ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

JK terrorist attack I পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত উত্তপ্ত কাশ্মীৰ, এছ আই এৰ অভিযান

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 17, 2025
Reading Time: 1 min read
A A
0
মোদীৰ ভ্ৰমণৰ পূৰ্বে জম্মুৰ সেনা ছাউনিৰ ওচৰত সন্ত্ৰাসবাদী আক্ৰমণ, নিহত ২ সন্ত্ৰাসবাদীসহ ৩

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

শেহতীয়াকৈ পহেলগামত পৰ্যটকৰ (Pahalgam Attack) ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে সমগ্ৰ জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাস বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে। কাশ্মীৰ উপত্যকাৰ কুপৱাৰা, শ্ৰীনগৰ, গণ্ডাৰৱাল, বাৰামুল্লাকে ধৰি কমেও ১০টা স্থানত তালাচী চলাই আছে ৰাজ্যিক অনুসন্ধান সংস্থাই।

JK terrorist attack I
পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত উত্তপ্ত কাশ্মীৰ, এছ আই এৰ অভিযান:

কিন্তু শনিবাৰে বিয়লিলৈকে এই তালাচী অভিযানৰ পৰা কোনো লোকক গ্ৰেপ্তাৰ বা জব্দ কৰাৰ খবৰ পোৱা হোৱা নাই। ২২ এপ্ৰিলৰ পহেলগাম আক্ৰমণৰ পিছত দক্ষিণ কাশ্মীৰৰ নিৰ্দিষ্ট অঞ্চলত লক্ষ্য নিৰ্ধাৰণ কৰি অভিযান চলাই থকা বুলি নিৰাপত্তা সংস্থাই অৱগত কৰিছে।

বিগত তিনিদিনত মুঠ ৬ জন সন্ত্ৰাসবাদী নিহত হৈছে। মঙলবাৰে শ্বপিয়ানৰ কিলাৰ অঞ্চলত আৰু বৃহস্পতিবাৰে পুলৱামাৰ ট্ৰালৰ নাদেৰত দুটা পৃথক সংঘৰ্ষত মুঠ ছয়জন সন্ত্ৰাসবাদী নিহত হয়।

নিহতসকলৰ ভিতৰত এজন হৈছে একাধিক আক্ৰমণৰ সৈতে জড়িত শ্বাহিদ কুট্টে। ইয়াৰ ভিতৰত ২০২৩ চনৰ ১৮ মে’ত শ্বপিয়ানৰ হিৰপোৰাত এজন গাঁওবুঢ়াক হত্যা কৰা আৰু ৮ এপ্ৰিলত ডেনিছ ৰিজ’ৰ্টত সংঘটিত গুলীচালনা, য’ত দুজন জাৰ্মান পৰ্যটক আৰু এজন চালক আহত হয়।

Tags: এছ আই এৰ অভিযানপহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰপিছত উত্তপ্ত কাশ্মীৰ
Share4Tweet3Send

Related Posts

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ
National-International

by News Desk
May 4, 2026
50
BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়
National-International

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

by News Desk
May 4, 2026
50
Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান
National-International

Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

by News Desk
May 4, 2026
50
‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক

Maharashtra Day : ‎মহাৰাষ্ট্ৰত ২০২৬ৰ শ্ৰেষ্ঠ ঘোষকৰ সন্মান বুটলিলে যোৰহাটৰ শুভাশ্ৰী বৰঠাকুৰে

Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা

ADVERTISEMENT
Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ
National-International

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

May 4, 2026
50
BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়
National-International

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

May 4, 2026
50
Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান
National-International

Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

May 4, 2026
50
‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক
National-International

‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক

May 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

May 4, 2026
BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

May 4, 2026
Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

May 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT