ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam CM on Pahalgam attack । পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক যিকোনো প্ৰকাৰে সমৰ্থন জনোৱা কোনো ব্যক্তিক ৰেহাই দিয়া নহ’ব, মুখ্যমন্ত্ৰীৰ সতৰ্কবাণী

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 24, 2025
Reading Time: 1 min read
A A
0
Assam CM on Pahalgam attack । পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক যিকোনো প্ৰকাৰে সমৰ্থন জনোৱা কোনো ব্যক্তিক ৰেহাই দিয়া নহ’ব, মুখ্যমন্ত্ৰীৰ সতৰ্কবাণী

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা

Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ

Assam Election 2026 : এতিয়ালৈকে জয়লাভ কৰা প্ৰাৰ্থীসকল

পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) গুৰুত্বপূৰ্ণ ঘোষণা। বৃহস্পতিবাৰে পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পিছত বিধায়ক অমিনুল ইছলামে আগবঢ়োৱা বিতৰ্কিত মন্তব্যৰ বাবে তেওঁক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।

Assam CM on Pahalgam attack ।
পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক যিকোনো প্ৰকাৰে সমৰ্থন জনোৱা কোনো ব্যক্তিক ৰেহাই দিয়া নহ’ব, মুখ্যমন্ত্ৰীৰ সতৰ্কবাণী:

সামাজিক মাধ্যমত দিয়া এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে কয় যে সন্ত্ৰাসবাদী ঘটনাক পৰোক্ষ বা প্ৰত্যক্ষভাৱে সমৰ্থন জনোৱা কোনো ব্যক্তিকে ৰেহাই দিয়া নহ’ব।

মুখ্যমন্ত্ৰীয়ে কয়, “পেহেলগামত পাকিস্তানৰ পৃষ্ঠপোষকতাত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক প্রত্যক্ষ বা পৰোক্ষভাৱে সমর্থন কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধে অসমে সম্ভৱপৰ শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিব।

ৰাজ্যৰ মাননীয় বিধায়ক আমিনুল ইছলামে যি বিৰূপ বক্তব্য প্ৰদান কৰিছে, এয়া নিশ্চিতভাৱে দেশবিৰোধী আৰু আমি এনে মানসিকতাক কাহানিও প্রশ্রয় নিদিওঁ৷ ভাৰতবৰ্ষৰ কোনো নাগৰিকে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিব সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে৷”

মুখ্যমন্ত্ৰীয়ে লগতে কয়, “এই কথা সকলোৱে স্পষ্টকৈ জনা উচিত– যিসকলে নিৰীহ নাগৰিকসকলৰ নিৰ্মম হত্যাক ন্যায়সংগত, স্বাভাৱিক বুজাবলৈ চেষ্টা কৰি আছে, তেওঁলোকে বাক-স্বাধীনতা প্ৰয়োগৰ নামত প্রকৃততে নিজ দেশৰ অর্থাৎ ভাৰতৰ আত্মাৰ বিৰুদ্ধে থিয় দিছে।”

Tags: ঘটনাক যিকোনো প্ৰকাৰে সমৰ্থন জনোৱা কোনো ব্যক্তিক ৰেহাই দিয়া নহ'বপহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰমুখ্যমন্ত্ৰীৰ সতৰ্কবাণী
Share4Tweet3Send

Related Posts

Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা
Assam

Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা

by News Desk
May 4, 2026
50
Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ
Assam

Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ

by News Desk
May 4, 2026
50
Assam Election 2026 : এতিয়ালৈকে জয়লাভ কৰা প্ৰাৰ্থীসকল
Assam

Assam Election 2026 : এতিয়ালৈকে জয়লাভ কৰা প্ৰাৰ্থীসকল

by News Desk
May 4, 2026
50
Congress MP Gaurav Gogoi’s Emotional Plea to Honor Language Martyrs by Renaming Silchar Railway Station
Assam

Assam Election 2026 । গৌৰৱ গগৈ পৰাস্ত, ১০০ অতিক্ৰম কৰাৰ দিশে বিজেপি

by Staff Reporter
May 4, 2026
50
Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা
Assam

Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা

by Staff Reporter
May 4, 2026
50
Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়
Assam

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

by News Desk
April 29, 2026
50
ADVERTISEMENT
Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ
National-International

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

May 4, 2026
50
BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়
National-International

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

May 4, 2026
50
Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান
National-International

Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

May 4, 2026
50
‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক
National-International

‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক

May 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

May 4, 2026
BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

May 4, 2026
Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

May 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx