ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Myanmar Earthquake : ম্যানমাৰত ভূমিকম্পত মৃত্যুৰ সংখ্যা ৩০০০ অতিক্ৰম

News Desk by News Desk
April 3, 2025
Reading Time: 1 min read
A A
0
Myanmar Earthquake : ম্যানমাৰত ভূমিকম্পত মৃত্যুৰ সংখ্যা ৩০০০ অতিক্ৰম

RELATED POSTS

Jammu Kashmir controversy : জম্মু-কাশ্মীৰ ভাৰতৰেই অংশ, এইবাৰ প্ৰস্তাৱ দাখিল ব্ৰিটিছ সংসদত

ECI controversy : দুজন আয়ুক্তৰ পৰা পত্ৰ লাভ কৰাৰ পিছতো কেবিনেট সচিবালয়ে ‘স্বেচ্ছাচাৰী’ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ, আৰটিআইৰ তথ্যত প্ৰকাশ

Tibet earthquake : তিব্বতত পুনৰ ভূমিকম্পত কমেও ১৮ জনৰ মৃত্যু, ৩ শতাধিক ঘৰ ধ্বংস

New Logo Smal 2 | ASSAM TIMES POST

নিউজ ডেস্কঃ

যোৱা শুকুৰবাৰে সংঘটিত প্ৰবল ভূমিকম্পৰ ফলত ম্যানমাৰ (Myanmar Earthquake) এতিয়াও মাজে মাজে আফটাৰশ্বকৰ সন্মুখীন (Facing an aftershock) হৈ আছে। বুধবাৰে নিশাও ম্যানমাৰত ভূমিকম্প অনুভূত হয়। ভাৰতীয় ভূতাত্ত্বিক জৰীপৰ (National Center for Seismology) তথ্য অনুসৰি, এই কম্পনৰ পৰিমাণ আছিল ৰিখতাৰ স্কেলত ৪.৮। ভূপৃষ্ঠৰ পৰা ২৫ কিলোমিটাৰ গভীৰতাত এই কম্পন অনুভৱ কৰা হয়। বুধবাৰে বিয়লি ম্যানমাৰত আন এক কম্পন অনুভূত হয়। ইয়াৰ মাত্ৰা আছিল ৪.৩।

আনহাতে, ভূমিকম্পত বিধ্বস্ত ম্যানমাৰত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। শুকুৰবাৰৰ পৰা ৩ হাজাৰৰো অধিক লোকৰ মৃত্যু (More than 3,000 people have died) হৈছে। ইফালে ম্যানমাৰত চলি আছে গৃহযুদ্ধৰ পৰিস্থিতি। ফলত এই ভূমিকম্পত পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে। ভূমিকম্পৰ পৰিপ্ৰেক্ষিতত জুন্তা বিৰোধী পিপলছ ডিফেন্স ফ’ৰ্চে পূৰ্বে যুদ্ধবিৰতি ঘোষণা কৰিছিল। বুধবাৰে ম্যানমাৰৰ জুন্টা সেনায়ো অস্থায়ী যুদ্ধবিৰতি ঘোষণা কৰে।

Mya 1 | ASSAM TIMES POST
ম্যানমাৰত ভূমিকম্পত মৃত্যুৰ সংখ্যা ৩০০০ অতিক্ৰম

উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে পুৱা ৭.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পই প্ৰথমে ম্যানমাৰৰ মাটি কঁপাইছিল। তাৰ পিছৰ পৰা দেশখনত একেৰাহে ১৫টা আফটাৰশ্বক হৈছে। ভূমিকম্পৰ ফলত এক বৃহৎ এলেকা ধ্বংস হৈছে। বহু অট্টালিকা, ৰাস্তা, দলং ভাঙি গৈছে। প্ৰায় ৪৫০০ লোক আহত হয়। সন্ধানহীন হৈছে ৪০০ৰো অধিক লোক। ইফালে বুধবাৰে ম্যানমাৰৰ এখন হোটেলৰ ধ্বংসাৱশেষৰ পৰা এজন যুৱকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়।

