ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

দূৰ্গা পূজাৰ মাজতে বোকাখাতত ড্ৰাগছ সহ তিনি যুৱক আটক :

অজন্তা তালুকদাৰ, বোকাখাত

Staff Reporter by Staff Reporter
October 2, 2025
Reading Time: 1 min read
A A
0
দূৰ্গা পূজাৰ মাজতে বোকাখাতত ড্ৰাগছ সহ তিনি যুৱক আটক :

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Assam Announces Supplementary Exams for Higher Secondary Students

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

দূৰ্গা পূজাৰ (Durga puja) ব্যস্ততাৰ মাজতে বোকাখাতত পোহৰলৈ আহিছে দ্ৰাগছ কাণ্ড। বোকাখাতত শাৰদীয় দূৰ্গোৎসৱৰ সুযোগ লৈ বৰ বিহ দ্ৰাগছ সেৱনত ব্যস্ত দুই যুৱকক স্থানীয় ৰাইজে নৱমী পূজাৰ দিনা, অৰ্থাৎ বুধবাৰে আটক কৰি আৰক্ষীক গটাই দিয়ে।

Durga puja
দূৰ্গা পূজাৰ মাজতে বোকাখাতত ড্ৰাগছ সহ তিনি যুৱক আটক :

পাছত এটা দ্ৰাগছ সৰবৰাহকাৰীকো আটক কৰি ৰাইজে আৰক্ষীক গটাই দিয়ে। বোকাখাতৰ ১০ নং ৱাৰ্ডৰ ৩ নং পূৱ দ গাৱঁত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত স্থানীয় ৰাইজে দুই যুৱক ক্ৰমে বোকাখাতৰ জ্যোতিপুৰ ম’হমাইকী গাঁৱৰ ডনাল্ড ফুকন (২৯) আৰু বোকাখাতৰ ৯ নং ৱাৰ্ডৰ সুব্ৰজিৎ সিং ওৰফে বাবু সিং (২৩)ক এটা চাধাৰ টেমাত ভৰাই থোৱা কিছু ড্ৰাগছৰ লগতে এটা চিৰিঞ্জৰ সৈতে আটক কৰে ৷

পাছত আন এক ড্ৰাগছ সৰবৰাহকাৰী বোকাখাতৰ ৩ নং পূৱ দ গাঁৱৰ দীপজ্যোতি দলে (২৮)ক স্হানীয় ৰাইজে তেওঁৰ বাসগৃহৰ পৰা আটক কৰি বোকাখাত আৰক্ষীক চমজাই দিয়ে৷ জানিব পৰা মতে যুৱককেইজনে বহু দিনৰ পৰাই এই কাৰ্য্যত জড়িত আছিল ৷

Tags: ড্ৰাগছ সহ তিনি যুৱক আটক :দূৰ্গা পূজাৰ মাজতে বোকাখাতত
Share4Tweet3Send

Related Posts

Assam Announces Supplementary Exams for Higher Secondary Students
Assam

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
ADVERTISEMENT
Operation Amistad : ভূমিকম্পৰ পিছত ভেনিজুৱেলালৈ সাহায্য প্ৰেৰণৰ বাবে অপাৰেচন অমিষ্টাদ আৰম্ভ ভাৰতৰ
National-International

June 27, 2026
50
Earthquake in Venezuela : ভেনিজুৱেলাৰ ভূমিকম্পত এতিয়ালৈকে মৃত্যু ৯২০ : উপগ্ৰহৰ ছবিত দেখিবলৈ পোৱা গ’ল ক্ষয়-ক্ষতি

Ram Mandir : বেংকৰ প্ৰাক্তন কৰ্মচাৰীৰ পৰা ট্ৰাষ্টৰ হিচাপৰক্ষকলৈ, ৰাম মন্দিৰৰ ধন চুৰিৰ অপৰাধত আৰু কোন গ্ৰেপ্তাৰ

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ
National-International

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Operation Amistad : ভূমিকম্পৰ পিছত ভেনিজুৱেলালৈ সাহায্য প্ৰেৰণৰ বাবে অপাৰেচন অমিষ্টাদ আৰম্ভ ভাৰতৰ

Operation Amistad : ভূমিকম্পৰ পিছত ভেনিজুৱেলালৈ সাহায্য প্ৰেৰণৰ বাবে অপাৰেচন অমিষ্টাদ আৰম্ভ ভাৰতৰ

June 27, 2026
Earthquake in Venezuela : ভেনিজুৱেলাৰ ভূমিকম্পত এতিয়ালৈকে মৃত্যু ৯২০ : উপগ্ৰহৰ ছবিত দেখিবলৈ পোৱা গ’ল ক্ষয়-ক্ষতি

Earthquake in Venezuela : ভেনিজুৱেলাৰ ভূমিকম্পত এতিয়ালৈকে মৃত্যু ৯২০ : উপগ্ৰহৰ ছবিত দেখিবলৈ পোৱা গ’ল ক্ষয়-ক্ষতি

June 27, 2026
Ram Mandir : বেংকৰ প্ৰাক্তন কৰ্মচাৰীৰ পৰা ট্ৰাষ্টৰ হিচাপৰক্ষকলৈ, ৰাম মন্দিৰৰ ধন চুৰিৰ অপৰাধত আৰু কোন গ্ৰেপ্তাৰ

Ram Mandir : বেংকৰ প্ৰাক্তন কৰ্মচাৰীৰ পৰা ট্ৰাষ্টৰ হিচাপৰক্ষকলৈ, ৰাম মন্দিৰৰ ধন চুৰিৰ অপৰাধত আৰু কোন গ্ৰেপ্তাৰ

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT