ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Economy

GST : বৃদ্ধি পাব পাৰে চিগাৰেটৰ মূল্য, জি এছ টি কাউন্সিল ল’ব পাৰে সিদ্ধান্ত

নিউজ ডেস্কঃ

News Desk by News Desk
February 20, 2025
Reading Time: 1 min read
A A
0
GST : বৃদ্ধি পাব পাৰে চিগাৰেটৰ মূল্য, জি এছ টি কাউন্সিল ল’ব পাৰে সিদ্ধান্ত

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

চিগাৰেটৰ দাম বৃদ্ধি হ’ব নেকি? এই প্ৰশ্ন এতিয়া সৰ্বত্ৰে প্ৰচাৰিত হৈছে। বৰ্তমান চিগাৰেটৰ ওপৰত (On cigarettes) ২৮ শতাংশ জি এছ টি (28 per cent GST) আৰোপ কৰা হৈছে। কিন্তু জি এছ টি বৃদ্ধি হ’লেই চিগাৰেটৰ দাম দ্ৰুতগতিত বৃদ্ধি (Cigarette prices hiked) পাব পাৰে। অনুমান কৰা কৰা হৈছে যে যদি এই জি এছ টি ৫৩ শতাংশ হয়, তেন্তে চিগাৰেটৰ দাম বহুত বৃদ্ধি পাব পাৰে। ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত চৰকাৰে সদায় তীক্ষ্ণ দৃষ্টি ৰাখিছে। এই সামগ্ৰীসমূহৰ ওপৰত অতিৰিক্ত জি এছ টি আৰোপ হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। এই সন্দৰ্ভত জি এছ টি পৰিষদৰ বৈঠকো অনুষ্ঠিত হৈছে। তাত দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত চিগাৰেটৰ জি এছ টিৰ সিদ্ধান্ত ঘোষণা কৰা হ’ব।

উল্লেখ্য যে ধঁপাতজাতীয় সামগ্ৰীৰ পৰা চৰকাৰলৈ বিপুল পৰিমাণৰ ধন আহে। ২০২২ চনৰ পৰা ২০২৩ বিত্তীয় বৰ্ষলৈ কেন্দ্ৰীয় চৰকাৰৰ ৰাজকোষলৈ আহিছে ৭২ হাজাৰ ৭৮৮ কোটি টকা। খবৰ অনুসৰি, অনাগত দিনত এই পৰিমাণ বৃদ্ধি পাব পাৰে। কেইবাটাও সামগ্ৰীৰ ওপৰত জি এছ টি বৃদ্ধি হ’ব পাৰে বুলি খবৰ আহিছে। তাত চিগাৰেটৰ নামো আছে। ইফালে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কেইবাটাও পথ আছে।

gst 1 | ASSAM TIMES POST
বৃদ্ধি পাব পাৰে চিগাৰেটৰ মূল্য, জি এছ টি কাউন্সিল ল’ব পাৰে সিদ্ধান্ত

যদি চৰকাৰে চিগাৰেটৰ জি এছ টি বৃদ্ধি কৰে, তেন্তে তাৰ পৰাই ৰাজহৰ হাৰ বৃদ্ধি পাব। আনহাতে, যদি স্বাস্থ্যৰ দিশটো দেখা যায়, তেন্তে কেন্দ্ৰই বিষয়টোৰ ওপৰত কঠোৰ ব্যৱস্থা ল’ব পাৰে। বৰ্তমান হুৱে ধঁপাতজাতীয় সামগ্ৰীৰ সামগ্ৰীৰ ওপৰত ৭৫ শতাংশ কৰ আৰোপ কৰিব বিচাৰিছে। তাৰ তুলনাত ভাৰতত কৰৰ হাৰ অতি কম। ধঁপাতজাতীয় সামগ্ৰীৰ ক্ষতিপূৰণ চেছ বৰ্তমান ৫%, ইয়াৰ উপৰি প্ৰতি ১০০০ চিগাৰ বা চিগাৰেটৰ দৈৰ্ঘ্য, ফিল্টাৰ আৰু সোৱাদৰ ওপৰত নিৰ্ভৰ কৰি ২,০৭৬ টকাৰ পৰা ৪,১৭০ টকাৰ অতিৰিক্ত নিৰ্দিষ্ট কৰ।

ইয়াৰ পূৰ্বে জি এছ টি কাউন্সিলে ধঁপাতজাতীয় সামগ্ৰীৰ কৰ পুনৰীক্ষণৰ বাবে তদানীন্তন ওড়িশাৰ বিত্তমন্ত্ৰী নিৰঞ্জন পূজাৰীৰ নেতৃত্বত এক মন্ত্ৰী গোট গঠন কৰিছিল। অৱশ্যে চিগাৰেটৰ দাম কিমান বৃদ্ধি হ’ব সেই সন্দৰ্ভত কোনো নিৰ্দিষ্ট সিদ্ধান্ত লোৱা হোৱা নাই।

কিন্তু যদি চিগাৰেটৰ দাম বাঢ়ি যায়, তেন্তে সাধাৰণ মানুহৰ বাবে অলপ সমস্যা হ’ব। ধূমপান কৰা লোকসকলে ইয়াৰ বিৰুদ্ধে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষণীয় হ’ব।

Tags: CigarettesGSTচিগাৰেটজিএছটি
Share4Tweet3Send

Related Posts

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ
Economy

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

by News Desk
June 3, 2026
50
Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ
Economy

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

by News Desk
May 18, 2026
50
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?
Economy

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

by News Desk
May 11, 2026
50
Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা
Economy

Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা

by News Desk
April 1, 2026
50
Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম
Economy

Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম

by News Desk
March 9, 2026
50
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি
Economy

World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি

by News Desk
March 7, 2026
50
ADVERTISEMENT
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

Rajya Sabha Election : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মীনাক্ষী নটৰাজনৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে আবেদন

June 12, 2026
50
TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে
National-International

TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

June 12, 2026
50
Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান
National-International

Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

June 12, 2026
50
Indian vassel attacked : ভাৰতীয় নৌসেনাৰ জাহাজত আক্ৰমণ, আমেৰিকাৰ কূটনীতিবিদক পুনৰ তলৱ দিল্লীৰ
National-International

Indian vassel attacked : ভাৰতীয় নৌসেনাৰ জাহাজত আক্ৰমণ, আমেৰিকাৰ কূটনীতিবিদক পুনৰ তলৱ দিল্লীৰ

June 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

Rajya Sabha Election : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মীনাক্ষী নটৰাজনৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে আবেদন

June 12, 2026
TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

June 12, 2026
Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

June 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx