ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rail accidents । এবছৰত দেশত ৰে’ল দুৰ্ঘটনাত ২১ হাজাৰৰো অধিক লোকৰ মৃত্যু

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 2, 2025
Reading Time: 1 min read
A A
0
Rail accidents । এবছৰত দেশত ৰে’ল দুৰ্ঘটনাত ২১ হাজাৰৰো অধিক লোকৰ মৃত্যু

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

২০২৩ চনত দেশত ৰে’ল দুৰ্ঘটনাত (Rail Accident) মুঠ ২১,৮০৩ জন লোকৰ মৃত্যু হৈছিল। মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশত সৰ্বাধিক লোকৰ মৃত্যু হৈছে। শেহতীয়াকৈ প্ৰকাশিত ‘নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো’ৰ (এন চি আৰ বি) প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে। প্ৰতিবেদন অনুসৰি, উত্তৰ প্ৰদেশত ৰে’লপথ অতিক্ৰম কৰাৰ বাবে সৰ্বাধিক দুৰ্ঘটনা সংঘটিত হৈছে। ইয়াৰ পিছতে পশ্চিমবংগ।

Rail accidents ।
এবছৰত দেশত ৰে’ল দুৰ্ঘটনাত ২১ হাজাৰৰো অধিক লোকৰ মৃত্যু:

২০২৩ চনত ওড়িশাৰ বালাছ’ৰৰ বাহানাগা বজাৰ ৰে’ল ষ্টেচনৰ সমীপত কৰমণ্ডল এক্সপ্ৰেছৰ দুৰ্ঘটনা সংঘটিত হয়। সেই সময়ত তিনিখন ৰে’লৰ সংঘৰ্ষ হৈছিল। উক্ত দুৰ্ঘটনাত ২৯৫ জন লোকৰ মৃত্যু হয়। আহত হয় ১২০০ৰো অধিক যাত্ৰী। এন চি আৰ বিৰ প্ৰতিবেদন অনুসৰি, সেই বছৰ ৰে’লৱেত মুঠ ২৪,৬৭৮টা দুৰ্ঘটনা সংঘটিত হৈছিল।

ইয়াৰে ৫৬টা ঘটনাত চালকৰ ভুল পোৱা গৈছে। ইয়াৰ উপৰি কাৰিকৰী সমস্যা, ৰে’লপথৰ বিসংগতি, দলং বা সুৰংগ সমস্যাৰ বাবে ৪৩টা দুৰ্ঘটনা সংঘটিত হয়। ৰে’লপথত সংঘটিত বিভিন্ন ধৰণৰ দুৰ্ঘটনাৰ বিশ্লেষণত দেখা গৈছে যে ৰে’লৰ পৰা যাত্ৰী বাগৰি যোৱা বা চলন্ত ৰে’লে খুন্দা মৰাৰ বাবেই সৰ্বাধিক দুৰ্ঘটনা সংঘটিত হয়।

মুঠ দুৰ্ঘটনাৰ প্ৰায় ৭৫ শতাংশ (১৮,৪৮০) এইবোৰ কাৰণতে সংঘটিত হৈছে। সেই বছৰ ৰে’লৰ পৰা পৰি বা চলন্ত ৰে’লৰ খুন্দাত ১৫,৮৭৮জন লোকৰ মৃত্যু হয়। উক্ত বছৰ ৰে’ল দুৰ্ঘটনাত হোৱা মুঠ মৃত্যুৰ প্ৰায় ৭২.৮ শতাংশ হৈছে এই সংখ্যা। সৰ্বাধিক এনে দুৰ্ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত। ৰাজ্যখনত ৫৫০০ৰো অধিক এনে দুৰ্ঘটনা সংঘটিত হয়।

মুঠতে সেই বছৰ মহাৰাষ্ট্ৰত সৰ্বাধিক ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছিল। মুঠ দুৰ্ঘটনাৰ প্ৰায় ২২.৫ শতাংশ (৫,৫৫৯) ৰাজ্যখনত সংঘটিত হৈছে। ইয়াৰ পিছত আছে উত্তৰ প্ৰদেশ। মুঠ ৰে’ল দুৰ্ঘটনাৰ প্ৰায় ১৩ শতাংশ (৩,২১২) তাতেই সংঘটিত হৈছে। ৰে’ল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যাও এই দুখন ৰাজ্যত সৰ্বাধিক।

মহাৰাষ্ট্ৰত ৩,৪৪৫ জন আৰু উত্তৰ প্ৰদেশত ৩,১৪৯ জন লোকে প্ৰাণ হেৰুৱাইছে। সেই বছৰ সমগ্ৰ দেশত ৰে’ল দুৰ্ঘটনাত ৩,০১৪জন লোক আহত হৈছিল। ইয়াৰে কেৱল মহাৰাষ্ট্ৰতে ২,১১৫জন লোক আহত হৈছে।
উক্ত বছৰটোত ৰে’লপথ অতিক্ৰম কৰাৰ সময়ত মুঠ ২৪৮৩টা দুৰ্ঘটনা সংঘটিত হয়।

উত্তৰ প্ৰদেশত সৰ্বাধিক দুৰ্ঘটনা সংঘটিত হৈছে (১,০২৫)। তাত ১,০০৭ জন লোকৰ মৃত্যু হয়। দ্বিতীয় স্থানত আছে পশ্চিমবংগ। ৰাজ্যখনত ২০২৩ চনত লাইন পাৰ হোৱাৰ সময়ত ৮০৫টা দুৰ্ঘটনা সংঘটিত হৈছিল। ইয়াৰ ফলত ৫৮১ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ বাহিৰেও উক্ত বছৰ মধ্যপ্ৰদেশত লাইন পাৰ হৈ যোৱাৰ সময়ত সংঘটিত হৈছিল ৩৭৫টা দুৰ্ঘটনা।

এন চি আৰ বিৰ তথ্য অনুসৰি, ২০২২ চনৰ তুলনাত ২০২৩ চনত ৰে’লৱেত সংঘটিত দুৰ্ঘটনাৰ সংখ্যা সামান্য বৃদ্ধি পাইছে। ২০২২ চনত ৰে’লৱেত মুঠ ২৩,১৩৯টা দুৰ্ঘটনা সংঘটিত হৈছে। ২০২৩ চনত ই ৬.৭ শতাংশ বৃদ্ধি পাই ২৪,৬৭৮টা হৈছে।

Tags: এবছৰত দেশত ৰে’ল দুৰ্ঘটনাত২১ হাজাৰৰো অধিক লোকৰ মৃত্যু
Share4Tweet3Send

Related Posts

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!
National-International

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

by News Desk
June 17, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

by News Desk
June 17, 2026
50
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

by News Desk
June 17, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

by News Desk
June 17, 2026
50
Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা
National-International

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

by Staff Reporter
June 17, 2026
50
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে
National-International

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

by Staff Reporter
June 17, 2026
50
ADVERTISEMENT
NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!
National-International

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
50
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

June 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx