যস্ত (Found guilty) কৰা হৈছে। উত্তৰ প্ৰদেশ (Uttar Pradesh)ৰ আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। কেচিয়াৰৰ সৈতে এই অপৰাধত জড়িত থকা পাঁচজন লোকক ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত আছে বেংকটোৰ প্ৰাক্তন মেনেজাৰজনো।

আদালতৰ সূত্ৰ অনুসৰি, অভিযুক্তৰ নাম জয়প্ৰকাশ সিং। তেওঁ উত্তৰ প্ৰদেশৰ ইণ্ডিয়ান বেংকৰ এটা শাখাৰ কেচিয়াৰ আছিল। মাৰ্চ মাহত ইজনৰ পিছত সিজনকৈ গ্ৰাহকে বেংকৰ সংশ্লিষ্ট শাখাটোলৈ গৈ অভিযোগ দাখিল কৰিছিল। সকলোৱে দাবী কৰিছিল যে তেওঁলোকে একাউণ্টত জমা কৰা ধনতকৈ বহু কম টকা দেখুওৱা হৈছে। মোবাইল এপতো দেখা গৈছে একেই পৰিস্থিতি। বিভিন্ন গ্ৰাহকৰ পৰা একেধৰণৰ অভিযোগ পোৱাৰ পিছত বেংকৰ আঞ্চলিক মুৰব্বীগৰাকীয়ে থানাত এফ আই আৰ দাখিল কৰে। আৰক্ষীয়ে ইয়াৰ তদন্ত আৰম্ভ কৰাৰ পিছতে ধন আত্মসাতৰ খবৰটো পোহৰলৈ আহে।

bank | ASSAM TIMES POST

আৰক্ষীৰ দাবী যে সমগ্ৰ দুৰ্নীতিৰ সৈতে বেংকৰ কেইবাজনো লোক জড়িত আছিল। কেচিয়াৰজনেই আছিল তেওঁলোকৰ মাষ্টাৰমাইণ্ড। জানিব পৰা মতে, প্ৰায় ১০০টা একাউণ্টৰ পৰা মুঠ ১ কোটি ৮৫ লাখ ৯৭ হাজাৰ টকা ট্ৰেন্সফাৰ হৈছিল। সেই সন্দৰ্ভত আৰক্ষীয়ে আদালতত চাৰ্জশ্বীট দাখিল কৰে। মূল অভিযুক্ত হিচাপে কেচিয়াৰ জয়প্ৰকাশৰ নাম উল্লেখ কৰা হৈছে। ইয়াৰ উপৰি প্ৰাক্তন বেংক মেনেজাৰ ৰাঘবেন্দ্ৰ সিং, প্ৰবীণ কুমাৰ, আকাশ মিশ্ৰ, বীৰ বাহাদুৰ আৰু সুখদেৱ সিঙকো আদালতত অভিযুক্ত হিচাপে দেখুওৱা হৈছে।

শুকুৰবাৰে আদালতে এই গোচৰৰ ৰায় ঘোষণা কৰে। ইয়াত বেংকৰ কেচিয়াৰজনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। লগতে ৫ লাখ টকা জৰিমনা বিহা হয়। ইয়াৰ উপৰি ন্যায়াধীশগৰাকীয়ে প্ৰাক্তন বেংক মেনেজাৰকে ধৰি পাঁচজন লোকক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে। আদালতৰ পৰ্যবেক্ষণ, “এয়া এক সংগঠিত অপৰাধ। যি হৈছে সেয়া ভয়ংকৰ। সকলো প্ৰমাণৰ ভিত্তিত দোষীক শাস্তি দিয়া হয়।”

১৭২ দিনৰ ভিতৰত এই গোচৰৰ ৰায় ঘোষণা কৰা হয়। আৰ্থিক জালিয়াতিৰ গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে আৰক্ষীৰ ভূমিকাক চৰকাৰী অধিবক্তাগৰাকীয়ে অতিশয় প্ৰশংসা কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: bankfraud
Share5Tweet3Send

Related Posts

Price hike : উৎসৱৰ পূৰ্বে মূল্যবৃদ্ধিৰ মহাবিস্ফোৰণ, খুচুৰা মুদ্ৰাস্ফীতি ৪.৮২ শতাংশলৈ বৃদ্ধি
Economy

Price hike : উৎসৱৰ পূৰ্বে মূল্যবৃদ্ধিৰ মহাবিস্ফোৰণ, খুচুৰা মুদ্ৰাস্ফীতি ৪.৮২ শতাংশলৈ বৃদ্ধি

by News Desk
September 15, 2026
54
PM Modi : বিশ্ব সংকটৰ মাজতো ভাৰতৰ দ্ৰুত বিকাশ, জিডিপি বৃদ্ধিৰ প্ৰতিবেদন প্ৰকাশৰ পিছত ৰাহুল গান্ধীক সমালোচনা মোদীৰ
Economy

PM Modi : বিশ্ব সংকটৰ মাজতো ভাৰতৰ দ্ৰুত বিকাশ, জিডিপি বৃদ্ধিৰ প্ৰতিবেদন প্ৰকাশৰ পিছত ৰাহুল গান্ধীক সমালোচনা মোদীৰ

by News Desk
September 1, 2026
53
‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

by News Desk
June 27, 2026
51
US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ
Economy

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

by News Desk
June 3, 2026
50
Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ
Economy

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

by News Desk
May 18, 2026
50
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?
Economy

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

by News Desk
May 11, 2026
50
ADVERTISEMENT
‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment
Guwahati

‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment

October 17, 2026
50
Manipur Violence : Village Chief Among 4 Civilians Injured in Firing
NORTHEAST

Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

October 17, 2026
51
Encounter in Rongia : ৰঙিয়াত ডকাইতক এনকাউণ্টাৰ
Assam

Assam Shocker: Robbery Accused Injured in Police Firing at Rangia

October 17, 2026
57
Eviction drive : সৰুপথাৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ চলিল উচ্ছেদ অভিযান
Assam

Eviction drive : সৰুপথাৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ চলিল উচ্ছেদ অভিযান

October 17, 2026
54
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment

‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment

October 17, 2026
Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

October 17, 2026
Encounter in Rongia : ৰঙিয়াত ডকাইতক এনকাউণ্টাৰ

Assam Shocker: Robbery Accused Injured in Police Firing at Rangia

October 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d