ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

HSLC Exam 2025 I মেট্ৰিক পৰীক্ষাৰ সময়সূচী ঘোষণা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 25, 2024
Reading Time: 1 min read
A A
0
HSLC Exam 2025 I মেট্ৰিক পৰীক্ষাৰ সময়সূচী ঘোষণা

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Superstitions I ভূত খেদাৰ নামত বৃদ্ধাক মাৰপিট কৰি হত্যা, পুত্ৰসহ গ্ৰেপ্তাৰ ৩

Ambedkar University Bihar I নম্বৰ আছিল ১০০, লাভ কৰিলে ২৫৭; বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ ফলাফলত সকলো হতভম্ব

Raja Raghubanshi murder case I সোণম কাণ্ডত আন এক ৰহস্যময়ী চৰিত্ৰৰ সন্ধান

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC Exam) সময়সূচী ঘোষণা। ২০২৫ বৰ্ষৰ ২১ জানুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’ব। শিক্ষা বিভাগৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই সোমবাৰে প্ৰকাশ কৰা মেট্ৰিকৰ সময়সূচীঅনুসৰি, ব্যৱহাৰিক পৰীক্ষাসমূহ ২১-২২ জানুৱাৰীত অনুষ্ঠিত হ’ব।

HSLC Exam 2025 I
মেট্ৰিক পৰীক্ষাৰ সময়সূচী ঘোষণা:

আনহাতে, মূল পৰীক্ষাসমূহ ইংৰাজী বিষয়ৰ পৰীক্ষাৰে ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। ২২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব পৰ্যটন উদ্যোগ, কৃষি, ইলেক্ট্ৰ’নিক হাৰ্ডৱেৰ, যোগ, সংগীত, নৃত্য আৰু হস্তশিল্প আদি বিষয়ৰ পৰীক্ষা।

২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব সাধাৰণ বিজ্ঞানৰ পৰীক্ষা। আনহাতে, ৩ মাৰ্চত ঐচ্ছিক বিষয়সমূহ যেনে ঐচ্ছিক গণিত, ভূগোল, ইতিহাস, সংস্কৃত, কম্পিউটাৰ বিজ্ঞান, বাণিজ্য, গৃহ বিজ্ঞান, আৰবী, নেপালী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব।
উল্লেখ্য যে এইবাৰৰ পৰা মেট্ৰিকত কোনো ৰেংক বা স্থানৰ ব্য়ৱস্থা নাথাকিব।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: মেট্ৰিক পৰীক্ষাৰসময়সূচী ঘোষণা
Share9Tweet6Send

Related Posts

নগাঁও জিলাৰ কঠিয়াতলীৰ টুবুকীত লোমহৰ্ষক হত্যাকাণ্ডঃ ডেগাৰেৰে পত্নীক আঘাত কৰি পলালে স্বামী
ALL NEWS

Superstitions I ভূত খেদাৰ নামত বৃদ্ধাক মাৰপিট কৰি হত্যা, পুত্ৰসহ গ্ৰেপ্তাৰ ৩

by Staff Reporter
July 8, 2025
53
Ambedkar University Bihar I নম্বৰ আছিল ১০০, লাভ কৰিলে ২৫৭; বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ ফলাফলত সকলো হতভম্ব
ALL NEWS

Ambedkar University Bihar I নম্বৰ আছিল ১০০, লাভ কৰিলে ২৫৭; বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ ফলাফলত সকলো হতভম্ব

by Staff Reporter
July 4, 2025
53
Tragic Murder Probe of Indore Businessman Raj Raghuwanshi’s Pre-Wedding Video
ALL NEWS

Raja Raghubanshi murder case I সোণম কাণ্ডত আন এক ৰহস্যময়ী চৰিত্ৰৰ সন্ধান

by Staff Reporter
June 20, 2025
53
Outrage in Dibrugarh After Woman Allegedly Molested in Milan Nagar :
ALL NEWS

Minor Rape Case I নৃশংসতাৰ সীমা অতিক্ৰম, ৫ বছৰীয়া ধৰ্ষিতাৰ যৌনাংগত পৰিল ২৮ টা চিলাই

by Staff Reporter
February 28, 2025
56
Digital Arrest I এইবাৰ ওড়িশা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক ডিজিটেল গ্ৰেপ্তাৰ, ভৰিলে ১৪ লাখ টকা
ALL NEWS

