ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sheikh Hasina I শ্বেখ হাছিনাৰ শাস্তি ঘোষণা বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 2, 2025
Reading Time: 1 min read
A A
0
Sheikh Hasina I শ্বেখ হাছিনাৰ শাস্তি ঘোষণা বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ

RELATED POSTS

Jammu Kashmir controversy : জম্মু-কাশ্মীৰ ভাৰতৰেই অংশ, এইবাৰ প্ৰস্তাৱ দাখিল ব্ৰিটিছ সংসদত

ECI controversy : দুজন আয়ুক্তৰ পৰা পত্ৰ লাভ কৰাৰ পিছতো কেবিনেট সচিবালয়ে ‘স্বেচ্ছাচাৰী’ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ, আৰটিআইৰ তথ্যত প্ৰকাশ

Tibet earthquake : তিব্বতত পুনৰ ভূমিকম্পত কমেও ১৮ জনৰ মৃত্যু, ৩ শতাধিক ঘৰ ধ্বংস

New Logo Smal 1 | ASSAM TIMES POST

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক (Sheikh Hasina) শাস্তি প্ৰদানৰ কথা ঘোষণা কৰিছে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে। আদালত অৱমাননাৰ গোচৰত ছমাহৰ কাৰাদণ্ড বিহা হৈছে তেওঁক। অৱশ্যে সশ্ৰম নহয়, সাধাৰণ কাৰাদণ্ড।

Sheikh Hasina I
শ্বেখ হাছিনাৰ শাস্তি ঘোষণা বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ:

বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ তিনিজনীয়া বিচাৰপীঠে বুধবাৰে এই নিৰ্দেশ দিয়ে। ইয়াৰ নেতৃত্বত আছিল ন্যায়াধীশ মহম্মদ গোলাম মৰ্তুজা মজুমদাৰ। বাংলাদেশৰ সংবাদ মাধ্যম প্ৰথম আলোৱে এই তথ্য প্ৰকাশ কৰিছে।

ন্যায়াধীশ মৰ্তুজাৰ উপৰি আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণত ন্যায়াধীশ মহম্মদ চফিউল আলম মাহমুদ আৰু ন্যায়াধীশ মহম্মদ মহিতুল হক এনাম চৌধুৰীও অন্তৰ্ভুক্ত আছিল। হাছিনাক দোষী সাব্যস্ত কৰা আদালত অৱমাননাৰ গোচৰত আনজন অভিযুক্ত আছিল গোবিন্দগঞ্জৰ চাকিল আকন্দ বুলবুল ওৰফে মহম্মদ চাকিল আলম।

লগতে তেওঁকো দোষী সাব্যস্ত কৰা হয়। দুমাহৰ সাধাৰণ কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হয়। যোৱা বছৰৰ ৫ আগষ্টত বাংলাদেশত তীব্ৰ গণ আন্দোলনৰ ৰোষত হাছিনাই প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰি বাংলাদেশ এৰি ভাৰতলৈ গুচি আহে।

তেতিয়াৰে পৰাই তেওঁ ভাৰতত আছে। তেওঁক প্ৰত্যৰ্পণ কৰিবলৈ নতুন দিল্লীৰ সৈতে যোগাযোগ কৰি আহিছে ঢাকাই। বাংলাদেশত হাছিনাৰ বিৰুদ্ধে কেইবাটাও গোচৰ চলি আছে। ক্ষমতাত থকাৰ সময়ত ক্ষমতাৰ অপব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছে। তেওঁ বল প্ৰয়োগ কৰি বিৰোধীক দমন কৰিছিল।

এইবোৰৰ সৈতে জড়িত অভিযোগৰ বিচাৰ চলি আছে বাংলাদেশৰ আদালতত। হাছিনাক উৎখাত কৰাৰ পিছত বাংলাদেশত নোবেল বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰ ক্ষমতালৈ আহে। চৰকাৰৰ লক্ষ্য হৈছে দেশত প্ৰয়োজনীয় সংস্কাৰ সাধন কৰি সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা।

ইতিমধ্যে বাংলাদেশৰ ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিছে। অৱশ্যে অহা বছৰৰ এপ্ৰিলৰ পূৰ্বে বাংলাদেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কোনো সম্ভাৱনা নাই বুলি উল্লেখ কৰিছে ইউনুছে। এপ্ৰিলৰ আৰম্ভণিতে হ’ব পাৰে নিৰ্বাচন। বি এন পিকে ধৰি বিৰোধীয়ে এই ঘোষণাৰ বিৰোধিতা কৰিছে। ডিচেম্বৰ মাহত নিৰ্বাচনৰ দাবী জনাইছে।

নিৰ্বাচনক লৈ সৃষ্টি হোৱা উত্তেজনাৰ সমান্তৰালভাৱে হাছিনাৰ বিৰুদ্ধেও গোচৰ চলি আছে। তেনে এটা গোচৰত হাছিনাক শাস্তি দিয়াৰ কথা বুধবাৰে ঘোষণা কৰা হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰশ্বেখ হাছিনাৰ শাস্তি ঘোষণা বাংলাদেশৰ
Share4Tweet3Send

Related Posts

Jammu Kashmir controversy : জম্মু-কাশ্মীৰ ভাৰতৰেই অংশ, এইবাৰ প্ৰস্তাৱ দাখিল ব্ৰিটিছ সংসদত
National-International

by News Desk
October 23, 2026
50
ECI controversy : দুজন আয়ুক্তৰ পৰা পত্ৰ লাভ কৰাৰ পিছতো কেবিনেট সচিবালয়ে ‘স্বেচ্ছাচাৰী’ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ, আৰটিআইৰ তথ্যত প্ৰকাশ
National-International

ECI controversy : দুজন আয়ুক্তৰ পৰা পত্ৰ লাভ কৰাৰ পিছতো কেবিনেট সচিবালয়ে ‘স্বেচ্ছাচাৰী’ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ, আৰটিআইৰ তথ্যত প্ৰকাশ

by News Desk
October 23, 2026
50
Tibet earthquake : তিব্বতত পুনৰ ভূমিকম্পত কমেও ১৮ জনৰ মৃত্যু, ৩ শতাধিক ঘৰ ধ্বংস
Earthquake

Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২
National-International

Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২

by News Desk
October 22, 2026
53
Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ
National-International

Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ

by News Desk
October 22, 2026
51
Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা
National-International

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

by News Desk
October 22, 2026
51
ADVERTISEMENT
Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ
Assam

Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ

October 23, 2026
50
Jammu Kashmir controversy : জম্মু-কাশ্মীৰ ভাৰতৰেই অংশ, এইবাৰ প্ৰস্তাৱ দাখিল ব্ৰিটিছ সংসদত
National-International

Jammu Kashmir controversy : জম্মু-কাশ্মীৰ ভাৰতৰেই অংশ, এইবাৰ প্ৰস্তাৱ দাখিল ব্ৰিটিছ সংসদত

October 23, 2026
50
ECI controversy : দুজন আয়ুক্তৰ পৰা পত্ৰ লাভ কৰাৰ পিছতো কেবিনেট সচিবালয়ে ‘স্বেচ্ছাচাৰী’ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ, আৰটিআইৰ তথ্যত প্ৰকাশ
National-International

ECI controversy : দুজন আয়ুক্তৰ পৰা পত্ৰ লাভ কৰাৰ পিছতো কেবিনেট সচিবালয়ে ‘স্বেচ্ছাচাৰী’ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ, আৰটিআইৰ তথ্যত প্ৰকাশ

October 23, 2026
50
Road accident : বৰমাৰ বাটাচাৰাত পথ দুৰ্ঘটনা, নিহত এগৰাকী ছাত্ৰী
Assam

Road accident : বৰমাৰ বাটাচাৰাত পথ দুৰ্ঘটনা, নিহত এগৰাকী ছাত্ৰী

October 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ

Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ

October 23, 2026
Jammu Kashmir controversy : জম্মু-কাশ্মীৰ ভাৰতৰেই অংশ, এইবাৰ প্ৰস্তাৱ দাখিল ব্ৰিটিছ সংসদত

Jammu Kashmir controversy : জম্মু-কাশ্মীৰ ভাৰতৰেই অংশ, এইবাৰ প্ৰস্তাৱ দাখিল ব্ৰিটিছ সংসদত

October 23, 2026
ECI controversy : দুজন আয়ুক্তৰ পৰা পত্ৰ লাভ কৰাৰ পিছতো কেবিনেট সচিবালয়ে ‘স্বেচ্ছাচাৰী’ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ, আৰটিআইৰ তথ্যত প্ৰকাশ

ECI controversy : দুজন আয়ুক্তৰ পৰা পত্ৰ লাভ কৰাৰ পিছতো কেবিনেট সচিবালয়ে ‘স্বেচ্ছাচাৰী’ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ, আৰটিআইৰ তথ্যত প্ৰকাশ

October 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d