ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

NPPA on medicines price । ৭১ বিধ ঔষধৰ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ, গেজেট বিজ্ঞপ্তি জাৰি

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 15, 2025
Reading Time: 1 min read
A A
0
Duplicate Medicine : ‘পান ডি’ৰ পৰা ‘শ্বেলকাল ৫০০’; ৭১ বিধ নিম্নমানৰ ঔষধৰ তালিকা প্ৰকাশ

RELATED POSTS

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

New Logo Smal 1 | ASSAM TIMES POST

কৰ্কট আৰু মধুমেহ ৰোগৰ ঔষধকে ধৰি ৭১ বিধ অত্যাৱশ্যকীয় ঔষধৰ (Medicine) মূল্য নিৰ্ধাৰণ কৰিছে কেন্দ্ৰই। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে গেজেট অধিসূচনা জাৰি কৰি এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে।

NPPA on medicines price ।
৭১ বিধ ঔষধৰ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ, গেজেট বিজ্ঞপ্তি জাৰি:

ঔষধৰ দাম নিয়ন্ত্ৰণ কৰা কেন্দ্ৰীয় সংস্থা ‘নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি’য়ে (এন পি পি এ) এই মূল্য নিৰ্ধাৰণ কৰিছে। এই তালিকাত মেটাষ্টেটিক স্তন কেন্সাৰ আৰু গেষ্ট্ৰ’ কেন্সাৰৰ ঔষধো সন্নিবিষ্ট কৰা হৈছে। কিছুমান বিশেষ ঔষধ কোম্পানীয়ে প্ৰস্তুত কৰা ঔষধৰ ক্ষেত্ৰত এই নিয়ম কাৰ্যকৰী কৰা হৈছে।

‘ৰিলায়েন্স লাইফ ছায়েন্সেছ’ৰ দ্বাৰা নিৰ্মিত ‘ট্ৰাষ্টুজুমেব’ ঔষধ মেটাষ্টেটিক স্তন কেন্সাৰ আৰু গেষ্ট্ৰ’ কেন্সাৰৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। উক্ত ঔষধৰ দাম কেন্দ্ৰই নিৰ্ধাৰণ কৰিছে।

গেজেটৰ অধিসূচনা অনুসৰি উক্ত ঔষধৰ খুচুৰা মূল্য প্ৰতি চিচিত ১১,৯৬৬ টকা। ‘টৰেণ্ট ফাৰ্মাচিউটিকেলছ’ৰ দ্বাৰা নিৰ্মিত এবিধ ঔষধ পেপটিক আলচাৰৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। ক্লেৰিথ্ৰ’মাইচিন, ইছ’মেপ্ৰাজ’ল আৰু এমোক্সিচিলিনৰ সংমিশ্ৰণেৰে নিৰ্মিত এই ঔষধৰ প্ৰতিটো টেবলেটৰ মূল্য ১৬২.৫০ টকা নিৰ্ধাৰণ কৰা হৈছে।

ইয়াৰ উপৰি কিছুমান কোম্পানীয়ে প্ৰস্তুত কৰা ২৫ বিধ ডায়েবেটিছ প্ৰতিৰোধী ঔষধৰ (য’ত চিটাগ্লিপ্টিন অন্তৰ্ভুক্ত) মূল্যও নিৰ্ধাৰণ কৰা হৈছে। একাংশ কোম্পানীয়ে প্ৰস্তুত কৰা পেৰাচিটামল ঔষধৰ মূল্যও নিৰ্ধাৰণ কৰা হৈছে। ৪ জুলাইত প্ৰকাশিত গেজেট অধিসূচনাত কোৱা হৈছে যে এই ঔষধৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ঔষধৰ মূল্য নিয়ন্ত্ৰণ নিয়ম, ২০১৩ অনুসৰি।

এই কেন্দ্ৰীয় সংস্থাই ঔষধৰ খুচুৰা মূল্য নিৰ্ধাৰণ কৰে। ইয়াৰ পূৰ্বে এপ্ৰিল মাহত দেশত ৭৪৮ বিধ অত্যাৱশ্যকীয় আৰু গুৰুত্বপূৰ্ণ ঔষধৰ মূল্য বৃদ্ধি কৰা হৈছিল। পাইকাৰী মূল্য সূচকাংকৰ ভিত্তিত সেই ঔষধসমূহৰ মূল্য ‘এম আৰ পি’তকৈ ১.৭৪ শতাংশ বৃদ্ধিৰ সেউজ সংকেত দিছিল কেন্দ্ৰীয় সংস্থাটোৱে।

এই তালিকাত পেৰাচিটামল, কাহ, মধুমেহ, বাতবিষ, কৃমি, ৰক্তচাপ নিয়ন্ত্ৰণ, টোপনি, ভিটামিন, কোষ্ঠকাঠিন্য আদি সাধাৰণ ৰোগৰ ঔষধৰ লগতে গুৰুত্বপূৰ্ণ এণ্টিবায়টিককে ধৰি বিভিন্ন ৰোগৰ টেবলেট আৰু বেজীও সন্নিবিষ্ট কৰা হৈছিল।

ইয়াৰ পূৰ্বে যোৱা বছৰৰ অক্টোবৰ মাহত কেঁচামালৰ মূল্যবৃদ্ধিৰ বাবে কেন্দ্ৰীয় সংস্থাটোৱে হাঁপানী, গ্ল’ক’মা, থেলাছেমিয়া, যক্ষ্মা আৰু মানসিক ৰোগৰ ঔষধকে ধৰি আঠটা অত্যাৱশ্যকীয় ঔষধৰ মূল্য কমেও ৫০ শতাংশ বা তাতকৈ অধিক বৃদ্ধিৰ অনুমোদন জনাইছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: গেজেট বিজ্ঞপ্তি জাৰি৭১ বিধ ঔষধৰ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ
Share4Tweet3Send

Related Posts

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা
National-International

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

by News Desk
September 7, 2026
51
CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ
National-International

CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ

by News Desk
September 7, 2026
53
Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ
National-International

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

by News Desk
September 7, 2026
51
ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই
National-International

ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই

by News Desk
September 7, 2026
52
Kashmir encounter : কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত লস্কৰ কমাণ্ডাৰ কমান্ডাৰ ইয়াচিৰ
National-International

Kashmir encounter : কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত লস্কৰ কমাণ্ডাৰ কমান্ডাৰ ইয়াচিৰ

by News Desk
September 5, 2026
51
Keralam tragic accident : মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু ৮ অভিযান্ত্ৰিকৰ ছাত্ৰৰ
National-International

Keralam tragic accident : মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু ৮ অভিযান্ত্ৰিকৰ ছাত্ৰৰ

by News Desk
September 5, 2026
52
ADVERTISEMENT
Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

September 7, 2026
51
Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা
National-International

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

September 7, 2026
51
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ড : নিচাই কাঢ়ি নিলে নেকি ২৫ বছৰীয়া যুৱতীৰ প্ৰাণ?

September 7, 2026
55
CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ
National-International

CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ

September 7, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

September 7, 2026
Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

September 7, 2026
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

ৰিয়া হত্যাকাণ্ড : নিচাই কাঢ়ি নিলে নেকি ২৫ বছৰীয়া যুৱতীৰ প্ৰাণ?

September 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d