Digital Arrest I এইবাৰ ওড়িশা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক ডিজিটেল গ্ৰেপ্তাৰ, ভৰিলে ১৪ লাখ টকা

by Staff Reporter
February 26, 2025
53
The 51st Karbi Youth Festival Set to Illuminate Karbi Anglong:
ALL NEWS

The 51st Karbi Youth Festival Set to Illuminate Karbi Anglong:

by ASSAM TIMES POST
February 14, 2025
79
ADVERTISEMENT
Fauja Singh dies I পঞ্জাৱৰ কিংবদন্তি দৌৰবিদ ফৌজা সিঙৰ ১১৪ বছৰ বয়সত দুৰ্ঘটনাত মৃত্যু
National-International

Fauja Singh dies I পঞ্জাৱৰ কিংবদন্তি দৌৰবিদ ফৌজা সিঙৰ ১১৪ বছৰ বয়সত দুৰ্ঘটনাত মৃত্যু

July 15, 2025
50
Duplicate Medicine : ‘পান ডি’ৰ পৰা ‘শ্বেলকাল ৫০০’; ৭১ বিধ নিম্নমানৰ ঔষধৰ তালিকা প্ৰকাশ
National-International

NPPA on medicines price । ৭১ বিধ ঔষধৰ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ, গেজেট বিজ্ঞপ্তি জাৰি

July 15, 2025
50
Irish Mass Grave I ৭৯৬ টা শিশুক চেপ্টিক টেংকত সমাধিস্থ, আয়াৰলেণ্ডত ৰহস্য উন্মোচন কৰিবলৈ গণকবৰ খনন আৰম্ভ
National-International

Irish Mass Grave I ৭৯৬ টা শিশুক চেপ্টিক টেংকত সমাধিস্থ, আয়াৰলেণ্ডত ৰহস্য উন্মোচন কৰিবলৈ গণকবৰ খনন আৰম্ভ

July 15, 2025
50
Yemen nurse case I য়েমেনত নিমিষাৰ ফাঁচি বন্ধ কৰিবলৈ ভাৰতে আৰু একো কৰিব নোৱাৰে, উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই
National-International

Yemen nurse case I য়েমেনত নিমিষাৰ ফাঁচি বন্ধ কৰিবলৈ ভাৰতে আৰু একো কৰিব নোৱাৰে, উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

July 15, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Fauja Singh dies I পঞ্জাৱৰ কিংবদন্তি দৌৰবিদ ফৌজা সিঙৰ ১১৪ বছৰ বয়সত দুৰ্ঘটনাত মৃত্যু

Fauja Singh dies I পঞ্জাৱৰ কিংবদন্তি দৌৰবিদ ফৌজা সিঙৰ ১১৪ বছৰ বয়সত দুৰ্ঘটনাত মৃত্যু

July 15, 2025
Duplicate Medicine : ‘পান ডি’ৰ পৰা ‘শ্বেলকাল ৫০০’; ৭১ বিধ নিম্নমানৰ ঔষধৰ তালিকা প্ৰকাশ

NPPA on medicines price । ৭১ বিধ ঔষধৰ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ, গেজেট বিজ্ঞপ্তি জাৰি

July 15, 2025
Irish Mass Grave I ৭৯৬ টা শিশুক চেপ্টিক টেংকত সমাধিস্থ, আয়াৰলেণ্ডত ৰহস্য উন্মোচন কৰিবলৈ গণকবৰ খনন আৰম্ভ

Irish Mass Grave I ৭৯৬ টা শিশুক চেপ্টিক টেংকত সমাধিস্থ, আয়াৰলেণ্ডত ৰহস্য উন্মোচন কৰিবলৈ গণকবৰ খনন আৰম্ভ

July 15, 2025

Categories

accident (1) ALL NEWS (17395) Artificial Intelligence (1) Assam (13695) BREAKING NEWS (6483) Business (34) crime (20) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (419) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2043) Health & Fitness (630) Jobs & Career (7) KARBI ANGLONG (3417) Lifestyle (24) literature (16) National-International (10321) NORTHEAST (857) Novels (3) Photo (5) Poems (9) Political (138) Recipes (6) Science (1) Social Media (1) Sports News (496) Stories (16) Tech (14) Technology (1) Tourism (1) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d