ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Umrangso Tragedy I উভতি গ’ল নৌসেনাৰ উদ্ধাৰকাৰী দল, উমৰাংছুৰ কয়লাখনিত এতিয়াও আবদ্ধ ৫ শ্ৰমিক

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 15, 2025
Reading Time: 1 min read
A A
0
Umrangso Tragedy I উভতি গ’ল নৌসেনাৰ উদ্ধাৰকাৰী দল, উমৰাংছুৰ কয়লাখনিত এতিয়াও আবদ্ধ ৫ শ্ৰমিক

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Manipur violence I মণিপুৰত উদ্ধাৰ দীৰ্ঘ দূৰত্বৰ থলুৱা ৰকেট, ৪০ কেজি বিস্ফোৰকসহ বৃহৎ পৰিমাণৰ আগ্নেয়াস্ত্ৰ

Arunachal woman harassment I ১৮ ঘণ্টা খাবলৈ দিয়া নাই, কেৱল শৌচাগাৰলৈ যোৱাৰ অনুমতি দিয়ে; ছাংহাই বিমানবন্দৰত আবদ্ধ ভাৰতীয় মহিলাৰ অভিযোগ

উপ-নিৰ্বাচনত মিজোৰামৰ ডাম্পা আসনত জয়ী এমএনএফ

উমৰাংছুৰ কয়লাখনি দুৰ্ঘটনাই (Umrangso accident) ১০ দিনত ভৰি দিলে। কিন্তু এতিয়াও উদ্ধাৰ কৰিব পৰা নাই কয়লাখনিটোত আবদ্ধ ৫ শ্ৰমিকক। ইতিমধ্যে কয়লাখনিটোত আবদ্ধ ৯ জন শ্ৰমিকৰ ভিতৰত চাৰিজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও আৰু ৫ জন শ্ৰমিক এতিয়াও খনিটোত আবদ্ধ হৈ আছে।

Umrangso Tragedy I
উমৰাংছুৰ কয়লাখনিত এতিয়াও আবদ্ধ ৫ শ্ৰমিক:

বিগত ৯ দিনৰ উদ্ধাৰ অভিযানৰ পিছতো তেওঁলোকক উদ্ধাৰ কৰিব পৰা হোৱা নাই। তাৰ মাজতে এই উদ্ধাৰ অভিযানত আন এক অনিশ্চয়তাই দেখা দিছে৷

কিয়নো কয়লাখনিৰ উদ্ধাৰ অভিযান আধাতে সামৰি অভিযানত নিয়োজিত নৌ-সেনাৰ দলটো সোমবাৰে উভতি যায়। লগতে নাগপুৰৰ পৰা অনা বিশেষ পাম্প মেচিনটোও উভতাই লৈ যায়। অৱশ্যে এন ডি আৰ এফ বাহিনীয়ে আজি দশমদিনাও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷ কিন্তু সমস্যাই দেখা দিছে উদ্ধাৰ অভিযানত।

কিয়নো কয়লাখনিটোৰ পৰা পানী নিষ্কাশন কৰিবলৈ ব্যৱহাৰ কৰা পাম্প বন্ধ কৰিলেই খনিটোত পুনৰ পানী ভৰ্তি হয়৷ বৰ্তমানেও তাত ১০০ ফুট গভীৰ পানী জমা হৈ থকাত উদ্ধাৰ অভিযান এক অনিশ্চয়তাৰ মাজলৈ গতি কৰিছে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: উভতি গ'ল নৌসেনাৰ উদ্ধাৰকাৰী দলউমৰাংছুৰ কয়লাখনিত এতিয়াও আবদ্ধ ৫ শ্ৰমিক
Share4Tweet3Send

Related Posts

Manipur Violence : মণিপুৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত প্ৰতিবাদকাৰী, আহত ২
NORTHEAST

Manipur violence I মণিপুৰত উদ্ধাৰ দীৰ্ঘ দূৰত্বৰ থলুৱা ৰকেট, ৪০ কেজি বিস্ফোৰকসহ বৃহৎ পৰিমাণৰ আগ্নেয়াস্ত্ৰ

by Staff Reporter
November 26, 2025
53
Arunachal woman harassment I চীনৰ ছাংহাই বিমানবন্দৰত ভাৰতীয় মহিলাক নিৰ্যাতন; অভিযোগ অস্বীকাৰ চীনৰ, অৰুণাচলৰ দাবীত অটল
NORTHEAST

Arunachal woman harassment I ১৮ ঘণ্টা খাবলৈ দিয়া নাই, কেৱল শৌচাগাৰলৈ যোৱাৰ অনুমতি দিয়ে; ছাংহাই বিমানবন্দৰত আবদ্ধ ভাৰতীয় মহিলাৰ অভিযোগ

by Staff Reporter
November 26, 2025
50
উপ-নিৰ্বাচনত মিজোৰামৰ ডাম্পা আসনত জয়ী এমএনএফ
NORTHEAST

উপ-নিৰ্বাচনত মিজোৰামৰ ডাম্পা আসনত জয়ী এমএনএফ

by Staff Reporter
November 14, 2025
52
International Trafficking Ring Busted: 24 Charged Including Five Foreign Nationals in Assam Case
NORTHEAST

NIA raids I ত্ৰিপুৰা, মেঘালয়সহ ৫ ৰাজ্যত নিয়াৰ অভিযান

by Staff Reporter
November 13, 2025
51
Meghalaya murder I মেঘালয় হত্যাকাণ্ডত প্ৰমাণ ধ্বংস কৰিবলৈ গছৰ পাতেৰে অস্ত্ৰ মচিছিল সোণম ৰঘুবংশীয়ে
NORTHEAST

Meghalaya murder I মেঘালয় হত্যাকাণ্ডত প্ৰমাণ ধ্বংস কৰিবলৈ গছৰ পাতেৰে অস্ত্ৰ মচিছিল সোণম ৰঘুবংশীয়ে

by Staff Reporter
November 4, 2025
52
Manipur Violence : চতুৰ্থ দিনতো সাম্প্ৰদায়িক সংঘাতত উত্তপ্ত মণিপুৰ, নিহত প্ৰতিবাদকাৰী
NORTHEAST

Manipur Violence I মণিপুৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত ৪ উগ্ৰপন্থী

by Staff Reporter
November 4, 2025
52
ADVERTISEMENT
Cold wave at north India I উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত কুঁৱলী আৰু শীতপ্ৰবাহৰ চূড়ান্ত সতৰ্কবাণী জাৰি
National-International

শীত প্ৰবাহ! দেশৰ কেইবাখনো ঠাইত পাৰাস্তম্ভ নামিছে তললৈ, ১০ বছৰৰ অভিলেখ ভংগ কৰিলে ইন্দোৰে

December 12, 2025
50
Parliament special session : ২৪ জুনৰ পৰা সংসদৰ বিশেষ অধিবেশন, বাছনি কৰা হ’ব অধ্যক্ষ
National-International

ৰাজ্যসভাত উপস্থিত নাই কোনো পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী উপ-ৰাষ্ট্ৰপতিক ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰাখিবলৈ দাবী বিৰোধীয়ে ক’লে— ‘অপমান’

December 12, 2025
50
বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম
ALL NEWS

বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

December 12, 2025
50
PM Modi Death Threat : মোদীক হত্যাৰ পৰিকল্পনা কৰা হৈছে, মুম্বাই আৰক্ষীক ভাবুকি প্ৰদান কৰা মহিলাক গ্ৰেপ্তাৰ
National-International

PM dinner party I প্ৰধানমন্ত্ৰীৰ বাসগৃহত নৈশভোজত এন ডি এৰ ৪০১ সাংসদ, প্ৰতিখন টেবুলত ‘মিনি ভাৰত’

December 12, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cold wave at north India I উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত কুঁৱলী আৰু শীতপ্ৰবাহৰ চূড়ান্ত সতৰ্কবাণী জাৰি

শীত প্ৰবাহ! দেশৰ কেইবাখনো ঠাইত পাৰাস্তম্ভ নামিছে তললৈ, ১০ বছৰৰ অভিলেখ ভংগ কৰিলে ইন্দোৰে

December 12, 2025
Parliament special session : ২৪ জুনৰ পৰা সংসদৰ বিশেষ অধিবেশন, বাছনি কৰা হ’ব অধ্যক্ষ

ৰাজ্যসভাত উপস্থিত নাই কোনো পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী উপ-ৰাষ্ট্ৰপতিক ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰাখিবলৈ দাবী বিৰোধীয়ে ক’লে— ‘অপমান’

December 12, 2025
বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

December 12, 2025

Categories

accident (1) ALL NEWS (17415) Artificial Intelligence (3) Assam (13868) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2056) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3508) Lifestyle (24) literature (16) National-International (11103) NORTHEAST (882) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (498) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d