ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Allahabad High Court । শ্বাৰ্টৰ বুটাম নথকাৰ শাস্তি, অধিবক্তাক ৬ মাহৰ কাৰাদণ্ড এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 12, 2025
Reading Time: 1 min read
A A
0
Allahabad High Court I মুছলমানৰ বাবে অবিবাহিত সহবাস ‘হাৰাম’, আদালতৰ পৰ্যবেক্ষণ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

শ্বাৰ্টৰ বুটাম খোলা থকাৰ অপৰাধৰ বাবে এগৰাকী অধিবক্তাগৰাকীক ছমাহৰ কাৰাদণ্ড। শেহতীয়াকৈ এলাহাবাদ উচ্চ ন্যায়ালয়ে (Allahabad High Court) ২০২১ চনত আদালত অৱমাননাৰ গোচৰত অভিযুক্ত এজন অধিবক্তাক শাস্তি প্ৰদান কৰে।

Allahabad High Court ।
অধিবক্তাক ৬ মাহৰ কাৰাদণ্ড এলাহাবাদ উচ্চ ন্যায়ালয়ৰ:

আদালতৰ সূত্ৰ অনুসৰি, অভিযুক্ত অধিবক্তাজনৰ নাম অশোক পাণ্ডে। অভিযোগ অনুসৰি, ২০২১ চনত অশোকে এটা গোচৰৰ শুনানিত অধিবক্তাৰ পোছাক পৰিধান নকৰাকৈ আদালতত হাজিৰ হৈছিল।

আনকি তেওঁৰ শ্বাৰ্টৰ কেইবাটাও বুটাম খোলা আছিল। অভিযোগ অনুসৰি, নিয়ম ভংগ কৰাৰ বাবে আদালতৰ কক্ষৰ পৰা ওলাই যাবলৈ কোৱাত তেওঁ ন্যায়াধীশসকলক ‘গুণ্ডা’ বুলি অভিহিত কৰিছিল।

তাৰ উপৰি ব্যাপক বিতৰ্কও চলে। ইয়াৰ পিছত আদালতে তেওঁৰ বিৰুদ্ধে অৱজ্ঞাৰ গোচৰ ৰুজু কৰে। উক্ত গোচৰত ন্যায়াধীশ বিবেক চৌধুৰী আৰু ন্যায়াধীশ বি আৰ সিঙৰ বিভাগীয় বিচাৰপীঠে বৃহস্পতিবাৰে তেওঁক ছমাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে অপৰাধৰ প্ৰকাৰ আৰু অশোকৰ অতীতৰ আচৰণৰ ইতিহাস পৰীক্ষা কৰি তেওঁৰ ওপৰত ‘দৃষ্টান্তমূলক শাস্তি’ নিশ্চিত কৰাটো প্ৰয়োজনীয় বুলি অনুভৱ কৰে।

কাৰাদণ্ডৰ উপৰি অধিবক্তাগৰাকীক ২০০০ টকা জৰিমনাও বিহা হয়। জৰিমনা আদায় নিদিলে তেওঁক আৰু এমাহৰ কাৰাদণ্ডৰ শাস্তি দিয়া হ’ব। আনহাতে, লক্ষ্ণৌত মুখ্য ন্যায়াধীশৰ আগত আত্মসমৰ্পণ কৰিবলৈ অশোকক চাৰি সপ্তাহৰ সময় দিয়া হৈছে।

ইয়াৰ উপৰি আদালতে তেওঁৰ বিৰুদ্ধে কাৰণ দেখুওৱাৰ জাননীও জাৰি কৰি প্ৰশ্ন কৰে যে তেওঁক কিয় এলাহাবাদ উচ্চ ন্যায়ালয় আৰু লক্ষ্ণৌ বিচাৰপীঠত আইন চৰ্চা কৰাত বাধা দিব নালাগে। ১ মে’ৰ ভিতৰত ইয়াৰ উত্তৰ দিব লাগিব অশোকে।

Tags: অধিবক্তাক ৬ মাহৰ কাৰাদণ্ড এলাহাবাদ উচ্চ ন্যায়ালয়ৰশ্বাৰ্টৰ বুটাম নথকাৰ শাস্তি
Share4Tweet3Send

Related Posts

NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা
National-International

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

by Staff Reporter
May 15, 2026
50
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

by Staff Reporter
May 15, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

by Staff Reporter
May 15, 2026
50
Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ
National-International

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

by Staff Reporter
May 15, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

Fuel price hike । প্ৰধানমন্ত্ৰীৰ শক্তি সঞ্চয়ৰ বাৰ্তাৰ পিছত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

by Staff Reporter
May 15, 2026
50
India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11
National-International

India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11

by Staff Reporter
May 15, 2026
50
ADVERTISEMENT
NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা
National-International

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

May 15, 2026
50
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

May 15, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

May 15, 2026
50
Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ
National-International

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

May 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

May 15, 2026
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

May 15, 2026
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

May 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx