ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Economy

Sensex : প্ৰথমবাৰৰ বাবে ৮৫ হাজাৰত উপনীত ছেন্সেক্স সূচাংক, অভিলেখ ভংগ নিফ্টিৰো

নিউজ ডেস্কঃ

News Desk by News Desk
September 24, 2024
Reading Time: 1 min read
A A
0
Sensex : প্ৰথমবাৰৰ বাবে ৮৫ হাজাৰত উপনীত ছেন্সেক্স সূচাংক, অভিলেখ ভংগ নিফ্টিৰো

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা

ছেপ্টেম্বৰৰ শেষৰ কেইদিনমানত ঊৰ্ধ্বমুখী হৈছে ষ্টক মাৰ্কেট (Upcoming Stock Market)। যাৰ ফলত পূজাৰ পূৰ্বে বিনিয়োগকাৰীৰ মাজত উৎসাহৰ পৰিৱেশে বিৰাজ কৰিছে। ইফালে সপ্তাহৰ দ্বিতীয়টো দিনত ছেন্সেক্সে অভিলেখ সৃষ্টি (Creating a record in The Sensex) কৰে। লগতে অগ্ৰগতি নিফ্টিৰো (Progress Nifty)।

মঙলবাৰে পুৱা প্ৰথমবাৰৰ বাবে ৮৫ হাজাৰ পইণ্ট অতিক্ৰম কৰি ছেন্সেক্সে সকলো অভিলেখ ভংগ কৰে। মঙলবাৰে পুৱা ছেন্সেক্সৰ সূচকাংক ৮৫,০২৩ হয়। ইয়াৰ পূৰ্বে সোমবাৰে ছেন্সেক্সে ৮৪ হাজাৰ ৮৬৪ পইণ্ট লাভ কৰে। সেই অভিলেখ মঙলবাৰে ভংগ হয়। উল্লেখ্য যে পূজাৰ পূৰ্বে বিগত কেইদিনমানৰ পৰা ছেন্সেক্সৰ উত্থান লক্ষণীয় হৈছে।

sensex 1 | ASSAM TIMES POST
প্ৰথমবাৰৰ বাবে ৮৫ হাজাৰত উপনীত ছেন্সেক্স সূচাংক, অভিলেখ ভংগ নিফ্টিৰো

১২ ছেপ্টেম্বৰত ছেন্সেক্সৰ স্থান আছিল ৮৩ হাজাৰ পইণ্ট। সোমবাৰে ই ৮৪ হাজাৰ অতিক্ৰম কৰে আৰু ঠিক পিছদিনাই ছেন্সেক্সে ৮৫ হাজাৰৰ অভিলেখ ভংগ কৰে। পুৱা ৯.৪৮ বজালৈকে ছেন্সেক্স ০.০৯ শতাংশ বৃদ্ধি পায়। ইয়াৰ পিছত ৮০ হাজাৰৰ পৰা ৮৫ হাজাৰ পইণ্ট লাভ (Gain of 85,000 points) কৰি মাত্ৰ ১২ সপ্তাহত সকলো অভিলেখ ভংগ কৰে।

আনহাতে, অভিলেখ সৃষ্টি কৰি নিফ্টিয়েও ২৬ হাজাৰৰ ওচৰ পায়গৈ। ইয়াৰ ঠিক আগতেই নিফ্টিয়ে সপ্তাহটোৰ একেবাৰে আৰম্ভণিতে ২৫ হাজাৰ ৯৩৪ পইণ্ট লাভ কৰিছিল। মঙলবাৰে এই পইণ্ট ২৫,৯৭১ত উপনীত হয়। নিফ্টিৰ শ্বেয়াৰ বজাৰৰ বাবে টাটা ষ্টীল, হিণ্ডালকো ইণ্ডাষ্ট্ৰীজ, জে এছ ডব্লিউ ষ্টীল, পাৱাৰ গ্ৰীড কৰ্প’ৰেচন আৰু আদানি এণ্টাৰপ্ৰাইজে বৃহৎ লাভৰ মুখ দেখিবলৈ পাব।

Tags: Sensexছেন্সেক্সসূচাংক
Share4Tweet3Send

Related Posts

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ
Economy

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

by News Desk
May 18, 2026
50
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?
Economy

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

by News Desk
May 11, 2026
50
Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা
Economy

Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা

by News Desk
April 1, 2026
50
Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম
Economy

Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম

by News Desk
March 9, 2026
50
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি
Economy

World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি

by News Desk
March 7, 2026
50
Dollar value increase : পশ্চিম এছিয়াত যুদ্ধৰ বাবে বৃদ্ধি পাইছে ডলাৰৰ মূল্য : এক ডলাৰৰ মূল্য ৯২.১৭ টকা, নিম্ন স্তৰলৈ অভিলেখ
Economy

Dollar value increase : পশ্চিম এছিয়াত যুদ্ধৰ বাবে বৃদ্ধি পাইছে ডলাৰৰ মূল্য : এক ডলাৰৰ মূল্য ৯২.১৭ টকা, নিম্ন স্তৰলৈ অভিলেখ

by News Desk
March 4, 2026
50
ADVERTISEMENT
Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত
National-International

Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত

June 2, 2026
50
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ
National-International

Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

June 2, 2026
50
India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ
National-International

India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ

June 2, 2026
50
US-Iran war ceasefire : ‘এতিয়াও যুদ্ধ শেষ হোৱা নাই’ : যুদ্ধবিৰতিত সন্মত হ’লেও হুংকাৰ মোজতাবাৰ
National-International

Iran crisis । হৰমুজৰ দৰে অৱৰোধ কৰিব আন এটা প্ৰণালী, ইৰাণৰ পুনৰ সকীয়নি

June 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত

Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত

June 2, 2026
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

June 2, 2026
India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ

India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ

June 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx