
বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিৰ জয়লাভ। বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালে (Diganta Ghatowar) কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাক ৯০৫১ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি সমষ্টিটো দখল কৰে।

১৩ টা ৰাউণ্ডৰ ভোট গণনাৰ পিছত দিগন্ত ঘাটোৱালে ৫০,৯৪৭ টা ভোট লাভ কৰাৰ বিপৰীতে জয়ন্ত বৰাই লাভ কৰে ৪১,৮৯৬ টা ভোট।













