ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Mahua Moitra I ধনৰ বিনিময়ত প্ৰশ্ন গোচৰত লোকপালৰ নিৰ্দেশক প্ৰত্যাহ্বান, দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ মহুৱা মৈত্ৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 18, 2025
Reading Time: 1 min read
A A
0
Mahua Moitra I ধনৰ বিনিময়ত প্ৰশ্ন গোচৰত লোকপালৰ নিৰ্দেশক প্ৰত্যাহ্বান, দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ মহুৱা মৈত্ৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ

Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ

‎Hotel illegally expanded : অনুমতি আছিল ছটা নিৰ্মাণৰ, নিৰ্মাণ কৰিলে ২৫টা, যাতায়াতৰ পথ এটাই : অগ্নিকাণ্ডত ২১জনৰ মৃত্যুৰ পাছত দৃষ্টিলৈ দিল্লীৰ হোটেল

সংসদত ‘প্ৰশ্ন সোধাৰ বাবে উৎকোচ’ গোচৰত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ (Mohua Maitra) বিৰুদ্ধে চি বি আইক চাৰি সপ্তাহৰ ভিতৰত অভিযোগনামা দাখিল কৰিবলৈ অনুমতি দিছে লোকপালে।

Mahua Moitra I
ধনৰ বিনিময়ত প্ৰশ্ন গোচৰত লোকপালৰ নিৰ্দেশক প্ৰত্যাহ্বান:

ইয়াক প্ৰত্যাহ্বান জনাই কৃষ্ণনগৰৰ তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। মহুৱাৰ গোচৰ আদালতে মানি লৈছে। সংবাদ সংস্থা পি টি আয়ে প্ৰকাশ কৰা অনুসৰি, ন্যায়াধীশ অনিল ক্ষেত্ৰপাল আৰু ন্যায়াধীশ হৰিশ বৈদ্যনাথ শংকৰৰ বিচাৰপীঠে মহুৱাৰ গোচৰ মানি লৈছে।

অহা শুকুৰবাৰৰ বাবে এই গোচৰৰ শুনানি থিৰাং কৰিছে আদালতে। দিল্লী উচ্চ ন্যায়ালয়ত গোচৰৰ বিষয়বস্তু সন্দৰ্ভত সংবাদ সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি, মহুৱাই লোকপালৰ নিয়ম উলংঘা কৰা বুলি অভিযোগ উত্থাপন কৰিছে। কৃষ্ণনগৰৰ তৃণমূল সাংসদগৰাকীয়ে আদালতৰ দৃষ্টি আকৰ্ষণ কৰে যে লোকপালে চি বি আইক অনুমতি দিয়া প্ৰক্ৰিয়াটো ত্ৰুটিপূৰ্ণ।

যোৱা বছৰ লোকপালৰ নিৰ্দেশৰ পিছতে মহুৱাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত আৰম্ভ কৰিছিল কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই। ছমাহৰ ভিতৰতে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই লোকপালৰ কাৰ্যালয়ত বিতং প্ৰতিবেদন দাখিল কৰে।

তদন্তৰ পৰা কি ওলাল সেই বিষয়ে ব্যাখ্যা কৰি চি বি আয়ে আদালতত মহুৱাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ লগতে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰাৰ অনুমতি বিচাৰিছিল। যোৱা বুধবাৰে লোকপালৰ পূৰ্ণ বিচাৰপীঠে চি বি আইক অভিযোগনামা দাখিল কৰিবলৈ অনুমতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু মহুৱাৰ বিৰুদ্ধে আইনী কার্যসূচী আৰম্ভ কৰাৰ অনুমতি দিয়া নহ’ল৷

নির্দেশনাত লোকপালে কয় যে সংশ্লিষ্ট আদালতত অভিযোগনামা দাখিল কৰাৰ পাছতহে চি বি আইৰ দ্বিতীয়খন আবেদন বিবেচনা কৰা হ’ব, তাৰ আগতে নহয়। লোকপালৰ নিৰ্দেশ অনুযায়ী চি বি আইৰ তদন্ত আৰু মহুৱাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিষয়ে প্ৰথমে আদালতত অৱগত কৰিব লাগিব।

মহুৱাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে যে তেওঁ সংসদত প্ৰশ্ন কৰিবলৈ ডুবাইৰ উদ্যোগপতি দৰ্শন হীৰানন্দানীৰ পৰা ধন লৈছিল। উদ্যোগপতি গৌতম আদানীক লক্ষ্য কৰি লৈছিল তেওঁ। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামো সংযোজন কৰে।

