ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Economy

RBI : সুদীৰ্ঘ পাঁচ বছৰ পাছত ৰেপো ৰেট হ্ৰাস ৰিজাৰ্ভ বেংকৰ, সস্তা হ’ব পাৰে গৃহ আৰু গাড়ীৰ ঋণ

নিউজ ডেস্কঃ

News Desk by News Desk
February 7, 2025
Reading Time: 1 min read
A A
0
RBI : সুদীৰ্ঘ পাঁচ বছৰ পাছত ৰেপো ৰেট হ্ৰাস ৰিজাৰ্ভ বেংকৰ, সস্তা হ’ব পাৰে গৃহ আৰু গাড়ীৰ ঋণ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা

Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম

World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি

দেশবাসীক সকাহ দিয়াৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংক (Reserve Bank of India)ৰ এক বৃহৎ ঘোষণা। দেশৰ শীর্ষ বেংকটোৱে সুদীৰ্ঘ পাঁচ বছৰৰ পাছত ৰেপো ৰেট হ্ৰাস (Reduction in repo rate) কৰে। শুকুৰবাৰে মুদ্ৰানীতি সমিতিৰ বৈঠকৰ অন্তত আৰ বি আইৰ গৱৰ্নৰ সঞ্জয় মালহোত্ৰাই কয় যে ৰেপো ৰেট ২৫ বেচিছ পইণ্ট কৰ্তন (25 basis point cut) কৰা হৈছে।  নতুন ৰেপো ৰেট ৬.২৫ শতাংশ। এই ঘোষণাৰ পিছত বাণিজ্যিক বেংকে ঋণৰ সুতৰ হাৰ হ্ৰাস কৰিব পাৰে। ফলত সাধাৰণ মানুহৰ গাড়ী-ঘৰৰ ঋণত ৰাহি কৰিব।

rbi 1 | ASSAM TIMES POST
সুদীৰ্ঘ পাঁচ বছৰ পাছত ৰেপো ৰেট হ্ৰাস ৰিজাৰ্ভ বেংকৰ, সস্তা হ’ব পাৰে গৃহ আৰু গাড়ীৰ ঋণ

বুধবাৰে শীৰ্ষ বেংকটোৰ কেন্দ্ৰীয় মুদ্ৰানীতি সমিতিৰ বৈঠক অনুষ্ঠিত হয়। আৰ বি আইৰ নতুন গৱৰ্নৰ সঞ্জয় মালহোত্ৰাৰ এইখন প্ৰথম এম পি চি বৈঠক। আৰ বি আইৰ সুতৰ হাৰক ৰেপো ৰেট বোলা হয়। ৰিজাৰ্ভ বেংকে দেশৰ ৰাজহুৱা আৰু ব্যক্তিগত বেংকক যি সুতৰ হাৰত ঋণ দিয়ে, সেই হাৰক ৰেপো ৰেট বোলা হয়। বিত্তীয় বিশ্লেষকসকলে ভৱিষ্যদ্বাণী কৰিছিল যে কেন্দ্ৰীয় বেংকটোৱে ৰেপো ৰেট ২৫ বেছিছ পইণ্ট কমাব পাৰে।  কাৰণ ১ ফেব্ৰুৱাৰীত সংসদত দাখিল কৰা বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে ১২ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰত এটকাও কৰ আৰোপ নকৰে। উক্ত ঘোষণাৰ পৰা মধ্যবিত্ত শ্ৰেণীৰ লোকে সকাহ লাভ কৰে। ইয়াৰ পিছত সকলোৱে জানিবলৈ অপেক্ষা কৰি আছিল আৰ বি আয়ে সুতৰ হাৰ কৰ্তন কৰিবনে নকৰে।  শুকুৰবাৰে এম পি চিয়ে হাৰ কৰ্তনৰ কথা ঘোষণা কৰে।

Tags: ReductionRepoRateৰেপোৰেটহ্ৰাস
Share4Tweet3Send

Related Posts

Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা
Economy

Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা

by News Desk
April 1, 2026
50
Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম
Economy

Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম

by News Desk
March 9, 2026
50
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি
Economy

World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি

by News Desk
March 7, 2026
50
Dollar value increase : পশ্চিম এছিয়াত যুদ্ধৰ বাবে বৃদ্ধি পাইছে ডলাৰৰ মূল্য : এক ডলাৰৰ মূল্য ৯২.১৭ টকা, নিম্ন স্তৰলৈ অভিলেখ
Economy

Dollar value increase : পশ্চিম এছিয়াত যুদ্ধৰ বাবে বৃদ্ধি পাইছে ডলাৰৰ মূল্য : এক ডলাৰৰ মূল্য ৯২.১৭ টকা, নিম্ন স্তৰলৈ অভিলেখ

by News Desk
March 4, 2026
50
Content Creator : ‘কণ্টেণ্ট ক্ৰিয়েটৰ’ হোৱাৰ সপোন আছে নেকি? এইবাৰ সুবিধা আনিছে কেন্দ্ৰীয় চৰকাৰে
Economy

Content Creator : ‘কণ্টেণ্ট ক্ৰিয়েটৰ’ হোৱাৰ সপোন আছে নেকি? এইবাৰ সুবিধা আনিছে কেন্দ্ৰীয় চৰকাৰে

by News Desk
February 2, 2026
50
Indian Economy : চলিত বিত্তীয় বৰ্ষৰ তুলনাত ভাৰতৰ জিডিপি বিকাশৰ হাৰ বৃদ্ধি পাইছে, লোকসভাত নিৰ্মলা সীতাৰমণ
Economy

Indian Economy : চলিত বিত্তীয় বৰ্ষৰ তুলনাত ভাৰতৰ জিডিপি বিকাশৰ হাৰ বৃদ্ধি পাইছে, লোকসভাত নিৰ্মলা সীতাৰমণ

by News Desk
January 29, 2026
50
ADVERTISEMENT
Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ
Guwahati

Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

April 30, 2026
50
IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ
Sports News

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

April 30, 2026
50
Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ
National-International

Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

April 30, 2026
50
Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন
National-International

Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন

April 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

April 30, 2026
IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

April 30, 2026
Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

April 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx