ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Pahalgam terrorist attack I পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 23, 2025
Reading Time: 1 min read
A A
0
Pahalgam terrorist attack I পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা মুখ্যমন্ত্ৰীৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

মঙলবাৰে জম্মু-কাশ্মীৰৰ পহেলগামত সংঘটিত হয় ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণৰ (Pahalgam Attack) ঘটনা। এই ঘটনাত নিহত হয় দেশৰ বিভিন্ন প্ৰান্তৰ ২৬ জন লোক। আনহাতে, আন কেইবাজনো লোক আহত হয় তেওঁলোক আছিল পৰ্যটক।

Pahalgam terrorist attack I
পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা মুখ্যমন্ত্ৰীৰ:

এই ঘটনাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ মঙলবাৰে নিশা ততাতৈয়াকৈ শ্ৰীনগৰলৈ ৰাওনা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেওঁৰ চৌদি আৰব ভ্ৰমণ আধাতে সামৰি বুধবাৰে পুৱা দেশলৈ উভতি আহে।

আনহাতে, এই ঘটনাক সকলোৱে তীব্ৰ ভাষাৰে গৰিহণা দিছে। বিদেশৰ পৰাও এই ঘটনাত দুখ প্ৰকাশ কৰি বিশ্ব নেতাসকলে গৰিহণা দিছে।
ইফালে বুধবাৰে শ্ৰীনগৰত নিহত লোকসকললৈ অন্তিম শ্ৰদ্ধা জনায় গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ ইয়াৰ ফটো নিজৰ এক্স হেণ্ডেলত প্ৰকাশ কৰে।

আনহাতে, পহেলগামৰ এই বৰ্বৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। অমিত শ্বাহৰ কেইখনমান ফটো নিজৰ ছচিয়েল মিডিয়া একাউণ্টত শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে, “এই ছবিসমূহ অত্যন্ত হৃদয় বিদাৰক আৰু ই দেশৰ বিবেকক জোকাৰি গৈছে।

মাননীয় শ্ৰীঅমিত শ্বাহ ডাঙৰীয়াৰ সৈতে অসমৰ ৰাইজৰ হৈ আমিও মৃতকৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা আগবঢ়াইছোঁ।” মুখ্যমন্ত্ৰীয়ে লগতে লিখিছে, ” এই জঘন্য আক্ৰমণৰ নিশ্চিতভাৱে উচিত ব্যৱস্থা লোৱা হ’ব আৰু অপৰাধীসকলক কাহানিও ৰেহাই দিয়া নহ’ব।”

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: ঘটনাক তীব্ৰ গৰিহণা মুখ্যমন্ত্ৰীৰপহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ
Share5Tweet3Send

Related Posts

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ
National-International

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

by Staff Reporter
November 19, 2025
50
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!
National-International

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

by Staff Reporter
November 19, 2025
50
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!
National-International

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

by Staff Reporter
November 19, 2025
50
বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন জাৰ্মানী আৰু নেডাৰলেণ্ডৰ
National-International

ডেৰ নিযুত জনসংখ্যাৰ দেশ কুৰাকাওৰ বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন ৪২ খন দেশৰ টিকট লাভ বিশ্বকাপলৈ বাকী আছে ৬খন দেশ

by Staff Reporter
November 19, 2025
50
ই-ভিছা অবিহনে ভাৰতত সোমাব নোৱাৰিব আফগান নাগৰিক, বাতিল পূৰ্বৰ সকলো ভিছা
National-International

Indian Visa । ভাৰতীয়ৰ ভিছা ৰেহাই স্থগিত ৰাখিলে ইৰাণে, কিন্তু কিয়?

by Staff Reporter
November 18, 2025
53
Assam Crime Records I চলিত বছৰত সাত মাহত অসমত ৫ শতাধিক হত্যাকাণ্ড
National-International

বিহাৰ বিধানসভাৰ আধাতকৈ অধিক লোক অপৰাধত অভিযুক্ত, ৯০ শতাংশ কোটিপতি

by Staff Reporter
November 18, 2025
53
ADVERTISEMENT
আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ
National-International

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

November 19, 2025
50
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!
National-International

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

November 19, 2025
50
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!
National-International

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

November 19, 2025
50
বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন জাৰ্মানী আৰু নেডাৰলেণ্ডৰ
National-International

ডেৰ নিযুত জনসংখ্যাৰ দেশ কুৰাকাওৰ বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন ৪২ খন দেশৰ টিকট লাভ বিশ্বকাপলৈ বাকী আছে ৬খন দেশ

November 19, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

November 19, 2025
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

November 19, 2025
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

November 19, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13846) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2052) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3496) Lifestyle (24) literature (16) National-International (10908) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d