ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

Assam Bye Election 2024 । ৫ সমষ্টিৰ উফ-নিৰ্বাচনৰ ভোটগণনা আৰম্ভ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 23, 2024
Reading Time: 1 min read
A A
0
তিনিটা পৰ্যায়ত অসম বিধানসভাৰ নিৰ্বাচন ! ইতিমধ্যে সাজু হৈছে নিৰ্বাচন আয়োগ

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা অসমৰ (Assam) পাঁচ বিধানসভা সমষ্টিৰ ভোটগণনা আৰম্ভ হৈছে। ১৩ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হোৱা সমষ্টিকেইটা হৈছে বিহালী, বঙাইগাঁও, ধলাই, চামগুৰি আৰু চিদলী। এই পাঁচটা সমষ্টিত মুঠ ৩৪ গৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় হ’ব।

Assam Bye Election 2024 ।
৫ সমষ্টিৰ উফ-নিৰ্বাচনৰ ভোটগণনা আৰম্ভ:

পাঁচটা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্য়া হৈছে ৯,০৯,০৫৭ গৰাকী। ইয়াৰে ভিতৰত ধলাই (এছ চি) সমষ্টিত ১,৯৬,৭৭২ গৰাকী, চিদলী সমষ্টিত (এছ টি) ২,১৭,১৮৩ গৰাকী, বঙাইগাঁও সমষ্টিত ১,৮২,৩৫৪ গৰাকী, বিহালী সমষ্টিত ১,৩২,৩০০ গৰাকী আৰু চামগুৰি সমষ্টিত ১,৮০,৪৪৮ গৰাকী ভোটাৰ আছে।

আনহাতে, ধলাইত ২০৮ টা, চিদলীত ২৭৩ টা, বঙাইগাঁৱত ২৪৬ টা, বিহালীত ১৫৪ টা আৰু চামগুৰিত ১৯৭ টা ভোটকেন্দ্ৰকে ধৰি মুঠ ১,০৭৮ টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হয় ৷ ইয়াৰে ভিতৰত বঙাইগাঁও সমষ্টিত ৭৭.৮৯ শতাংশ, চিদলীত ৭৫.৪৭ শতাংশ, বিহালীত ৭৫.৭৯ শতাংশ, চামগুৰিত ৭৯.৫৫ শতাংশ আৰু ধলাই সমষ্টিত ৭০.৩১ শতাংশ ভোটদান হৈছিল।

আনহাতে, বঙাইগাঁৱত আঠগৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল। তেওঁলোক হৈছে অগপৰ দীপ্তিময়ী চৌধুৰী, কংগ্ৰেছৰ ব্ৰজেনজিৎ সিংহ, এছ ইউ চি আইৰ মৃত্যুঞ্জয় ৰাভা, নিৰ্দলীয় শৈলেন্দ্ৰ সৰকাৰ, নিৰ্দলীয় অনুপ কুমাৰ কৰ্মকাৰ, নিৰ্দলীয় ভদ্ৰেশ্বৰ বৰ্মন, নিৰ্দলীয় গৌতম ৰায় আৰু নিৰ্দলীয় প্ৰাৰ্থী দীপক দাস।

চিদলী সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হোৱা তিনিগৰাকী প্ৰাৰ্থী হৈছে ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰক্ষ্ম, বি পি এফৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰী আৰু কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জীৱ ৱাৰী।

বিহালী সমষ্টিত অৱতীৰ্ণ হোৱা চাৰিগৰাকী প্ৰাৰ্থী হৈছে বিজেপিৰ দিগন্ত ঘাটোৱাৰ, কংগ্ৰেছৰ জয়ন্ত বৰা, চি পি আই এম এলৰ লক্ষীকান্ত কুৰ্মী আৰু আম আদমি পাৰ্টীৰ অনন্ত গগৈ। চামগুৰিত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ১১ গৰাকী প্ৰাৰ্থী।

তেওঁলোক হৈছে বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মা, কংগ্ৰেছৰ তানজিল হুছেইন, আম আদমি পাৰ্টীৰ নুৰুল আমিন চৌধুৰী, এছ ইউ চি আইৰ আব্দুছ চবুৰ মিঞা, ভাৰতীয় গণ পৰিষদৰ বীৰেন বসাক, ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ ৰবুল হক, নিৰ্দলীয় ফাতেমা খাতুন, শশী তাঁতী, জেহিৰুল ইছলাম, মুচাব্বিৰ আলী আহমেদ আৰু আব্দুল মাজিদ।

আনহাতে, ধলাই সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হোৱা আঠগৰাকী প্ৰাৰ্থী হৈছে বিজেপিৰ নিহাৰ ৰঞ্জন দাস, কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰুকায়স্থ, এছ ইউ চি আইৰ গৌৰ চন্দ্ৰ দাস, নিৰ্দলীয় অমলেন্দু দাস, ধীৰাজ দাস, দিলীপ কুমাৰ ধুবী, পৰিমল দাস আৰু ৰাজু দাস।

Tags: ভোটগণনা আৰম্ভ৫ সমষ্টিৰ উফ-নিৰ্বাচনৰ
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত
National-International

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

June 27, 2026
50
DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’
National-International

DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

June 27, 2026
50
Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা
National-International

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

June 27, 2026
50
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

June 27, 2026
DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

June 27, 2026
Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx