ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Tripura CM Manik Saha : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ মানৱতা, দুৰ্ঘটনাত পতিত মহিলাক পথৰ পৰা তুলি চিকিৎসালয়লৈ প্ৰেৰণ

নিউজ ডেস্কঃ

News Desk by News Desk
December 16, 2024
Reading Time: 1 min read
A A
0
Tripura CM Manik Saha : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ মানৱতা, দুৰ্ঘটনাত পতিত মহিলাক পথৰ পৰা তুলি চিকিৎসালয়লৈ প্ৰেৰণ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী (Chief Minister of Tripura)য়ে নিজেই পথ দুৰ্ঘটনাত পতিত (Road accident) হৈ আহত মহিলা এগৰাকীক (An injured person) চিকিৎসালয়লৈ প্ৰেৰণ (Referred to hospital) কৰে। দেওবাৰে উদয়পুৰত চৰকাৰী অনুষ্ঠানৰ পৰা উভতি অহাৰ পথত মুখ্যমন্ত্ৰী ডঃ মাণিক সাহা (Chief Minister Dr. Manik Saha)ই বিশালগড়ৰ গোকুলনগৰ (Gokulnagar in Vishalgarh) পথত সংঘটিত দুৰ্ঘটনাত আহত হৈ পৰি থকা এগৰাকী মহিলাক দেখিবলৈ পায়। স্থানীয় ৰাইজৰ সহযোগত লগে লগে তেওঁ আহত মহিলাজনীক কনভয়ৰ গাড়ীৰে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে। ফোনত চিকিৎসকৰ লগত যোগাযোগ কৰি উন্নত চিকিৎসাৰ বাবে পৰামৰ্শ দিয়ে।

Tripura | ASSAM TIMES POST
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ মানৱতা, দুৰ্ঘটনাত পতিত যুৱকক পথৰ পৰা তুলি চিকিৎসালয়লৈ প্ৰেৰণ

আনহাতে, পথ দুৰ্ঘটনাত আহত মহিলাগৰাকীৰ আশু আৰোগ্য কামনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে স্থানীয় বাসিন্দাসকলক সহায়ৰ বাবে অহাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ইফালে দক্ষিণ ত্ৰিপুৰা জিলাৰ শান্তিবাজাৰ মহকুমাৰ কলচীৰ মুখত বাইক আৰু গাড়ীৰ সংঘৰ্ষত নিহত হয় এজন যুৱক। আন দুজন গুৰুতৰভাৱে আহত হয়। মৃত লোকজনৰ নাম সুকান্ত হাজৰী। গুৰুতৰভাৱে আহতসকলৰ নাম, অমল দেৱনাথ আৰু কৰ্ণ দাস।

জানিব পৰা মতে তিনিওজনে কলচীৰ পৰা বাইকত উঠি অহাৰ সময়ত বিপৰীত দিশৰ পৰা অহা এখন মালবাহী গাড়ীৰ সৈতে সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত বাইকত অহা এজন যুৱক নিহত হোৱাৰ লগতে আহত হয় দুজন যুৱক। আৰক্ষীৰ সূত্ৰ অনুসৰি, আহতসকলক উন্নত চিকিৎসাৰ বাবে আগৰতলা জি বি হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

Tags: TripuraCMManikSahaত্ৰিপুৰাৰমুখ্যমন্ত্ৰীমাণিকসাহা
Share4Tweet3Send

Related Posts

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

by News Desk
July 14, 2026
50
Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack
NORTHEAST

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

by Staff Reporter
July 6, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
NORTHEAST

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

by Staff Reporter
July 5, 2026
50
Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ
NORTHEAST

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

by News Desk
July 5, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

by News Desk
July 2, 2026
50
Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে
NORTHEAST

Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

by News Desk
July 2, 2026
50
ADVERTISEMENT
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ
National-International

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
50
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি
National-International

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
50
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ
National-International

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

July 23, 2026
50
Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ
National-International

Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ

July 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

July 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx