ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

Champions Trophy : পাকিস্তানলৈ নাযায়, নিৰপেক্ষ দেশত চেম্পিয়নছ ট্ৰফী খেলিব টিম ইণ্ডিয়াই

নিউজ ডেস্কঃ

News Desk by News Desk
December 19, 2024
Reading Time: 1 min read
A A
0
Champions Trophy : পাকিস্তানলৈ নাযায়, নিৰপেক্ষ দেশত চেম্পিয়নছ ট্ৰফী খেলিব টিম ইণ্ডিয়াই

RELATED POSTS

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

New Logo Smal 3 | ASSAM TIMES POST

অৱশেষত জল্পনাৰ অন্ত। ‘হাইব্ৰিড মডেল’তে (Hybrid Model) হ’ব চেম্পিয়নছ ট্ৰফী (Champions Trophy)। অৰ্থাৎ প্ৰতিযোগিতাখন পাকিস্তানত অনুষ্ঠিত হ’লেও কিন্তু ভাৰতৰ মেচসমূহ নিৰপেক্ষ দেশতহে খেলা হ’ব।

পাকিস্তান ক্ৰিকেট ব’ৰ্ডে (Pakistan Cricket Board) (পি চি বি) প্ৰথমতে কৈছিল যে তেওঁলোকে হাইব্ৰিড মডেলত প্ৰতিযোগিতাখন গ্ৰহণ নকৰে। কিন্তু তেওঁলোকৰ দাবী স্থায়ী নহ’ল। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে নিজৰ সিদ্ধান্তৰ পৰা পিছুৱাই যাবলগা হয় আৰু আইচিচিৰ সিদ্ধান্ত গ্ৰহণ কৰে।

পূৰ্বতেই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বি চি চি আই) পাকিস্তানত খেলাৰ বিষয়ত আপত্তি কৰিছিল। কিন্তু ভাৰতৰ হেঁচাত আইচিচিয়ে পাকিস্তান ক্ৰিকেট ব’ৰ্ডক কৈছিল যে হাইব্ৰিড মডেলৰ বাহিৰে অন্য কোনো উপায় নাই। ইফালে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে আইচিচিক এক প্ৰতি-চৰ্ত দি কৈছিল যে তেওঁলোকৰ হাইব্ৰিড মডেল গ্ৰহণ কৰাত কোনো সমস্যা নাই। কিন্তু ইয়াৰ পিছত যদি ভাৰতত আইচিচি টুৰ্ণামেণ্ট হয়, তেওঁলোকেও এখন নিৰপেক্ষ দেশত খেলিব। আইচিচিয়ে এই দাবী মানি লৈছে।

sp 1 | ASSAM TIMES POST
পাকিস্তানলৈ নাযায়, নিৰপেক্ষ দেশত চেম্পিয়নছ ট্ৰফী খেলিব টিম ইণ্ডিয়াই

বৃহস্পতিবাৰে অনুষ্ঠিত আইচিচিৰ এখন বৈঠকত চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে বিশ্ব ক্ৰিকেটৰ শীৰ্ষ সংস্থাটোৱে সিদ্ধান্ত লৈছে যে ২০২৭ চনলৈকে ভাৰত বা পাকিস্তানত অনুষ্ঠিত যিকোনো আইচিচি প্ৰতিযোগিতাত দুয়োখন দেশে নিৰপেক্ষ দেশত খেলিব। অৰ্থাৎ পাকিস্তানত যদি প্ৰতিযোগিতা হয় তেন্তে ভাৰতে এখন নিৰপেক্ষ দেশত খেলিব, আৰু যদি ভাৰতত প্ৰতিযোগিতা হয় তেন্তে পাকিস্তানে এখন নিৰপেক্ষ দেশত খেলিব।

উল্লেখযোগ্য যে অহা বছৰ ফেব্ৰুৱাৰী-মাৰ্চত পাকিস্তানত চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব। আনহাতে, ভাৰতত অহা বছৰ মহিলাৰ এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’ব। পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ চনত ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’ব। এই তিনিটা প্ৰতিযোগিতাত হাইব্ৰিড মডেলৰ নিয়ম অনুসৰণ কৰা হ’ব। আইচিচিয়ে এইটোও কৈছে যে ২০২৮ চনত পাকিস্তানত মহিলা টি-২০ বিশ্বকাপ অনুষ্ঠিত হ’ব। উক্ত প্ৰতিযোগিতাতো এই নিয়ম অনুসৰণ কৰা হ’ব।

অৱশ্যে চেম্পিয়নছ ট্ৰফীৰ সময়সূচী এতিয়াও প্ৰকাশ কৰা হোৱা নাই। আইচিচিয়ে শীঘ্ৰেই সময়সূচী ঘোষণা কৰিব বুলি জানিব পৰা গৈছে। তেতিয়াহে জানিব পৰা যাব যে ভাৰতে নিৰপেক্ষ দেশ হিচাপে কোনখন দেশত চেম্পিয়নছ ট্ৰফীৰ মেচ খেলিব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ChampionsTrophyচেম্পিয়নছট্ৰফী
Share4Tweet3Send

Related Posts

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A
Assam

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A

by News Desk
August 28, 2026
52
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

by News Desk
July 10, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

by News Desk
July 8, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

by News Desk
July 8, 2026
50
Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট
Sports News

Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট

by News Desk
July 6, 2026
50
Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে
Sports News

Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে

by News Desk
July 5, 2026
50
ADVERTISEMENT
বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা  : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই
Guwahati

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

September 7, 2026
50
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

September 7, 2026
50
Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ
National-International

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

September 7, 2026
50
ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই
National-International

ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই

September 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা  : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

September 7, 2026
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

September 7, 2026
Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

September 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d