ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Adani Group । মুম্বাইৰ ধাৰাৱী বস্তি প্ৰকল্প থাকিব আদানীৰ হাততেই, উচ্চতম ন্যায়ালয়ৰ ৰায়

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 8, 2025
Reading Time: 1 min read
A A
0
Adani Group : উৎকোচ নহয়, আমেৰিকাত আদানিৰ বিৰুদ্ধে অন্য তিনিটা অভিযোগ আছে, দাবী‌ আদানি গ্ৰুপৰ

RELATED POSTS

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী

Crime Branch : জে’লৰ পৰা ওলালেও বিপদ শেষ হোৱা নাই চিজেপি নেতাৰ, এইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ চমন

New Logo Smal | ASSAM TIMES POST

মুম্বাইৰ ধাৰাৱী বস্তিৰ পুনৰ উন্নয়ন প্ৰকল্পৰ আদানী গ্ৰুপৰ (Adani Group) হাততেই থাকিব। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এই কথা স্পষ্ট হৈ পৰিছে। সংযুক্ত আৰব আমিৰশ্বাহীৰ কোম্পানী ছেক্লিংক টেকন’লজিছ কৰ্প’ৰেচনে প্ৰকল্পটোৰ ডেলিভাৰীত অনিয়মৰ অভিযোগ উত্থাপন কৰি স্থগিতাদেশ বিচাৰি আবেদন দাখিল কৰিছিল।

Adani Group ।
মুম্বাইৰ ধাৰাৱী বস্তি প্ৰকল্প থাকিব আদানীৰ হাততেই:

কিন্তু উচ্চতম ন্যায়ালয়ে ইয়াক খাৰিজ কৰে। অৱশ্যে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ বিচাৰপীঠে কয় যে চমন লাভ কৰাৰ সন্দৰ্ভত আদানীৰ কোম্পানীৰ বিবৃতি বিচাৰি জাননী প্ৰেৰণ কৰা হ’ব।

২০২২ চনত বিজেপি-শিৱসেনা (শিন্দে)) মিত্ৰজোঁটৰ চৰকাৰে ধাৰাৱী বস্তি পুনৰ্বাসন প্ৰকল্প বাতিল কৰিছিল। গৌতম আদানীৰ কোম্পানী আদানী প্ৰ’পাৰ্টিজে ৫০৭০ কোটি টকাৰ নতুন নিবিদাৰে এই চুক্তি লাভ কৰে। একে সময়তে ২০১৮ চনৰ আৱণ্টন বাতিলক লৈ বিতৰ্ক আৰম্ভ হয়। উক্ত আৱণ্টন লাভ কৰিছিল ডুবাইৰ কোম্পানী ছেক্লিংক টেকন’লজিছ কৰ্প’ৰেচনে।

ইয়াৰ পূৰ্বে তেওঁলোকে বোম্বাই উচ্চ ন্যায়ালয়ত স্থগিতাদেশৰ আবেদন দাখিল কৰাত ব্যৰ্থ হয়। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে কয় যে ইতিমধ্যে এই প্ৰকল্পৰ কাম আৰম্ভ হৈছে। কিছু ৰে’লৱেৰ আবাসনো ভাঙি পেলোৱা হৈছে। এনে পৰিস্থিতিত উচ্চতম ন্যায়ালয়ে আদানী গ্ৰুপক ধাৰাৱী প্ৰকল্পৰ বাবে সুকীয়া বেংক একাউণ্ট খুলিবলৈ নিৰ্দেশ দিয়ে।

২০২২ চনত তদানীন্তন মুখ্যমন্ত্ৰী একনাথ শিন্দেৰ চৰকাৰে আৱণ্টন বাতিল কৰি নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। সেই সময়ত বিৰোধীয়ে অভিযোগ কৰিছিল যে আদানীৰ সুবিধাৰ্থে আৱণ্টন বাতিল কৰি যোগ্যতাৰ মাপকাঠী সলনি কৰা হৈছে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আদানীয়ে ধাৰাৱী প্ৰকল্পৰ অধিগ্ৰহণক “ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰত দখল”ৰ সৈতে তুলনা কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ নেতা উদ্ধৱ থাকৰে মহাৰাষ্ট্ৰত বিৰোধী মিত্ৰজোঁটে পুনৰ ক্ষমতালৈ আহিলে আদানীৰ পৰা ধাৰাৱী প্ৰকল্প কাঢ়ি লোৱাৰ প্ৰতিশ্ৰুতি দিছিল।

কিন্তু মহাৰাষ্ট্ৰৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে অনিয়মৰ অভিযোগ খাৰিজ কৰিলেও কৰ’নাৰ পিছত অৰ্থনৈতিক পৰিস্থিতি সলনি কৰাৰ সিদ্ধান্ত লৈছিল। সুবিধা পোৱাৰ অভিযোগ অস্বীকাৰ কৰি আদানীয়ে দাবী কৰে যে কাম সম্পূৰ্ণ হ’লে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো ই এক আদৰ্শ বস্তি পুনৰ্গঠন প্ৰকল্পত পৰিণত হ’ব।

প্ৰস্তাৱিত প্ৰকল্প অনুসৰি, তেওঁলোকে প্ৰায় ৬২০ একৰ মাটিত পুনৰ সংস্থাপন কৰিব। ৭ লাখ বাসিন্দাক পুনৰ সংস্থাপন কৰা হ’ব। ধাৰাৱীত ১০ লাখ লোক থাকিলেও ২০০০ চনৰ ১ জানুৱাৰীৰ পূৰ্বে যিসকলৰ বাসস্থানৰ প্ৰমাণ আছে তেওঁলোকৰহে ইয়াত পুনৰ সংস্থাপনৰ যোগ্যতা আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: উচ্চতম ন্যায়ালয়ৰ ৰায়থাকিব আদানীৰ হাততেইমুম্বাইৰ ধাৰাৱী বস্তি প্ৰকল্প
Share4Tweet3Send

Related Posts

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা
National-International

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

by News Desk
October 22, 2026
50
Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী
National-International

Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী

by News Desk
October 22, 2026
50
Crime Branch : জে’লৰ পৰা ওলালেও বিপদ শেষ হোৱা নাই চিজেপি নেতাৰ, এইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ চমন
National-International

Crime Branch : জে’লৰ পৰা ওলালেও বিপদ শেষ হোৱা নাই চিজেপি নেতাৰ, এইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ চমন

by News Desk
October 22, 2026
50
France violence : ফ্ৰান্সত অশান্তিকৰ পৰিস্থিতিৰ বাবে প্ৰবাসী ভাৰতীয়লৈ নিৰ্দেশনা জাৰি নতুন দিল্লীৰ
National-International

France violence : ফ্ৰান্সত অশান্তিকৰ পৰিস্থিতিৰ বাবে প্ৰবাসী ভাৰতীয়লৈ নিৰ্দেশনা জাৰি নতুন দিল্লীৰ

by News Desk
October 22, 2026
50
CJP leaders arrested : চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ
National-International

CJP protest : যন্তৰ-মন্তৰত আন্দোলন নকৰাৰ প্ৰতিশ্ৰুতি দি জে’লৰ পৰা ওলাল চিজেপি নেতা সৌৰভ-আশুতোষ

by News Desk
October 22, 2026
50
United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত
National-International

United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত

by News Desk
October 21, 2026
52
ADVERTISEMENT
Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা
National-International

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

October 22, 2026
50
Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!
Assam

Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!

October 22, 2026
50
Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী
National-International

Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী

October 22, 2026
50
Crime Branch : জে’লৰ পৰা ওলালেও বিপদ শেষ হোৱা নাই চিজেপি নেতাৰ, এইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ চমন
National-International

Crime Branch : জে’লৰ পৰা ওলালেও বিপদ শেষ হোৱা নাই চিজেপি নেতাৰ, এইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ চমন

October 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

October 22, 2026
Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!

Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!

October 22, 2026
Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী

Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী

October 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d