শুকুৰবাৰৰ ভূমিকম্পৰ ফলত চুবুৰীয়া ৰাষ্ট্ৰ থাইলেণ্ডতো ক্ষতি হয়। থাইলেণ্ডৰ ৰাজধানী বেংককত ৩০ মহলীয়া অট্টালিকা ভাঙি পৰে। তাতো বহু লোকৰ মৃত্যু হৈছে। উদ্ধাৰকাৰীয়ে অনুমান কৰিছে যে বহু লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে। উদ্ধাৰকাৰী দলে তেওঁলোকক বিচাৰি উলিয়াবলৈ চেষ্টা চলাই আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: MyanmarEarthquakeম্যানমাৰতভূমিকম্প
Share5Tweet3Send

Related Posts

Jammu Kashmir controversy : জম্মু-কাশ্মীৰ ভাৰতৰেই অংশ, এইবাৰ প্ৰস্তাৱ দাখিল ব্ৰিটিছ সংসদত
National-International

by News Desk
October 23, 2026
50
ECI controversy : দুজন আয়ুক্তৰ পৰা পত্ৰ লাভ কৰাৰ পিছতো কেবিনেট সচিবালয়ে ‘স্বেচ্ছাচাৰী’ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ, আৰটিআইৰ তথ্যত প্ৰকাশ
National-International

ECI controversy : দুজন আয়ুক্তৰ পৰা পত্ৰ লাভ কৰাৰ পিছতো কেবিনেট সচিবালয়ে ‘স্বেচ্ছাচাৰী’ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ, আৰটিআইৰ তথ্যত প্ৰকাশ

by News Desk
October 23, 2026
50
Tibet earthquake : তিব্বতত পুনৰ ভূমিকম্পত কমেও ১৮ জনৰ মৃত্যু, ৩ শতাধিক ঘৰ ধ্বংস
Earthquake

Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২
National-International

Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২

by News Desk
October 22, 2026
53
Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ
National-International

Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ

by News Desk
October 22, 2026
51
Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা
National-International

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

by News Desk
October 22, 2026
51
ADVERTISEMENT
Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ
Assam

Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ

October 23, 2026
50
Jammu Kashmir controversy : জম্মু-কাশ্মীৰ ভাৰতৰেই অংশ, এইবাৰ প্ৰস্তাৱ দাখিল ব্ৰিটিছ সংসদত
National-International

Jammu Kashmir controversy : জম্মু-কাশ্মীৰ ভাৰতৰেই অংশ, এইবাৰ প্ৰস্তাৱ দাখিল ব্ৰিটিছ সংসদত

October 23, 2026
50
ECI controversy : দুজন আয়ুক্তৰ পৰা পত্ৰ লাভ কৰাৰ পিছতো কেবিনেট সচিবালয়ে ‘স্বেচ্ছাচাৰী’ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ, আৰটিআইৰ তথ্যত প্ৰকাশ
National-International

ECI controversy : দুজন আয়ুক্তৰ পৰা পত্ৰ লাভ কৰাৰ পিছতো কেবিনেট সচিবালয়ে ‘স্বেচ্ছাচাৰী’ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ, আৰটিআইৰ তথ্যত প্ৰকাশ

October 23, 2026
50
Road accident : বৰমাৰ বাটাচাৰাত পথ দুৰ্ঘটনা, নিহত এগৰাকী ছাত্ৰী
Assam

Road accident : বৰমাৰ বাটাচাৰাত পথ দুৰ্ঘটনা, নিহত এগৰাকী ছাত্ৰী

October 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ

Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ

October 23, 2026
Jammu Kashmir controversy : জম্মু-কাশ্মীৰ ভাৰতৰেই অংশ, এইবাৰ প্ৰস্তাৱ দাখিল ব্ৰিটিছ সংসদত

Jammu Kashmir controversy : জম্মু-কাশ্মীৰ ভাৰতৰেই অংশ, এইবাৰ প্ৰস্তাৱ দাখিল ব্ৰিটিছ সংসদত

October 23, 2026
ECI controversy : দুজন আয়ুক্তৰ পৰা পত্ৰ লাভ কৰাৰ পিছতো কেবিনেট সচিবালয়ে ‘স্বেচ্ছাচাৰী’ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ, আৰটিআইৰ তথ্যত প্ৰকাশ

ECI controversy : দুজন আয়ুক্তৰ পৰা পত্ৰ লাভ কৰাৰ পিছতো কেবিনেট সচিবালয়ে ‘স্বেচ্ছাচাৰী’ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ, আৰটিআইৰ তথ্যত প্ৰকাশ

October 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d