ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

Constitution Day 2024 I সংবিধান দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 26, 2024
Reading Time: 1 min read
A A
0
Constitution Day 2024 I সংবিধান দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

আজি সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় সংবিধান দিৱস (Constitution Day) ৷ উল্লেখ্য যে 1949 চনৰ 26 নৱেম্বৰত ভাৰতৰ সংবিধানখন গ্ৰহণ কৰা হৈছিল। আনহাতে, ২০১৫ চনত ডঃ বি আৰ আম্বেদকাৰৰ ১২৫ সংখ্যক জন্মজয়ন্তী উপলক্ষে ২৬ নৱেম্বৰৰ দিনটোক চৰকাৰে সংবিধান দিৱস হিচাপে উদযাপন কৰাৰ কথা ঘোষণা কৰে।

Constitution Day 2024 I
সংবিধান দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ শুভেচ্ছা:

ইফালে আজি হৈছে সংবিধান গ্ৰহণৰ 75 সংখ্যক জয়ন্তী৷ এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি বিভিন্ন নেতাসকলে দেশবাসীক শুভকামনা জনাইছে৷ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো সংবিধান দিৱস উপলক্ষে ৰাজ্য তথা দেশবাসীক শুভেচ্ছা জনাইছে।

প্ৰধানমন্ত্ৰীয়ে এক্স পোষ্টত এটি ভিডিঅ’ পোষ্ট কৰি লিখিছে, ‘‘ভাৰতীয় সংবিধানৰ ৭৫ বছৰীয়া জয়ন্তী আৰু সংবিধান দিৱস উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।’’

আনহাতে, নিজৰ শুভেচ্ছা বাৰ্তাত গৃহমন্ত্ৰী অমিত শ্বাহে লিখিছে, ‘‘সংবিধান দিৱসৰ শুভেচ্ছা জনালোঁ। আজি ভাৰতে উৎসাহেৰে সংবিধানৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপন কৰিছে। বাবা চাহেব ভীমৰাও আম্বেদকাৰকে ধৰি সংবিধানৰ সকলো স্থপতিবিদৰ অৱদানৰ স্মৃতিত মোদীজীয়ে ‘সংবিধান দিৱস’ উদযাপন আৰম্ভ কৰে।… এই সংবিধান দিৱসত শক্তিশালী, সমৃদ্ধিশালী আৰু স্বাৱলম্বী ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতি লওঁ আহক।’’

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও সংবিধান দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জনাই সামাজিক মাধ্য়মযোগে ভাৰতৰ সংবিধানৰ প্ৰণেতা বাবা চাহেব আম্বেদকাৰলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে৷

সংবিধান দিৱস উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো সকলোকে শুভেচ্ছা জনাইছে৷ সামাজিক মাধ্যমত এই উপলক্ষে তেওঁ লিখিছে, ‘‘বিগত 75 বছৰ ধৰি ভাৰতে নিজৰ সংবিধানৰ দ্বাৰা অনুপ্ৰাণিত হৈ অহৰহ অগ্ৰগতি লাভ কৰি আহিছে। আমাৰ সংবিধান আমাৰ গণৰাজ্যৰ ভেটি আৰু 2014 চনৰ পৰা ‘সংবিধান সৰ্বোচ্চ’ মন্ত্ৰৰ অধীনত আমাৰ চৰকাৰ জনসাধাৰণৰ প্ৰতিটো শ্ৰেণীৰ সেৱাৰ বাবে উৎসৰ্গিত হৈ আহিছে। সংবিধান দিৱসৰ বহু শুভেচ্ছা থাকিল!’’

Tags: প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ শুভেচ্ছাসংবিধান দিৱস উপলক্ষে
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত
National-International

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

June 27, 2026
50
DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’
National-International

DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

June 27, 2026
50
Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা
National-International

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

June 27, 2026
50
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

June 27, 2026
DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

June 27, 2026
Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx