ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Jharkhand Elections 2024 : ঝাৰখণ্ডত প্ৰথম পৰ্যায়ত ৪৩টা বিধানসভা সমষ্টিত ৬৮৫ গৰাকী প্ৰাৰ্থী

নিউজ ডেস্কঃ

News Desk by News Desk
November 1, 2024
Reading Time: 1 min read
A A
0
Jharkhand Elections 2024 : ঝাৰখণ্ডত প্ৰথম পৰ্যায়ত ৪৩টা বিধানসভা সমষ্টিত ৬৮৫ গৰাকী প্ৰাৰ্থী

RELATED POSTS

Girl sink at pond : ভূৰগাঁৱত পুখুৰীত পৰি সলিল সমাধি কিশোৰীৰ, তিনিগৰাকীক জীৱন্তে উদ্ধাৰ

China spy : চীনৰ চোৰাংচোৱাৰ ফান্দত ভাৰতীয় সেনা বিষয়াৰ পত্নী, শিক্ষাবিদৰ পৰিচয় দি প্ৰতিৰক্ষা সংক্ৰান্ত তথ্য লুট কৰাৰ অভিযোগ

Tragic road accident : ২০ শ্ৰমিকক মহতিয়াই পলায়ন চালকৰ, ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৮

New Logo Smal 4 | ASSAM TIMES POST

ঝাৰখণ্ড (Jharkhand)ত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায় (First phase)ৰ বিধানসভা নিৰ্বাচন (Assembly Elections)ত মুঠ ৬৮৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। শুকুৰবাৰে এই কথা অৱগত কৰে নিৰ্বাচন আয়োগে। ১৩ নৱেম্বৰ (13 November)ত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।

১৮-২৫ অক্টোবৰলৈ ঝাৰখণ্ডত অনুষ্ঠিত হৈছিল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মনোনয়ন দাখিল পৰ্ব। ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া কে ৰবিকুমাৰে কয়, “মুঠ ৮০৫ জনে মনোনয়ন দাখিল কৰিছিল। মনোনয়ন পৰীক্ষাৰ পিছত ৭৪৩ জনক ‘বৈধ প্ৰাৰ্থী’ ঘোষণা কৰা হৈছে। ইয়াৰ পিছত ৫৮ জন লোকে মনোনয়ন প্ৰত্যাহাৰ কৰে। বৰ্তমান প্ৰতিদ্বন্দ্বিতাত ৬৮৫ জন লোক আছে।” জামছেদপুৰ-পূব সমষ্টিত সৰ্বাধিক ২৮ জন আৰু জগন্নাথপুৰ সমষ্টিত সৰ্বনিম্ন ৮ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বুলিও ৰবিয়ে জানিবলৈ দিয়ে।

jar 1 | ASSAM TIMES POST
ঝাৰখণ্ডত প্ৰথম পৰ্যায়ত ৪৩টা বিধানসভা সমষ্টিত ৬৮৫ গৰাকী প্ৰাৰ্থী

২০১৯ চনৰ বিধানসভা নিৰ্বাচনত এই ৪৩টা সমষ্টিত মুঠ প্ৰাৰ্থীৰ সংখ্যা আছিল ৬৩৩ জন। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত বিজেপিৰ গুৰুত্বপূৰ্ণ প্ৰাৰ্থীৰ ভিতৰত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী চাম্পাই ছোৰেন (ছেৰাইকেলা), তেওঁৰ পুত্ৰ বাবুলাল (ঘাটশিলা), প্ৰাক্তন মুখ্যমন্ত্ৰী মধু কোৰাৰ পত্নী তথা প্ৰাক্তন সাংসদ গীতা কোৰা (জগন্নাথপুৰ) আৰু আন এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী অৰ্জুন মুণ্ডাৰ পত্নী মীৰা (পটকা)।

উল্লেখযোগ্য কংগ্ৰেছ প্ৰাৰ্থী হৈছে এ আই চি চিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন আই পি এছ অজয় কুমাৰ (জামছেদপুৰ পূব) আৰু মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ কেবিনেট সদস্য তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ ওৰাওন (লোহৰদগা)।

অহা ২০ নৱেম্বৰত দ্বিতীয় আৰু অন্তিম পৰ্যায়ত ঝাৰখণ্ডৰ বাকী ৩৮টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ২৩ নৱেম্বৰত হ’ব ভোটগণনা।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: JharkhandElectionsঝাৰখণ্ডবিধানসভানিৰ্বাচন
Share4Tweet3Send

Related Posts

Girl sink at pond : ভূৰগাঁৱত পুখুৰীত পৰি সলিল সমাধি কিশোৰীৰ, তিনিগৰাকীক জীৱন্তে উদ্ধাৰ
National-International

Girl sink at pond : ভূৰগাঁৱত পুখুৰীত পৰি সলিল সমাধি কিশোৰীৰ, তিনিগৰাকীক জীৱন্তে উদ্ধাৰ

by News Desk
October 19, 2026
50
China spy : চীনৰ চোৰাংচোৱাৰ ফান্দত ভাৰতীয় সেনা বিষয়াৰ পত্নী, শিক্ষাবিদৰ পৰিচয় দি প্ৰতিৰক্ষা সংক্ৰান্ত তথ্য লুট কৰাৰ অভিযোগ
National-International

China spy : চীনৰ চোৰাংচোৱাৰ ফান্দত ভাৰতীয় সেনা বিষয়াৰ পত্নী, শিক্ষাবিদৰ পৰিচয় দি প্ৰতিৰক্ষা সংক্ৰান্ত তথ্য লুট কৰাৰ অভিযোগ

by News Desk
October 19, 2026
50
Tragic road accident : ২০ শ্ৰমিকক মহতিয়াই পলায়ন চালকৰ, ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৮
National-International

Tragic road accident : ২০ শ্ৰমিকক মহতিয়াই পলায়ন চালকৰ, ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৮

by News Desk
October 19, 2026
50
Kolkata Pandal Stampede Probe: False Alarm, Rain & Crowd Lapses
National-International

Kolkata Pandal Stampede Probe: False Alarm, Rain & Crowd Lapses

by ASSAM TIMES POST
October 18, 2026
50
Photo voter list : ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী– ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ যুক্তিযুক্তকৰণ আৰু সংশোধনীৰ সময়সূচী
National-International

Photo voter list : ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী– ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ যুক্তিযুক্তকৰণ আৰু সংশোধনীৰ সময়সূচী

by News Desk
October 16, 2026
53
CJP protest : চিজেপিৰ প্ৰতিবাদৰ আহ্বান, দিল্লীৰ চেণ্ট্ৰেল পাৰ্ক দুদিনৰ বাবে বন্ধ
National-International

CJP protest : চিজেপিৰ প্ৰতিবাদৰ আহ্বান, দিল্লীৰ চেণ্ট্ৰেল পাৰ্ক দুদিনৰ বাবে বন্ধ

by News Desk
October 16, 2026
52
ADVERTISEMENT
Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ
Assam

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

October 19, 2026
50
Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ
Guwahati

Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

October 19, 2026
50
Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩
Entertainment

Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

October 19, 2026
50
Tiger Shroff attack : টাইগাৰ শ্ৰফক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বিষ্ণৈ গেঙৰ
Entertainment

Tiger Shroff attack : টাইগাৰ শ্ৰফক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বিষ্ণৈ গেঙৰ

October 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

October 19, 2026
Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

October 19, 2026
Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

October 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d