ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur Myanmar border । ম্যানমাৰৰ আৰাকান সেনাৰ দখলত মণিপুৰ সীমান্তৱৰ্তী প্ৰদেশ, ব্যাপক অনুপ্ৰৱেশৰ আশংকা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 25, 2024
Reading Time: 1 min read
A A
0
Manipur Myanmar border । ম্যানমাৰৰ আৰাকান সেনাৰ দখলত মণিপুৰ সীমান্তৱৰ্তী প্ৰদেশ, ব্যাপক অনুপ্ৰৱেশৰ আশংকা

Oplus_131072

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

বাংলাদেশৰ সীমান্তৱৰ্তী ৰাখাইনৰ পাছত এইবাৰ ম্যানমাৰৰ বিদ্ৰোহীয়ে মণিপুৰৰ সমীপৱৰ্তী চিনৰ প্ৰদেশ দখল (Manipur Myanmar Border) । এই অঞ্চলত ম্যানমাৰৰ কুকি জনগোষ্ঠীৰ (স্থানীয়ভাৱে কুকি-চিন নামেৰে জনাজাত) লোকে বাস কৰে । ফলত সীমান্তৰ সিপাৰৰ পৰা মণিপুৰত অনুপ্ৰৱেশৰ আশংকা কৰা হৈছে।

Manipur Myanmar border ।
ম্যানমাৰৰ আৰাকান সেনাৰ দখলত মণিপুৰ সীমান্তৱৰ্তী প্ৰদেশ:

ম্যানমাৰৰ গণতন্ত্ৰ সমৰ্থক নেত্ৰী আং ছান ছু কিৰ স্বঘোষিত চৰকাৰ ৰাষ্ট্ৰীয় ঐক্য চৰকাৰৰ নিয়ন্ত্ৰণত থকা সংবাদ মাধ্যম ইৰাৱাডীয়ে প্ৰকাশ কৰা অনুসৰি চিন প্ৰদেশৰ ৮৫ শতাংশ বিদ্ৰোহী মিত্ৰজোঁটৰ নিয়ন্ত্ৰণত আছে। 

বিদ্ৰোহী মিত্ৰজোঁটে কেইবামাহো পূৰ্বে থাইলেণ্ড আৰু চীনৰ সীমান্তৱৰ্তী অঞ্চলৰ বৃহৎ অংশ নিয়ন্ত্ৰণ কৰি সামৰিক জুন্টা বাহিনীক উৎখাত কৰিছিল। চলিত মাহৰ আৰম্ভণিতে বৃহত্তম বিদ্ৰোহী সশস্ত্ৰ সংগঠন আৰাকান আৰ্মীৰ নেতৃত্বত বিদ্ৰোহী মিত্ৰজোঁটে বাংলাদেশৰ সীমান্তত থকা ৰোহিংগীয়া জনবসতিপূৰ্ণ ৰাখাইন প্ৰদেশ দখল কৰে।

এইবাৰ মণিপুৰৰ সীমান্তও তেওঁলোকে দখল কৰে। ইৰাৱাডীৰ দাবী যে নতুন জুন্টা বিৰোধী মিত্ৰজোঁটৰ “য়াও প্ৰতিৰক্ষা বাহিনী”, “চিন ব্রাদাৰহুড”, ছাগাইন অঞ্চলত সক্ৰিয়। “য়াও সেনা” আৰু “মনিৱা পিপ’লছ ডিফেন্স ফ’ৰ্চ”-এ চিন প্ৰদেশ দখলত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ম্যানমাৰৰ সেনাই গণতন্ত্ৰ সমৰ্থক নেতা আং ছান ছু কিৰ নেচনেল লীগ ফৰ ডেম’ক্ৰেচিৰ নেতৃত্বত অভ্যুত্থানেৰে চৰকাৰক উৎখাত কৰে। ফলত সামৰিক জুন্টা শাসন আৰম্ভ হয়।

ডেৰ-দুবছৰৰ পাছত ২০২৩ চনৰ নৱেম্বৰৰ পৰা দেশখনৰ তিনিটা বিদ্ৰোহী গোট— টাং নেচনেল লিবাৰেচন আৰ্মি (টিএনএলএ), আৰাকান আৰ্মী (এএ) আৰু ম্যানমাৰ নেচনেল ডেম’ক্ৰেটিক এলায়েন্স আৰ্মিৰ (এমএনডিএএ) নতুন মিত্ৰতা গঠন হয়।

‘থ্ৰী ব্ৰাদাৰহুড’ নামৰ মিত্ৰজোঁটৰ সামৰিক জুন্টাই চৰকাৰৰ বিৰুদ্ধে অভিযান আৰম্ভ হয়। সেই অপাৰেচনৰ ক’ড নাম আছিল ‘অপাৰেচন ১০২৭’।

Tags: দখলত মণিপুৰ সীমান্তৱৰ্তী প্ৰদেশব্যাপক অনুপ্ৰৱেশৰ আশংকাম্যানমাৰৰ আৰাকান সেনাৰ
Share4Tweet3Send

Related Posts

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
NORTHEAST

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

by News Desk
May 19, 2026
50
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

by Staff Reporter
May 7, 2026
50
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎
NORTHEAST

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

by News Desk
April 24, 2026
50
ADVERTISEMENT
India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ
National-International

India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ

June 3, 2026
50
Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ
National-International

Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ

June 3, 2026
50
Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ
Sports News

Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

June 3, 2026
50
‎Hotel illegally expanded : অনুমতি আছিল ছটা নিৰ্মাণৰ, নিৰ্মাণ কৰিলে ২৫টা, যাতায়াতৰ পথ এটাই : অগ্নিকাণ্ডত ২১জনৰ মৃত্যুৰ পাছত দৃষ্টিলৈ দিল্লীৰ হোটেল
National-International

‎Hotel illegally expanded : অনুমতি আছিল ছটা নিৰ্মাণৰ, নিৰ্মাণ কৰিলে ২৫টা, যাতায়াতৰ পথ এটাই : অগ্নিকাণ্ডত ২১জনৰ মৃত্যুৰ পাছত দৃষ্টিলৈ দিল্লীৰ হোটেল

June 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ

India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ

June 3, 2026
Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ

Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ

June 3, 2026
Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

June 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx