ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

Earth Eye I ‘পৃথিৱীৰ চকু’ ক’ত আছে জানেনে

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 24, 2024
Reading Time: 1 min read
A A
0
Earth Eye I ‘পৃথিৱীৰ চকু’ ক’ত আছে জানেনে

Oplus_131072

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Retired Official and Wife Brutally Attacked by Ex-Caretaker in Nagaon

Punjab DIG case I ৫ কোটি নগদ ধন, অ’ডি-মাৰ্চিডিছ, ডেৰ কেজি সোণ; সম্পত্তিৰ পাহাৰ গঢ়ি চিবিআইৰ জালত পঞ্জাবৰ ডিআইজি

India Bhutan traine line । বংগ আৰু অসমৰ মাজেৰে ৰে’লপথেৰে সংযোগ কৰা হ’ব ভাৰত আৰু ভূটানক

প্ৰতিটো প্ৰাণীৰে চকু থাকে। সেই চকুৰে পৃথিৱীৰ বিভিন্ন সৌন্দৰ্য উপভোগ কৰে। চকু হ’ল এক অংশ, যাৰ মাধ্যমেৰে প্ৰাণীজগতৰ জীৱন-যাপন হয়। কিন্তু আপুনি হয়তো জানিলে আচৰিত হ’ব যে পৃথিৱীৰো চকু (Earth Eye) আছে। কিন্তু এই চকু ক’ত আছে?

Earth Eye I
‘পৃথিৱীৰ চকু’ ক’ত আছে জানেনে:

‘পৃথিৱীৰ চকু’ নামেৰে পৰিচিত ক্ৰ’ৱেচিয়া অবিশ্বাস্যভাৱে সুন্দৰ প্ৰাকৃতিক অৱদান। ইয়াতে ইউৰোপৰ ডালমাচিয়া অঞ্চলৰ আটাইতকৈ দীঘল নদী চেটিনা নদীৰ উৎস। এই নদীখনে এড্ৰিয়াটিক সাগৰত প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰায় ৬৫ মাইল অতিক্ৰম কৰে। ক্ৰ’ৱেচিয়াৰ সৰ্বোচ্চ পৰ্বতমালা ডিনাৰাৰ পাদদেশৰ মাজেৰে বৈ গৈছে এই নদীখন। নীলা আৰু সেউজীয়াৰ বিভিন্ন ছাঁৰ চকুৰ মণিৰ সৈতে ইয়াৰ আকৰ্ষণীয় সাদৃশ্যৰ বাবে এই ফোৱাৰাটোক ‘পৃথিৱীৰ চকু’ বুলি কোৱা হয়।

এই ঠাইখন সকলো পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণীয় স্থান। পৃথিৱীৰ এই চকু চাবলৈ বছৰজুৰি ইয়াত পৰ্যটকৰ ভিৰ হয়। কেৱল সেয়াই নহয়, সাঁতোৰত পাকৈতসকলে পৃথিৱীৰ চকুত সাঁতুৰিবও পাৰে। অৱশ্যে ইয়াত গা ধুবলৈ পৰ্যটকসকলে চকুৰ ওপৰেৰে সাঁতুৰি যায়। তাৰ মাজত এটা গভীৰ অংশ আছে, তালৈ যাবলৈ কিন্তু বেছি সাহস দেখুৱাব নোৱাৰে।

কাষতে আছে এখন সৰু গাঁও। তাত এটা বিখ্যাত গীৰ্জা আছে। স্থানীয় বাসিন্দাসকলে কয় যে এই গীৰ্জাটো নব্বৈৰ দশকত নিৰ্মাণ কৰা হৈছিল। স্থানীয় প্ৰবাদ অনুসৰি, এই গীৰ্জাই পৃথিৱীৰ চকু ৰক্ষা কৰে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Share4Tweet3Send

Related Posts

Retired Official and Wife Brutally Attacked by Ex-Caretaker in Nagaon
ALL NEWS

Retired Official and Wife Brutally Attacked by Ex-Caretaker in Nagaon

by ASSAM TIMES POST
November 8, 2025
55
Punjab DIG case I ৫ কোটি নগদ ধন, অ’ডি-মাৰ্চিডিছ, ডেৰ কেজি সোণ; সম্পত্তিৰ পাহাৰ গঢ়ি চিবিআইৰ জালত পঞ্জাবৰ ডিআইজি
ALL NEWS

Punjab DIG case I ৫ কোটি নগদ ধন, অ’ডি-মাৰ্চিডিছ, ডেৰ কেজি সোণ; সম্পত্তিৰ পাহাৰ গঢ়ি চিবিআইৰ জালত পঞ্জাবৰ ডিআইজি

by Staff Reporter
October 17, 2025
52
India Bhutan traine line । বংগ আৰু অসমৰ মাজেৰে ৰে’লপথেৰে সংযোগ কৰা হ’ব ভাৰত আৰু ভূটানক
ALL NEWS

India Bhutan traine line । বংগ আৰু অসমৰ মাজেৰে ৰে’লপথেৰে সংযোগ কৰা হ’ব ভাৰত আৰু ভূটানক

by Staff Reporter
September 30, 2025
52
Zubeen Garg : কেনেদৰে বিদায় জনাওঁ হে প্ৰাণৰ শিল্পী, যুগনায়ক জুবিন !
ALL NEWS

Zubeen Garg : কেনেদৰে বিদায় জনাওঁ হে প্ৰাণৰ শিল্পী, যুগনায়ক জুবিন !

by ASSAM TIMES POST
September 23, 2025
72
India unemployment । সামগ্ৰিকভাৱে নিবনুৱাৰ হাৰ হ্ৰাস পালেও দেশত মহিলা নিবনুৱাৰ হাৰ বৃদ্ধি, চৰকাৰী প্ৰতিবেদনত উদ্বেগ
ALL NEWS

India unemployment । সামগ্ৰিকভাৱে নিবনুৱাৰ হাৰ হ্ৰাস পালেও দেশত মহিলা নিবনুৱাৰ হাৰ বৃদ্ধি, চৰকাৰী প্ৰতিবেদনত উদ্বেগ

by Staff Reporter
September 17, 2025
53
Jamiat Ulema-e-Hind I উচ্ছেদক লৈ জমিয়ত উলেমা ই হিন্দৰ নেতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপসাৰণ কৰা মন্তব্যক লৈ গৰজি উঠিল কাৰ্বি আংলঙৰ  উমৈহতীয়া মঞ্চ এইছপিচিএফ
ALL NEWS

Jamiat Ulema-e-Hind I উচ্ছেদক লৈ জমিয়ত উলেমা ই হিন্দৰ নেতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপসাৰণ কৰা মন্তব্যক লৈ গৰজি উঠিল কাৰ্বি আংলঙৰ  উমৈহতীয়া মঞ্চ এইছপিচিএফ

by ASSAM TIMES POST
August 24, 2025
81
ADVERTISEMENT
আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ
National-International

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

November 19, 2025
50
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!
National-International

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

November 19, 2025
50
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!
National-International

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

November 19, 2025
50
বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন জাৰ্মানী আৰু নেডাৰলেণ্ডৰ
National-International

ডেৰ নিযুত জনসংখ্যাৰ দেশ কুৰাকাওৰ বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন ৪২ খন দেশৰ টিকট লাভ বিশ্বকাপলৈ বাকী আছে ৬খন দেশ

November 19, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

November 19, 2025
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

November 19, 2025
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

November 19, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13846) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2052) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3496) Lifestyle (24) literature (16) National-International (10908) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d