বিজেপিৰ সাংসদ নিশিকান্ত ডুবেয়ে লোকসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰি মহুৱাক সাংসদ পদৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনাইছিল। তেওঁক সহযোগ কৰে মহুৱাৰ প্ৰাক্তন বন্ধু জয় অনন্ত দেহাদ্ৰাই। তৃণমূল সাংসদগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ সময়ত চি বি আয়ে ২৬ জন সাক্ষীৰ সৈতে কথা পাতে। প্ৰমাণ হিচাপে সংগ্ৰহ কৰা হয় ৩৮ খন নথি।

প্রতিবেদনত তেওঁলোকে কয় যে মহুৱাই উৎকোচ সন্দর্ভত সংসদত মুঠ ৬১টা প্রশ্ন কৰিছিল৷ ইয়াৰে তিনিটা প্ৰশ্ন মুখামুখিকৈ, অফলাইন মাধ্যমত সোধা হৈছিল। বাকী প্ৰশ্নবোৰ অনলাইনত আপলোড কৰা হৈছিল। কেন্দ্ৰীয় সংস্থাটোৱে প্ৰতিবেদনত দাবী কৰিছে যে তেওঁৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ পোৱা গৈছে।

সংসদৰ নৈতিকতা সমিতিয়ে যোৱা কাৰ্যকালৰ অন্তিম পৰ্যায়ত মহুৱাক লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰিছিল। কিন্তু ২০২৪ চনত তৃণমূলৰ টিকটেৰে কৃষ্ণনগৰৰ পৰা পুনৰ জয়ী হৈ সাংসদ হয় মহুৱা।

Tags: দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰতিবেদনধনৰ বিনিময়ত প্ৰশ্ন গোচৰতলোকপালৰ নিৰ্দেশক প্ৰত্যাহ্বান
Share4Tweet3Send

Related Posts

India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ
National-International

by Staff Reporter
June 3, 2026
50
Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ
National-International

Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ

by Staff Reporter
June 3, 2026
50
‎Hotel illegally expanded : অনুমতি আছিল ছটা নিৰ্মাণৰ, নিৰ্মাণ কৰিলে ২৫টা, যাতায়াতৰ পথ এটাই : অগ্নিকাণ্ডত ২১জনৰ মৃত্যুৰ পাছত দৃষ্টিলৈ দিল্লীৰ হোটেল
National-International

‎Hotel illegally expanded : অনুমতি আছিল ছটা নিৰ্মাণৰ, নিৰ্মাণ কৰিলে ২৫টা, যাতায়াতৰ পথ এটাই : অগ্নিকাণ্ডত ২১জনৰ মৃত্যুৰ পাছত দৃষ্টিলৈ দিল্লীৰ হোটেল

by News Desk
June 3, 2026
50
IIT Entrance : সকলো অভিলেখ ভংগ : প্ৰথমবাৰ ১০ হাজাৰোধিক ছাত্ৰী উত্তীর্ণ আইআইটিত নামভৰ্তিৰ পৰীক্ষা জয়েণ্ট এণ্ট্ৰেন্স এডভান্সডত

K Annamalai : দ্ৰাবিড় ভূমিত বিজেপি ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন : তামিলনাডুত বিজেপিৰ পোষ্টাৰ বয়ৰ পদত্যাগ

Child Killed : বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই প্ৰেমিকাৰ এবছৰীয়া পুত্ৰক প্ৰহাৰ কৰি হত্যা

ADVERTISEMENT
India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ
National-International

India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ

June 3, 2026
50
Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ
National-International

Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ

June 3, 2026
50
Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ
Sports News

Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

June 3, 2026
50
‎Hotel illegally expanded : অনুমতি আছিল ছটা নিৰ্মাণৰ, নিৰ্মাণ কৰিলে ২৫টা, যাতায়াতৰ পথ এটাই : অগ্নিকাণ্ডত ২১জনৰ মৃত্যুৰ পাছত দৃষ্টিলৈ দিল্লীৰ হোটেল
National-International

‎Hotel illegally expanded : অনুমতি আছিল ছটা নিৰ্মাণৰ, নিৰ্মাণ কৰিলে ২৫টা, যাতায়াতৰ পথ এটাই : অগ্নিকাণ্ডত ২১জনৰ মৃত্যুৰ পাছত দৃষ্টিলৈ দিল্লীৰ হোটেল

June 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ

India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ

June 3, 2026
Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ

Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ

June 3, 2026
Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

June 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT